Advertisment

অসম

Thumb
Assamese

ভাগৰ নলগাকৈ বেদখলকাৰীৰ বিৰুদ্ধে চলিব বুল'ডজাৰ- মুখ্যমন্ত্ৰী

ৰাজ্যত অবৈধ বেদখলকাৰীৰ নিস্তাৰ নাই। অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে চলিব উচ্ছেদ অভিযান। ভাগৰ নলগালৈকে চৰকাৰে উচ্ছেদ চলাই যাব বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ
1 Min read
Thumb
Assamese

উচ্ছেদৰ ভয়তহে জুবিন গাৰ্গৰ সমৰ্থক হৈছে মিঞা মুছলমান

উচ্ছেদৰ ভয়তহে জুবিন গাৰ্গৰ সমৰ্থক হৈছে মিঞা মুছলমান। ২ বছৰ পাছত এই মিঞা মুছলমানসকলে পাহৰি যাব জুবিন গাৰ্গক। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰণ।
2 Min read
Thumb
Assamese

কঠোৰ মুখ্যমন্ত্ৰী ! কাকো ৰেহাই নিদিয়াৰ হুংকাৰ

সোমবাৰে সন্ধিয়া এক ভয়ংকৰ বিস্ফোৰণত কঁপি উঠিছিল দেশৰ ৰাজধানী চহৰ নতুন দিল্লী। দিল্লীৰ বিস্ফোৰণৰ পাছতেই কঠোৰ হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও।
1 Min read
AGP CONG
Assamese

জাতীয়তাবাদৰ প্ৰতি মোহভংগ ! কংগ্ৰেছত যোগদান মধ্য অসমৰ জ্যেষ্ঠ অগপ নেতাৰ

জাতীয়তাবাদৰ প্ৰতি মোহভংগ ! অসম গণ পৰিষদ দলৰ প্ৰাক্তন জিলা সম্পাদক জ্যেষ্ঠ নেতা বীৰেশ্বৰ মেধিয়ে সোমবাৰে কংগ্ৰেছ দলত আনুষ্ঠানিক ভাবে যোগদান কৰে।
2 Min read
Thumb
Assamese

আধাৰ কাৰ্ডেৰে আপুনি উলিয়াব পাৰিব ধন !

এতিয়াৰে পৰা লগত পাৰ্চ নিব পাহৰিলেও আপোনাৰ আলৈ- আথানি নহ'ব। লগত নগদ ধন, ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড নাথাকিলেও এতিয়াৰে পৰা আপুনি আধাৰ নম্বৰৰ সহায়ত টকা উলিয়াব পাৰিব।
2 Min read
Thumb
Assamese

এইবাৰ চোৰৰ টাৰ্গেট আৰক্ষী চকী

সাধাৰণ ৰাইজ নহয়, চোৰৰ টাৰ্গেটত এইবাৰ আৰক্ষী চকী। ৰাজ্যত সংঘটিত হৈছে এক নাভূত-নাশ্ৰুত ঘটনা। কাছাৰৰ কাটিগড়া আৰক্ষী চকীত এইবাৰ চোৰে চলালে তাণ্ডৱ। 
1 Min read
Thumb
Assamese

নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ জীৱিত সন্তানক মৃত সজালে পিতৃ-মাতৃয়ে!

পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ নাভূত-নাশ্ৰূত কাণ্ড। জীৱিত সন্তানক মৃত সজাই ভোটযুদ্ধত জয়ী হোৱাৰ অভিযোগ। পঞ্চায়তৰ সদস্য আঞ্জু আখতাৰৰ বিৰুদ্ধে এই অভিযোগ। 
1 Min read
Thumb
Assamese

হেলমেট নিপিন্ধাৰ বাবেই ২০ লাখ ৭৪ হাজাৰ টকাৰ জৰিমনা

উত্তৰ প্ৰদেশৰ মুজাফ্ফৰনগৰত সংঘটিত হৈছে এক অদ্ভুদ ঘটনা। বাহনৰ নথি-পত্ৰ নথকা বাবে আৰু হেলমেট পৰিধান নকৰাৰ বাবে আৰক্ষীয়ে অনমোল সিং নামৰ এজন ব্যক্তিক বিহিলে ২০ লাখ টকাৰ জৰিমনা। কিন্তু কিহৰ বাবে ২০ লাখ ৭৪ হাজাৰ টকাৰ জৰিমনা বিহিলে আৰক্ষীয়ে? 
1 Min read
Assam Cabinet
Assamese

বহু বিবাহ বন্ধ কৰাৰ বাবে বিধেয়কত অনুমোদন কেবিনেটৰ

আগন্তুক অসম বিধানসভাৰ অধিৱেশনত বহু বিবাহ বন্ধ কৰাৰ বাবে উত্থাপন কৰা হ’ব এখন বিধেয়ক। বহু বিবাহ ৰোধৰ ক্ষেত্ৰত অনা হ’ব বিধেয়কখন। দেওবাৰে অনুষ্ঠিত হোৱা ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত আগন্তুক অসম বিধানসভাৰ অধিৱেশনত এই বিধেয়ক উত্থাপনৰ বাবে অনুমোদন জনোৱা হয়।
2 Min read
Titabor
Assamese

শৌচালয়ৰ টেংকিত ছাত্ৰীৰ মৃতদেহ উদ্ধাৰ

যোৰহাটৰ তিতাবৰত চাঞ্চল্যকৰ ঘটনা। শৌচালয়ৰ টেংকিত ছাত্ৰীৰ মৃতদেহ উদ্ধাৰ। শৌচালয়ৰ টেংকিত ছাত্ৰীৰ মৃতদেহ উদ্ধাৰক লৈ তিতাবৰত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। জগত সিং নামৰ এজন অভিযুক্তৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ চৌহদৰ শৌচালয়ৰ টেংকিৰ পৰা উদ্ধাৰ ছাত্ৰীগৰাকীৰ মৃতদেহ।
2 Min read
Advertisment