Assamese কোনে মদ খুৱাইছিল জুবিন গাৰ্গক ? মদ খাই ভাল নাপাইছিল জুবিন গাৰ্গে। জুবিন গাৰ্গক ব্যৱহাৰ কৰিবলৈ জুবিন গাৰ্গৰ ওচৰে-পাজৰে থকা মানুহখিনিয়ে জুবিনক মদ খুৱাই দিছিল। SIT-এ দাখিল কৰা চাৰ্জশ্বীটত ওলাব ডাঙৰ তথ্য। জুবিন গাৰ্গ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ বিস্ফোৰণ।
Assamese ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আয়োজন হাৰ্টথ্ৰৱৰ জন্মদিন জুবিনবিহীন আজি প্ৰথমটো জন্মদিন। মাজনিশা কেক কাটি উদযাপন কৰিবলৈ এতিয়া জুবিন নাই কিন্তু উদযাপন নকৰাকৈ থাকিব পাৰি জানো হাৰ্টথ্ৰৱৰ জন্মদিন? ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আজি ভিন্ন কাৰ্যসূচীৰে আয়োজন কৰা হৈছে হাৰ্টথ্ৰৱৰ জন্মদিন।
Assamese কথামতেই কাম হাগ্ৰামাৰ! জুবিন গাৰ্গৰ স্মৃতিত ৩০ বিঘা ভূমিত হ'ব উদ্যান কোকৰাঝাৰৰ গৌৰাং নৈৰ পাৰত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ওপজা দিন। জনতাক দিয়া কথামতেই জুবিন গাৰ্গৰ স্মৃতিত উদ্যান আৰু প্ৰতিমূৰ্তিৰ আধাৰশিলা স্থাপন বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ।
Assamese এই জনমৰ পৰা জন্মান্তৰলৈকে... মৰমৰ গ'ল্ডীক সুঁৱৰি পত্নী গৰিমাৰ আৱেগিক পোষ্ট প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ আজি ওপজা দিন। কিন্তু জন্মদিনত একেলগে কেক কাটিবলৈ আজি গৰিমাৰ কাষত নাই মৰমৰ গল্ডী। কোনেওটো ভবা নাছিল চকুলো টুকি ওপজা দিনত সুঁৱৰিব লাগিব মনৰ মানুহজনক।
Assamese জুবিনবিহীন প্ৰথমটো জন্মদিন জুবিনবিহীন আজি প্ৰথমটো জন্মদিন। অবিশ্বাস্য হ’লেও ৫৩ সংখ্যক জন্মদিনত আমাৰ মাজত আজি কায়িকভাৱে নাই হাৰ্টথ্ৰব জুবিন গাৰ্গ। মায়াবিনী ৰাতিৰ বুকুত উজাগৰে থাকি...চকুলোৰে অনুৰাগীয়ে স্মৰণ কৰিছে হিয়াৰ আমঠুক।
Assamese বিজেপিত যোগদান কৰা একালৰ দুধৰ্ষ আলফা দৃষ্টি ৰাজখোৱাৰ আত্মসমৰ্পন! আত্মসমৰ্পন কৰিলে একালৰ দুধৰ্ষ আলফা নেতা দৃষ্টি ৰাজখোৱাই। এটা পুৰণি গোচৰত আজি আদালতত আত্মসমৰ্পন আলফা নেতাগৰাকীৰ। কি হ'ব এতিয়া চলিত বৰ্ষত বিজেপিত যোগদান কৰা দৃষ্টি ৰাজখোৱাৰ ৰাজনৈতিক ভৱিষ্যত?
Assamese চুবুৰীয়া ৰাষ্ট্ৰ ভূটানত অসমীয়া শিপিনীৰ আদৰ চুবুৰীয়া ৰাষ্ট্ৰ ভূটানত অসমৰ শিপিনীৰ আদৰ। ভূটানত কাপোৰ বিক্ৰী কৰি স্বাৱলম্বী তামুলপুৰৰ মহিলা। বিগত ১২ বছৰ ধৰি ভূটীয়াসকলৰ পৰম্পৰাগত পোছাক প্ৰস্তুত কৰিছে অসমৰ শিপিনীয়ে।
Assamese বিজেপি চৰকাৰৰ বিৰুদ্ধে ৰাজপথলৈ হাজাৰ হাজাৰ খিলঞ্জীয়া বিজেপি চৰকাৰক হুংকাৰ দি পুনৰ ৰাজ্যত বিশাল প্ৰতিবাদ। জনজাতিকৰণৰ দাবীৰে বিজেপি চৰকাৰৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিল হাজাৰ হাজাৰ খিলঞ্জীয়া। ’২৬ৰ নিৰ্বাচনৰ আগত জনজাতিকৰণ নকৰিলে জংগী আন্দোলনৰ হুংকাৰ’।
Assamese আমি এনেকুৱা এখন পিটচ...! পৰাজয়ৰ পাছত কি ক'লে গম্ভীৰে- ১৫ বছৰৰ পাছত ভাৰতৰ মাটিত ঐতিহাসিক বিজয় দক্ষিণ আফ্ৰিকাৰ। ইডেন গাৰ্ডেনত দক্ষিণ আফ্ৰিকাৰ স্পীন ঘূৰ্ণিত দিশহাৰা ভাৰতীয় বেটাৰ। ১২৪ ৰানৰ লক্ষ্য অতিক্ৰম কৰিবলৈ গৈ ৯৩ ৰানতে অলআউট ভাৰত। পৰাজয়ৰ পাছতেই সমালোচিত টীম ইণ্ডিয়াৰ মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰ।
Assamese সাংস্কৃতিক সন্ধিয়াৰ মঞ্চত লংকাকাণ্ড, দৰ্শকে ভাঙি চূৰ্ণ-বিচুৰ্ণ কৰিলে মঞ্চ, মিউজিক ব্যৱস্থাপনা ধ্বংসস্তুপত পৰিণত এখন সাংস্কৃতিক সন্ধিয়াৰ মঞ্চ। অনুষ্ঠান আৰম্ভ হোৱাৰ পূৰ্বেই বন্ধ হোৱাক লৈ বৰভিটাত লংকাকাণ্ড। টিকট কাটি অনুষ্ঠান উপভোগ কৰিবলৈ অহা দৰ্শকে ভাঙি চূৰ্ণ-বিচুৰ্ণ টেন্ট আৰু মিউজিক ছিচটেমৰ বহু সামগ্ৰী।