Advertisment

অসম

Thumb
Assamese

লক্ষ্য ২০২৬! গাডী ৰক্ষাৰ কুচকাৱাজ আৰম্ভ বিজেপিৰ

লক্ষ্য ২০২৬! গাডী ৰক্ষাৰ কুচকাৱাজ আৰম্ভ বিজেপিৰ। BTADৰ ১৫ আসনক লৈও ছিৰিয়াছ বিজেপি। নিৰ্বাচনী মন্ত্ৰনা লৈ গুৱাহাটীত উপস্থিত বিজেপিৰ ৰাষ্ট্ৰীয় সাংগঠনিক সাধাৰণ সম্পাদক বি এল সন্তোষ।
1 Min read
Thumb
Assamese

কাইলৈ টেষ্ট অভিষেক ঘটিব বৰ্ষাপাৰাৰ

টেষ্ট অভিষেক ঘটিব বৰ্ষাপাৰাৰ। কাইলৈৰ পৰা গুৱাহাটীত ভাৰত বনাম দক্ষিণ আফ্ৰিকাৰ দ্বিতীয়খন টেষ্ট । আঘাতৰ বাবে দলৰ পৰা বাহিৰ হ’ল টীম ইণ্ডিয়াৰ অধিনায়ক শুভমন গিল। শুভমন গিলৰ অনুপস্থিতিত টীম ইণ্ডিয়াক নেতৃত্ব দিব ঋষভ পণ্টে।
1 Min read
THUMB
Assamese

ন্যায়াধিকৰণে বিদেশী ঘোষণা কৰা মহিলা সন্ধানহীন

ন্যায়াধিকৰণে বিদেশী বুলি ঘোষণা কৰা মহিলা সন্ধানহীন। বিদেশী বুলি ঘোষণা কৰা মহিলা সন্ধানহীনক লৈ চাঞ্চল্যৰ সৃষ্টি শোণিতপুৰ জিলাৰ নদুৱাৰ সমষ্টিৰ ধোৱাকটা গাঁৱত। ২৪ ঘণ্টাৰ ভিতৰত দেশৰ সীমা পাৰ হৈ যাবলৈ জিলা আয়ুক্তই কালি অৰ্থাৎ বুধবাৰে নিৰ্দেশনা জাৰি কৰিছিল।
1 Min read
WhatsApp Image 2025-11-20 at 4.43.49 PM
Assamese

হাউলী ৰাসত কঁপাল ফুলিল পুলকেশ আৰু প্ৰীতমৰ। পুলকেশে পালে ডিফেণ্ডাৰ, প্ৰীতমে পালে ফৰচুনাৰ

ভাগ্যত থাকিলে লাখৰ মাজতো জিলিকি উঠে! লাকী নম্বৰ (433881), ১০০ টকাতে পালে প্ৰায় ৪০ লাখ টকীয়া টয়'টা ফৰচুনাৰ বাহন। হাউলী ৰাসত ভাগ্য উদয় হ'ল বৰপেটাৰ প্ৰীতম দাসৰ।
1 Min read
WhatsApp Image 2025-11-19 at 5.13.27 PM
Assamese

PM-KISANৰ ২১নং কিস্তিৰ ধন যদি পোৱা নাই এতিয়াই কল কৰক এই নম্বৰত...

মুকলি হ'ল PM KISANৰ ২১ সংখ্যক কিস্তিৰ ধন। একাউণ্টত যদি ধন জমা হোৱা নাই এতিয়াই দিয়ক অভিযোগ। তামিলনাডুৰ কইম্বাটুৰৰ পৰা দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অৰ্থাৎ ১৯ নৱেম্বৰত মুকলি কৰিলে PM-KISANৰ ২১নং কিস্তিৰ ধন।
2 Min read
THUMB
Assamese

২০২৬ বৰ্ষৰ চৰকাৰী বন্ধৰ তালিকা প্ৰকাশ

২০২৬ বৰ্ষৰ বাবে চৰকাৰী বন্ধৰ তালিকা প্ৰকাশ কৰিছে ৰাজ্য চৰকাৰে। অসম চৰকাৰে প্ৰকাশ কৰা তালিকা অনুসৰি নতুন বছৰত বিভিন্ন ৰাজ্যিক দিৱস, ধৰ্মীয় অনুষ্ঠান আৰু ৰাষ্ট্ৰীয় উৎসৱ উপলক্ষে অসম চৰকাৰৰ অন্তৰ্গত সকলো চৰকাৰী কাৰ্যালয় বন্ধ থাকিব।
2 Min read
THUMB
Assamese

প্ৰকাশ পালে HSLC আৰু HS চূড়ান্ত পৰীক্ষাৰ সময়সূচী

২০২৬ বৰ্ষত অনুষ্ঠিত হ'ব লগা দুটা গুৰুত্বপূৰ্ণ পৰীক্ষাৰ সময়সূচী প্ৰকাশ। ৰাজ্য চৰকাৰে প্ৰকাশ কৰিলে হাইস্কুল শিক্ষান্ত পৰীক্ষা (HSLC) আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ সময়সূচী।
2 Min read
Thumb
Assamese

২২ নৱেম্বৰৰ পৰা বৰ্ষাপাৰাত আত্মসন্মান ৰক্ষাৰ যুঁজ টীম ইণ্ডিয়াৰ

প্ৰথমবাৰলৈ বৰ্ষাপাৰাই আয়োজন কৰিছে টেষ্ট মেচ। ২২-২৬ নৱেম্বৰত বৰ্ষাপাৰাৰ ACA ষ্টেডিয়ামত অনুষ্ঠিত হ'ব ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ ঐতিহাসিক টেষ্ট মেচ। দ্বিতীয়খন টেষ্টৰ বাবে আজি গুৱাহাটীত উপস্থিত হ'ব ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ দল।
2 Min read
thumb
Assamese

ব্লেকমেইল কৰি মহিলাৰ সৈতে অপকৰ্ম লম্পট ৰজত দাসৰ !

মহিলাৰ সৈতে ঘৃণনীয় কাণ্ড কৰি আৰক্ষীৰ জালত লম্পট ৰজত দাস৷ মহিলাৰ নগ্ন ছবি তুলি ভাইৰেল কৰাৰ ভয় দেখুৱাই মহিলা গৰাকীৰ সৈতে জঘন্য কাণ্ড কৰিছিল লম্পট ৰজত দাসে ৷
1 Min read
Thumb
Assamese

বিধানসভা নিৰ্বাচনৰ পূৰ্বে অসমত হ'ব SR

২০২৬ত অনুষ্ঠিত হ'ব অসম বিধানসভা নিৰ্বাচন। বিধানসভা নিৰ্বাচনৰ পূৰ্বে আন কেইবাখনো নিৰ্বাচনমুখী ৰাজ্যৰ দৰে অসমত নহয় SIR৷ SIRৰ পৰিৱৰ্তে অসমত হ'ব SR। ঘোষণা ৰাজ্যিক মুখ্য নিৰ্বাচনী বিষয়াৰ।
2 Min read
Advertisment