Advertisment

অসম

THUMB
Assamese

জনজাতিকৰণৰ বিৰোধিতাৰে ১ লাখ ট্ৰাইবেল লোকৰ প্ৰতিবাদ

ৰাজ্যত এফালে জনজাতিকৰণৰ দাবী আনফালে জনজাতিকৰণৰ বিৰোধিতা। ৬ জনগোষ্ঠীৰ জনজাতিকৰণ দাবীৰে ধাৰাবাহিকভাৱে চলি থকা প্ৰতিবাদৰ মাজতেই এইবাৰ জনজাতিকৰণৰ বিৰোধিতাৰে চৰকাৰলৈ হুংকাৰ।
1 Min read
THUMB
Assamese

অসমত এতিয়া ৰিক্সাচালক, ঠেলা চালকৰ সন্তানেও লাভ কৰে ACS চাকৰি- মুখ্যমন্ত্ৰী

আবেগক বাদ দি যুক্তিৰ ভিত্তিত নতুন অসম গঢ়াৰ অংগীকাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। নিযুক্তি সমাৰোহত মুখ্যমন্ত্ৰীৰ মন্তব্য- এতিয়া ৰিক্সাচালক আৰু ঠেলা চালকৰ সন্তানেও লাভ কৰে ACS চাকৰি।  
2 Min read
THUMB
Assamese

লুইতৰ ওপৰত বায়ুসেনাৰ যুঁজাৰু বিমানে দেখুৱালে শক্তি, বীৰত্ব আৰু পৰাক্ৰম

গুৱাহাটী মহানগৰীৰ আকাশত আজি দেখা গ'ল ভাৰতীয় বায়ু সেনাৰ পৰাক্ৰম আৰু বীৰত্ব।  ইখনৰ পাছত সিখন যুদ্ধবিমানে আজি দেখুৱালে বায়ুসেনাৰ শক্তি, সামৰ্থ্য আৰু সাহস। 
1 Min read
THUMB
Assamese

জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থৰ লুণ্ঠনৰ কাহিনী

সিদ্ধাৰ্থ শৰ্মাৰ লুণ্ঠনৰ কাহিনী ফাদিল । কেৱল জুবিন গাৰ্গকেই নহয়, জুবিন গাৰ্গে চিকিৎসাৰ বাবে আৰ্থিকভাৱে সহায় কৰা ৰোগীসকলৰ ধনো আত্মসাৎ কৰিছিল ধুৰন্ধৰ মেনেজাৰ সিদ্ধাৰ্থই।
2 Min read
Capture
Assamese

মুছলমান হোৱাৰ বাবে আমাক হাৰাশাস্তি কৰিছেঃ উচ্ছেদিত। গোৱালপাৰাৰ উচ্ছেদস্থলীত কান্দোনৰ ৰোল

'আমি মুছলমান হোৱাৰ বাবে কিয় চৰকাৰে আমাক হাৰাশাস্তি কৰি আছে?' 'মুখ্যমন্ত্ৰীক আমাৰ অনুৰোধ, আমাক ইয়াতেই ঘৰ দিব লাগিব'। গোৱালপাৰাৰ উচ্ছেদস্থলীত কান্দোনৰ ৰোল। সপোনৰ ঘৰখন ভাঙি দিয়াত কান্দি উঠিছে উচ্ছেদিত।
1 Min read
WhatsApp Image 2025-11-08 at 6.26.23 PM
Assamese

গুৱাহাটীৰ আকাশত ভাৰতীয় বায়ু সেনাৰ যুদ্ধ বিমান ৰাফেল, ছুখই আৰু বহুতো। আপুনিও সাক্ষী হওক এই উৰণ কলা চাবলৈ

সাজু হওক আপুনিও। গুৱাহাটীৰ আকাশত দেখিবলৈ পাব ভাৰতীয় বায়ু সেনাৰ উৰণ কলা। গুৱাহাটীত বায়ুসেনাৰ ৯৩ সংখ্যক প্ৰতিষ্ঠা বাৰ্ষিকীৰ মহাআয়োজন। লাচিতঘাটত ব্ৰহ্মপুত্ৰৰ ওপৰত বিৰল–বিক্ৰম প্ৰদৰ্শন। বায়ুসেনাৰ ৭৫খন আকাশীযানৰ অংশগ্ৰহণ এয়াৰ শ্ব’ত।
WhatsApp Image 2025-11-08 at 6.12.29 PM
Assamese

জুবিন গাৰ্গৰ শিশুটিৰ সৈতে ৯ দিনতে কিছুমান অসভ্য লোকে চৰম অন্যায় কৰিছেঃ ৰাজেশ ভূঞা

‘ৰৈ ৰৈ বিনালে নামৰ জুবিন গাৰ্গৰ শিশুটিৰ সৈতে ৯ দিনতে কিছুমান অসভ্য লোকে চৰম অন্যায় কৰিছে’। ফেচবুক লাইভযোগে ৰৈ ৰৈ বিনালে ছবিখনৰ পাইৰেচীক লৈ প্ৰচণ্ড ক্ষোভ উজাৰিলে পৰিচালক ৰাজেশ ভূঞাই।
1 Min read
WhatsApp Image 2025-11-08 at 5.42.53 PM
Assamese

নাগাৰা নামৰ বাবে জে'ল খটা ৰামচৰণ ভৰালীৰ এটা প্ৰতিজ্ঞা। ভৰালীয়ে কিয় কোনোদিনে কটা নাছিল দাঢ়ি?

পঞ্চভূতত বিলীন ৰামচৰণ ভৰালী। ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন নাগাৰা নামৰ মহীৰূহগৰাকীৰ। মৃত্যুৰ পিছত নাগাৰা নামৰ পিতামহ ৰামচৰণ ভৰালীৰ এটা কাহিনী পোহৰলৈ আহিছে। এটা প্ৰতিজ্ঞাৰ বাবেই ৰামচৰণ ভৰালীয়ে কটা নাছিল দাঢ়ি।
2 Min read
Konkolata Barua State University
Assamese

গহপুৰত কনকলতা বৰুৱা ৰাজ্যিক বিশ্ববিদ্যালয়ৰ শিলান্যাস আৰু ভূমি পূজন

আজি বিশ্বনাথৰ গহপুৰৰ ভোলাগুৰিত প্ৰস্তাৱিত কনকলতা বৰুৱা ৰাজ্যিক বিশ্ববিদ্যালয়ৰ শিলান্যাস আৰু ভূমিপূজন কৰা হয়। কনকলতা বিশ্ববিদ্যালয়ৰ শিলান্যাস স্থাপন কৰে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে।
2 Min read
WhatsApp Image 2025-11-08 at 5.12.13 PM
Assamese

শোকাৱহ, ডিমা হাচাওৰ হাৰাংগাজাওত জলপ্ৰপাতত উদ্ধাৰ ৩ শিক্ষাৰ্থীৰ মৃতদেহ

ডিমা হাচাওৰ হাৰাংগাজাওত অঘটন। জলপ্ৰপাতত পৰি শিলচৰ NITৰ ৩ শিক্ষাৰ্থীৰ মৃত্যু। বৌলচল জলপ্ৰপাতত মৃত্যু এজন ছাত্ৰসহ ২ ছাত্ৰীৰ। মৃত ৩ শিক্ষাৰ্থীৰ দুগৰাকী উত্তৰপ্ৰদেশৰ আৰু এগৰাকী বিহাৰৰ।
2 Min read
Advertisment