Advertisment

অসম

THUMB
Assamese

আজি পবিত্ৰ মে-ডাম-মে-ফী

আজি পবিত্ৰ মে-ডাম-মে-ফী। আজিৰ দিনটোত টাই আহোম সকলে পূৰ্ব পুৰুষ সকলক সোঁৱৰি পবিত্ৰ ‘মে-ডাম-মে-ফী’ অনুষ্ঠান অনুষ্ঠিত কৰে। টাই আহোমসকলৰ সামাজিক পৰম্পৰাগত উৎসৱ হৈছে মে-ডাম-মে-ফী। পৰম্পৰাগত ৰীতি-নীতিৰে আয়োজন মে-ডাম-মে-ফী।
2 Min read
THUMB
Assamese

ধোঁৱাচাঙত জল জীৱন মিছন আঁচনি!

ৰাজ্যৰ এখন জল জীৱন মিছন আঁচনি ধোঁৱাচাঙত উঠাৰ অভিযোগ উত্থাপন হৈছে। ৰাইজক এটুপি বিশুদ্ধ খোৱা পানী যোগান ধৰাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগে বহু টকা ব্যয় কৰি জল জীৱন আঁচনিখন ৰূপায়ণ কৰিছে যদিও কার্যক্ষম হৈ উঠা নাই।
1 Min read
1
Assamese

SRৰ জৰিয়তে নিৰ্বাচনত জয়ী হোৱাৰ চেষ্টা! বিৰোধীৰ প্ৰতিবাদত কঁপিল গুৱাহাটী

SR বিসংগতিক লৈ গুৱাহাটীৰ চচলত উত্তাল প্ৰতিবাদ। APCCৰ সভাপতি গৌৰৱ গগৈৰ নেতৃত্বত বিৰোধীৰ প্ৰতিবাদী কাৰ্যসূচী। বিজেপিৰ বিৰুদ্ধে ভিন্ন শ্ল'গানৰে প্ৰতিবাদত অংশগ্ৰহণ বিৰোধী ঐক্যমঞ্চৰ প্ৰায়বোৰ দলৰ।
2 Min read
1
Assamese

'সকলোকে বিশ্বাস কৰাটোৱেই আমাৰ ভুল আছিল', কিন্তু জুবিনে মানুহ চিনাই থৈ গ'ল

'জুবিন যেতিয়া পৃথিৱাৰ পৰা যাব লগা হ'ল, মোক মানুহবিলাক চিনাকি কৰি থৈ গ'ল । তেওঁলোকক পৰিয়াল বুলি ভৱাটো আমাৰ আটাইতকৈ ডাঙৰ ভুল আছিল। আদালতৰ বাহিৰত কান্দি উঠিল গৰিমা শইকীয়া গাৰ্গ। ক'লে- 'এই দানৱকেইটাই যাতে কেতিয়াও জামিন নাপায়'।
2 Min read
1
Assamese

কংগ্ৰেছৰ নেতৃত্বত বিৰোধীৰ নাও ডুবাটো নিশ্চিত- আজমল

'২৬ৰ নিৰ্বাচনত AIUDF অবিহনে কংগ্ৰেছ শাসনলৈ আহিব নোৱাৰে'। 'আমাৰ অবিহনে কংগ্ৰেছে চৰকাৰ গঠন কৰিব নোৱাৰে, এই কথা লিখি লওক'। 'কংগ্ৰেছে AIUDF অবিহনে কেনেকৈ শাসনত আহিম বুলি ভাবিছে?'- মন্তব্য AIUDF প্ৰধান মৌলানা বদৰুদ্দিন আজমলৰ।
1 Min read
THUMB
Assamese

বিধায়ক পৰমানন্দ ৰাজবংশীৰ বিৰুদ্ধে অভিযোগ

ছিপাঝাৰৰ বিধায়ক পৰমানন্দ ৰাজবংশীৰ বিৰুদ্ধে জালিয়াতিৰে ভূমি নামজাৰি কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। এটা দালালৰ সৈতে লগ লাগি এই জালিয়াতি কৰাৰ অভিযোগ পৰমানন্দ ৰাজবংশীৰ বিৰুদ্ধে। বিধায়ক পৰমানন্দ ৰাজবংশী মুৰ্দাবাদ ধ্বনিত কঁপিল ছিপাঝাৰ। 
2 Min read
1
Assamese

জেলে আমুৱাইছে! ৰেহাই লাগে সিদ্ধাৰ্থ শৰ্মাক

জুবিন গাৰ্গ হত্যাৰ গোচৰৰ পৰা ৰেহাই বিচাৰিছে সিদ্ধাৰ্থ শৰ্মাই। বিসংগতিপূৰ্ণ ধাৰা সংলগ্ন কৰা বুলি দাবী জুবিন গাৰ্গ হত্যাৰ অন্যতম অভিযুক্ত সিদ্ধাৰ্থৰ। ছিংগাপুৰ আৰক্ষীয়ে কৰা তদন্তৰ সকলো নথিও বিচাৰিলে সিদ্ধাৰ্থই।
1
Assamese

বানমুক্ত অসম, বাংলাদেশীমুক্ত অসম! অসমবাসীক কি কি প্ৰতিশ্ৰুতি দিলে অমিত শ্বাহে?

দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। আজি ডিব্ৰুগড়ৰ খনিকৰ খেলপথাৰত অমিত শ্বাহৰ বিশাল জনসভা। বিশাল জনসভাতেই তৃতীয়বাৰলৈ অসমত বিজেপি চৰকাৰ হ'লে এটা এটাকৈ বাংলাদেশী খেদাৰো হুংকাৰ অমিত শ্বাহৰ। 
2 Min read
WhatsApp Image 2026-01-29 at 5.16.26 PM
Assamese

ব্যৰ্থ কোন, দায়ী কোন? ২৮ হাজাৰ ছাত্ৰ-ছাত্ৰীয়ে এৰিলে কলেজ...

মহাবিদ্যালয় ত্যাগ কৰিছে হাজাৰ হাজাৰ ছাত্ৰ-ছাত্ৰীয়ে। চৰকাৰৰ অভিলাসী আঁচনিয়েও ধৰি ৰাখিব পৰা নাই শিক্ষাৰ্থীক। ছমাহতে অন্তৰ্ধান হ’ল ২৮ হাজাৰ ছাত্ৰ-ছাত্ৰী। কাৰ ব্যৰ্থতাৰ প্ৰভাৱ এয়া?
2 Min read
1
Assamese

SRৰ টাৰ্গেট এতিয়া খিলঞ্জীয়া মুছলমান, দল সংগঠনৰ উত্তাল প্ৰতিবাদ

প্ৰব্ৰজনকাৰীৰ সলনি SRৰ ৰোষত খিলঞ্জীয়া! খিলঞ্জীয়া মুছলমান হৈ পৰিছে এতিয়া SRৰ প্ৰধান টাৰ্গেট। SRৰ বিতৰ্কই নিদ্ৰা হৰণ কৰিছে ৰাজ্যবাসীৰ। SRত নাম কৰ্তন মৰিগাঁৱৰ প্ৰায় ১৩ হাজাৰ খিলঞ্জীয়াৰ। SRৰ বিসংগতিক লৈ মৰিগাঁৱত ব্যাপক প্ৰতিক্ৰিয়া, উত্তাল প্ৰতিবাদ।
2 Min read
Advertisment