Advertisment

অসম

Srimanta Sankaradeva Sangha
Assamese

অহা বৰ্ষৰ ৬,৭ আৰু ৮ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক ৰাজ্যিক অধিৱেশন।

অহা বৰ্ষৰ ৬,৭ আৰু ৮ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক ৰাজ্যিক অধিৱেশন। আজি হাজাৰ হাজাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সেৱকৰ উপস্থিতিত দিনৰ ১১ বজাত অধিৱেশনৰ লাইখুঁটা স্থাপন কৰা হয়।
1 Min read
THUMB
Assamese

‘২৬ৰ নিৰ্বাচনৰ পূৰ্বে একত্ৰিত হ’ব সংখ্যালঘু ৰাজনৈতিক দল !

‘২৬ৰ নিৰ্বাচনৰ পূৰ্বে একত্ৰিত হ’ব নেকি সংখ্যালঘু ৰাজনৈতিক দল? বিহাৰত AIMIM-এ দেখুওৱা ভাল ফলাফলৰ পিছতেই ওৱেইছিলৈ সমৰ্থন আজমলৰ। AIMIMৰ সৈতে মিত্ৰতাৰে ‘২৬ৰ নিৰ্বাচন খেলাৰ ইংগিত AIUDFৰ।
1 Min read
THUMB
Assamese

'জুবিনৰ সৈতে উঠা ফটোখন বন্ধাই গোসাঁইঘৰত থৈছো'...

১৮ নৱেম্বৰত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ জন্মদিন। জুবিন গাৰ্গ অবিহনেই প্ৰথমবাৰলৈ জুবিন গাৰ্গৰ জন্মদিন উদযাপন কৰিব ৰাজ্যবাসীয়ে। জুবিন ক্ষেত্ৰত উপস্থিত হৈ অনুৰাগীয়ে ক'লে-জুবিনৰ সৈতে উঠা ফটোখন বন্ধাই গোসাঁইঘৰত থৈছো'।
1 Min read
Hayagriva Madhava Temple
Assamese

উদুলি-মুদুলি হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ

পৱিত্ৰ কাতি মাহৰ আজি শেষৰটো দেওবাৰ। উদুলি-মুদুলি হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰৰ পদূলি। আজি জনসমুদ্ৰত পৰিণত হৈছে তীৰ্থনগৰী হাজোৰ ঐতিহাসিক হয়গ্ৰীৱ মাধৱ মন্দিৰ৷ হাতত তুলসীৰ মালা লৈ মাধৱ মন্দিৰলৈ ভক্তৰ সোঁত বোৱা দেখা গ'ল।
2 Min read
THUMB
Assamese

লামডিঙত বজৰং দলে ভাঙি লণ্ডভণ্ড কৰিলে মাদ্ৰাছা

মাদ্ৰাছাক কেন্দ্ৰ কৰি লামডিঙত উত্তপ্ত পৰিস্থিতি। অবৈধভাৱে মাদ্ৰাছা চলাই কণ কণ শিক্ষাৰ্থীক আৰৱী শিক্ষাদানৰ অভিযোগ। ৰাইজ তথা বজৰং দলে মাদ্ৰাছা ভাঙি লণ্ডভণ্ড কৰাৰ লগতে লপাথপা দিলে ছেলিমউদ্দিন নামৰ ইমামজনক।
1 Min read
THUMB
Assamese

জুবিন গাৰ্গৰ এটি প্ৰতিমূৰ্ত্তিক লৈ ব্যাপক চৰ্চা

অবিকল ৰূপত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ এটি প্ৰতিমূৰ্ত্তি। ভাস্কৰ্য  শিল্পী জ্যোতি শংকৰ ভট্টাচাৰ্য্যৰ এক ব্যতিক্ৰমী প্ৰয়াস। নিৰ্মীয়মান প্ৰতিমূৰ্ত্তিটোক লৈ চচিয়েল মিডিয়াটো ব্যাপক চৰ্চা।
2 Min read
THUMB
Assamese

ইডেন গাৰ্ডেনত লজ্জাজনক পৰাজয় টীম ইণ্ডিয়াৰ

ইডেন গাৰ্ডেনত লজ্জাজনক পৰাজয় টীম ইণ্ডিয়াৰ। দক্ষিণ আফ্ৰিকাই বান্ধি দিয়া ১২৪ ৰানৰ লক্ষ্য অতিক্ৰম কৰিবলৈ গৈ ৯৩ ৰানতে অলআউট ভাৰত। ১৫ বছৰৰ পাছত ভাৰতৰ মাটিত টেষ্ট জয়ৰ সোৱাদ বাভুমা বাহিনীৰ।
2 Min read
WhatsApp Image 2025-11-16 at 1.44.09 PM
Assamese

মানস ৰাষ্ট্ৰীয় উদ্যানলৈ গ'লে ক'ত থাকিব? ৰিজৰ্ট-লজ নে হোমষ্টেত?

মানাহৰ পৰ্যটনক্ষেত্ৰত 'হোমষ্টে'সমূহৰ গুৰুত্ব বৃদ্ধি পাইছে। পৰ্যটকৰ প্ৰথম পছন্দ হৈ পৰিছে হোমষ্টেসমূহ। বাঁহবাৰীত চল্লিশৰ অধিক হোমষ্টে এতিয়া হৈ পৰিছে বহুজনৰ জীৱন-জীৱিকাৰ সমল।
2 Min read
12
Assamese

যোৰহাটৰ বিশিষ্ট সমাজসেৱক ভৱ গোস্বামীলৈ 'ৰেৱত চন্দ্ৰ মহন্ত স্মাৰক জীৱনযোৰা সাধনা বঁটা'

যোৰহাটৰ সুসন্তান, বিশিষ্ট সমাজসেৱক তথা অসম সত্ৰ মহাসভাৰ প্ৰাক্তন প্ৰধান সম্পাদক ভৱ গোস্বামীলৈ নগাঁও জিলা সত্ৰ মহাসভাৰ 'ৰেৱত চন্দ্ৰ মহন্ত স্মাৰক জীৱনযোৰা সাধনা বঁটা'।
1 Min read
1
Assamese

ৰাজ্যত এনকাউণ্টাৰ, ড্ৰাগছ মাফিয়ালৈ আৰক্ষীৰ গুলী। চিকিৎসাধীন আনোৱাৰ হুছেইন

ৰাজ্যত পুনৰ গৰজিল আৰক্ষীৰ বন্দুক। বৰপেটাৰ তাৰাবাৰীত আৰক্ষীৰ গুলীচালনা। ড্ৰাগছ মাফিয়ালৈ লক্ষ্য কৰি আৰক্ষীৰ গুলীচালনা। আৰক্ষীৰ গুলীত গুলীবিদ্ধ আনোৱাৰ হুছেইন নামৰ এটা ড্ৰাগছ পেডলাৰ।
1 Min read
Advertisment