Advertisment

অসম

WhatsApp Image 2025-12-03 at 6.51.13 PM
Assamese

দুখৰ সৰগ ভাগি পৰা এটা পৰিয়ালৰ কৰুণ কাহিনী... কম সময়তে পৰিয়ালটোৰ ৩গৰাকীৰ মৃত্যু

দেৰগাঁৱৰ এটা পৰিয়ালৰ হৃদয়বিদাৰক কাহিনী। অগাপিছাকৈ মৃত্যুমুখত পৰিল পৰিয়ালটোৰ তিনিগৰাকী সদস্য। বঙ্গাল গাঁৱৰ এটা পৰিয়ালৰ কৰুণ কাহিনীয়ে শোকস্তব্ধ কৰি তুলিছে গাঁওবাসীক।
1 Min read
WhatsApp Image 2025-12-03 at 5.12.49 PM
Assamese

বোকাখাতৰ কন্যাৰ দপদপনি... BCCI U-19 টুৰ্নামেণ্টৰ বাবে অসম দলত স্থানলাভ লক্ষীপ্ৰিয়া, টিনামণি আৰু ডলীৰ

ভাৰতীয় মহিলা ক্ৰিকেটাৰ উমা ছেত্ৰীৰ সফলতাৰ পিছত বোকাখাত ক্ৰিকেটৰ বাবে আন এক ভাল খবৰ। BCCIৰ ১৯ বছৰ অনূৰ্ধ্বৰ মহিলাৰ এদিনীয়া টুৰ্নামেণ্টৰ বাবে অসম দলত বোকাখাতৰ তিনি মহিলা ক্ৰিকেটাৰ অন্তৰ্ভুক্ত।
Thumb
Assamese

জাগীৰোডত ৰোগীৰ জীৱনক লৈ হেতালি একাংশ ফাৰ্মাচীৰ

জাগীৰোডত জীৱনদায়িনী ঔষধৰ নামত জীৱন নাশিনী বেহা৷ ম্যাদ উকলা ঔষধৰ চলিছে ৰমৰমীয়া ব্যৱসায় চলিছে জাগীৰোডত৷ ফাৰ্মাচীত বে-আইনীভাৱে উপলব্ধ নিচাজাতীয় টেবলেট আৰু চিৰাপ৷ নাই ফাৰ্মাচীৰ কোনো বৈধ অনুজ্ঞাপত্ৰ৷ এনেদৰেই ৰোগীৰ জীৱনক লৈ হেতালি একাংশ ফাৰ্মাচীৰ৷ 
1 Min read
Thumb
Assamese

মিঞাই কাম কৰিব নোৱাৰিব, নলবাৰীত মিঞা বিৰোধী অভিযান

উজনিৰ পিছত এইবাৰ নামনিত মিঞা খেদা অভিযান। বিল্ডিঙে বিল্ডিঙে মিঞা শ্ৰমিকৰ সন্ধানত ব্যাপক অভিযান। নলবাৰীত মিঞা শ্ৰমিকক শেষ সকীয়নি বজৰং দলৰ। নলবাৰী এৰিবলৈ মিঞা শ্ৰমিকক সময়সীমাও বান্ধি দিলে বজৰংগ দলে। 
2 Min read
Thumb
Assamese

জৰুৰী সময়তো এতিয়া আপুনি নাপাব 108 এম্বুলেঞ্চ সেৱা

জৰুৰী সময়ত এতিয়া আপুনি নাপাব 108 এম্বুলেঞ্চৰ সেৱা। সম কামৰ সম অধিকাৰ, দৰমহা বৃদ্ধি, বীমাৰ সুবিধাকে ধৰি কেইবাটাও দাবীৰে 108 মৃত্যুঞ্জয় কৰ্মচাৰী সন্থাৰ অনিৰ্দিষ্টকালীন কৰ্মবিৰতি। ৰাজ্যজুৰি 108 মৃত্যুঞ্জয় সেৱা অচল হৈ পৰাত দুৰ্ভোগ ভূগিছে লাখ লাখ লোকে। 
2 Min read
Thumb
Assamese

প্ৰথমে দুই বন্ধুৰ মাজত কাজিয়া, তাৰ পাছতেই গুলীচালনা

খাৰুপেটীয়াত ভয়ংকৰ গুলীচালনাৰ ঘটনা ৷ দুই বন্ধুৰ মাজত লগা কাজিয়াৰ মাজতে এজনৰ আনজনলৈ গুলীবৰ্ষন ৷  গুলীবৰ্ষনত  বুকুত গুলী লাগি চিকিত্‍সাধীন মুন্না সাহা নামৰ এজন।
2 Min read
Thumb
Assamese

জিঅ’ টেগিং কৰিলেই আপুনি নাপাব চৰকাৰী পকীঘৰ

চৰকাৰী ঘৰৰ জিঅ’ টেগিঙৰ নামত প্ৰকৃততে চলিছে কি? গোহালি, গৰালকে কেঁচাঘৰ বুলি দেখুৱাই সুবিধা ল’ব বিচাৰিছে একাংশই। অনিয়মত লিপ্ত জীৱিকা সখী, পঞ্চায়তৰ সভাপতি-সচিবক সাৱধানবাণী মন্ত্ৰীৰ।
1 Min read
Thumb
Assamese

CRPF জোৱানৰ উদ্ভণ্ডালিক লৈ সৰুপথাৰত নিশা উত্তপ্ত পৰিস্থিতি

সৰুপথাৰৰ অসম-নগালেণ্ড সীমান্তত CRPFৰ উদ্ভণ্ডালি! CRPFৰ উদ্ভণ্ডালিক লৈ নিশা উত্তপ্ত পৰিস্থিতি।  নাকা চেকিঙৰ নামত ৭-৮ ঘণ্টা সামগ্ৰী কঢ়িওৱা বাহন আবদ্ধ কৰি ৰাখি সন্ত্ৰাস চলোৱাৰ অভিযোগ CRPFৰ বিৰুদ্ধে। 
1 Min read
Thumb
Assamese

ন্যায় নোপোৱালৈকে ভোটাৰ তালিকাত নাম থাকিব জুবিন গাৰ্গৰ

কেনেকৈনো মচি দিব পাৰি প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ নাম... লাগিলে সেয়া ভোটাৰ তালিকাই হওক। ন্যায় নোপোৱালৈকে ভোটাৰ তালিকাত নাম থাকিব জুবিনৰ। জৰীপ কৰিবলৈ গৈ জুবিনৰ নাম নাকাটি BLO মহম্মদ তফিজ উদ্দিনে লিখিলে- অমৰ হওক জুবিন...।
2 Min read
Thumb
Assamese

আহিল SOP! কি কি নিৰ্দেশনা মানিব লাগিব বনভোজকাৰী দলে?

বনভোজক লৈ আহি গ'ল প্ৰশাসনৰ SOP! কেইবাটাও নিৰ্দেশনা মানিব লাগিব বনভোজকাৰী দলে। শিৱসাগৰ আৰক্ষীয়ে ইতিমধ্যেই বনভোজক লৈ SOP জাৰি কৰিছে। পিছে বনভোজক লৈ শিৱসাগৰ আৰক্ষীয়ে জাৰি কৰা SOPত আছে কি কি নিৰ্দেশনা? 
1 Min read
Advertisment