Advertisment

অসম

Thumb
Assamese

ৰঙাঘৰৰ আলহী শেখৰজ্যোতি , অমৃতপ্ৰভা

ৰঙাঘৰৰ আলহী হ’ল শেখৰজ্যোতি গোস্বামী, অমৃতপ্ৰভা মহন্ত। শেখৰজ্যোতি, অমৃতপ্ৰভাক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ। দুয়োৰে পৰৱৰ্তী ঠিকনা কি হ'ব ইয়াকে লৈ এতিয়া চলিছে চৰ্চা। 
2 Min read
thumb
Assamese

কলিয়াবৰত চিলনী চোৰৰ সন্ত্ৰাস। মহিলাৰ পৰা চিলনী চোৰে থপিয়াই নিলে ১ লাখ ৪০ হাজাৰ টকাৰ বেগ।

কলিয়াবৰত দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে চিলনী চোৰৰ সন্ত্ৰাস। কেতিয়াবা যদি মহিলাৰ ডিঙিৰ পৰা সোণৰ চেইন থপিয়াই, কেতিয়াবা আকৌ মহিলাৰ হাতৰ পৰা বেগ থপিয়াই।
1 Min read
Thumb
Assamese

পুত্ৰক বিচাৰি কাৰাগাৰৰ সন্মুখত অসহায় মাতৃৰ কান্দোন

পুত্ৰক বিচাৰি বাক্সা জিলা কাৰাগাৰৰ সন্মুখত দুই অসহায় পিতৃ-মাতৃ। পৰীক্ষা দি উভতি অহা পুত্ৰক মোকলাই দিবলৈ আৰক্ষীৰ ভৰিত ধৰি অনুৰোধ মাতৃৰ। কিন্তু পুত্ৰক বিচাৰি অহা অসহায় মাতৃক লাঠী দেখুৱাই খেদি পঠিয়ালে আৰক্ষীয়ে। 
2 Min read
THUMB
Assamese

বাক্সাৰ ভয়ংকৰ ঘটনাত জড়িত আছিল তৃতীয় পক্ষ- DGP

বুধবাৰে বাক্সাৰ নিকাছিত সংঘটিত হৈছিল ভয়ংকৰ ঘটনা। আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত হৈছিল প্ৰচণ্ড হতাহতি। তাৰ মাজতেই DGPৰ চাঞ্চল্যকৰ মন্তব্য- বাক্সাৰ নিকাছিৰ এই ঘটনাত জড়িত আছিল তৃতীয় পক্ষ।
2 Min read
tHUMB
Assamese

‘একো বুজা নাই, ইমান ৰহস্য অথচ...। সামাজিক মাধ্যমত কি লিখিলে গৰিমাই

প্ৰাণৰ শিল্পী জুবিন গাৰ্গবিহীন আজি ২৭টা দিন। এতিয়া ন্যায়ৰ অপেক্ষাত সমগ্ৰ ৰাজ্য়বাসী। ৰাজ্যবাসীৰ মুখত মাথোঁ এটাই কথা #JusticeForZubeenGarg। তাৰ মাজতেই পত্নী গৰিমা শইকীয়া গাৰ্গৰ সামাজিক মাধ্যমত পুনৰ আৱেগিক পোষ্ট। 
2 Min read
THUMB
Assamese

সলনি হ'ল ঠিকনা। নতুন কাৰাগাৰৰ আলহী শ্যামকানু, সিদ্ধাৰ্থ...

সলনি হ'ল শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মাহতৰ ঠিকনা। আজিৰে পৰা বাক্সা জিলা কাৰাগাৰৰ আলহী শ্যামকানু মহন্ত , সিদ্ধাৰ্থ শৰ্মা, সন্দীপন গাৰ্গ, নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্য। ইজনকে।  
2 Min read
Shyamkanu Mahanta and Siddharth Sharma will appear in the CJM court
অসম

CJM আদালতত হাজিৰ কৰা হ'ব শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মাক

আজি CJM আদালতত হাজিৰ কৰা হ'ব শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মাক। । জুবিন গাৰ্গৰ মৃত্যুৰ মূল অভিযুক্ত শ্যামকানু আৰু সিদ্ধাৰ্থ শৰ্মা ইয়াৰ পূৰ্বে ১৪ দিনৰ SITৰ জিম্মাত আছিল ।
2 Min read
AASU Protest
Assamese

ৰাজ্যজুৰি আছুৰ বিক্ষোভ কাৰ্যসূচী

অসমীয়াৰ হিয়াৰ আমঠু শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায়ৰ দাবীত আজি ৰাজ্যজুৰি সদৌ অসম ছাত্ৰ সন্থাই ৰূপায়ণ কৰে বিক্ষোভ কাৰ্যসূচী৷ আছু কৰ্মীয়ে সাৱ্যস্ত কৰে প্ৰতিবাদ।
2 Min read
hagrama mahilari
Assamese

বড়োভূমিৰ কি বিভাগ, কাৰ হাতত? হাগ্ৰামাই কি কি দপ্তৰ ৰাখিলে নিজৰ লগত?

BTCৰ ১২গৰাকী কাৰ্যবাহী সদস্যক দপ্তৰ বিতৰণ হাগ্ৰামাৰ। ৬টা দপ্তৰ নিজৰ হাতত ৰাখি হাগ্ৰামা মহিলাৰীয়ে বিতৰণ কৰিলে আন সমূহ দপ্তৰ। হাগ্ৰামাই নিজৰ হাতত ৰাখিলে PWD, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, বিত্ত, যুৱ কল্যাণ বিভাগ, আৰু জনজাতি উন্নয়ন, সাংস্কৃতিক পৰিক্ৰমা বিভাগ।
1 Min read
THUMB
Assamese

SITয়ে মাতিছে বিশিষ্ট ব্যক্তিক। কিন্তু চলন্ত তদন্ত প্ৰক্ৰিয়াত বাধা দিলে বিশিষ্ট ব্য়ক্তি হ'ব নেকি দোষী? কি কয় আইনে?

বিশিষ্ট ব্যক্তিক SITয়ে মাতি আলোচনা কৰিলে তদন্তত বাধা হ'ব নেকি? আইন মতে এটা চলন্ত গোচৰ বা তদন্ত প্ৰক্ৰিয়াত কোনোৱে যদি বাধা দিয়ে তেন্তে কোন কিমান দোষী হ'ব? DY365ৰ পৰিচালন সম্পাদক তথা জ্যেষ্ঠ সাংবাদিক কুমুদ দাসৰ দৃষ্টিত SITৰ আমন্ত্ৰণক লৈ কিছু আলোকপাত।
1 Min read
Advertisment