Assamese জনজাতিকৰণ লাগিবই! অন্যথা বিজেপিক ওফৰাই পেলোৱাৰ হুংকাৰ আটছাৰ এইবাৰ আদিবাসীয়ে কঁপাই তুলিব ঢেকীয়াজুলিৰ ৰাজপথ। তিনিচুকীয়া, ডিব্ৰুগৰৰ পিছত এইবাৰ শোণিতপুৰৰ ঢেকীয়াজুলিত বৃহৎ আন্দোলনৰ হুংকাৰ আদিবাসী চাহ জনগোষ্ঠীয় লোকৰ।
Assamese মোৰ ঠাইত আইনী আৰু চিকিৎসা বিশেষজ্ঞক বৈঠকলৈ মাতকঃ অনুৰাধা শৰ্মা পূজাৰী SITৰ আমন্ত্ৰণ প্ৰত্যাখান কৰিলে অনুৰাধা শৰ্মা পূজাৰীয়ে। সামাজিক মাধ্যমত প'ষ্ট কৰি সাহিত্যিকগৰাকীয়ে SITক জনালে আহ্বান। 'মোৰ স্থানত আইনী আৰু চিকিৎসাৰ বিষয়ে জ্ঞান থকা বিশেষজ্ঞক বৈঠকলৈ আমন্ত্ৰণ কৰা হ'লেহে তদন্ত প্ৰক্ৰিয়াত উপযুক্ত মতামত দিব পাৰিলেহেঁতেন'।
Assamese নাবালিকা ধৰ্ষণকাৰী ৰাজদ্বীপ দাস বৰভূঞাক ২৫ বছৰৰ সশ্ৰম কাৰাদণ্ড নাবালিকাৰে কু-কাণ্ড কৰা ৰাজদ্বীপ দাস বৰভূঞা নামৰ লম্পটক ২৫ বছৰৰ সশ্ৰম কাৰাদণ্ড বিহিলে কাছাৰ জিলা সত্ৰ আৰু জিলা ন্যায়াধীশ আদালতে। ২০২৪ৰ ১১ অক্টোবৰত নৱমীৰ দিনা কাছাৰ জিলাৰ উধাৰবন্ধ মধুৰাত সংঘটিত হৈছিল এই ধৰ্ষণ কাণ্ড।
Assamese জুবিন গাৰ্গৰ পোষ্টমৰ্টেম ৰিপ'ৰ্ট ৰাজহুৱা কৰা হ’ব বুলি ভুৱা প্ৰচাৰ চলাইছে একাংশইঃ SDGP মুন্নাপ্ৰসাদ গুপ্তা জুবিনৰ মৰণোত্তৰ, ভিছেৰা ৰিপ'ৰ্ট একাংশই কাইলৈ ৪ বজাত ৰাজহুৱা কৰা হ’ব বুলি ভুৱা প্ৰচাৰ চলাইছে বুলি মন্তব্য SDGP গুপ্তাৰ। জুবিনৰ মৃত্যুৰ তদন্ত ক্ষিপ্ৰতাৰে চলিছে বুলিও মন্তব্য মুন্নাপ্ৰসাদ গুপ্তাৰ।
Assamese নিজ প্ৰতিভাৰে জিলিকি উঠিল ডিমাকুছিৰ দুই যুৱক-যুৱতী সদ্য ঘোষিত ৰাজ্য চৰকাৰৰ ADR পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ অসম আৰক্ষীত নিযুক্তি লাভ কৰি বৃহত্তৰ অঞ্চলটোলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হয় মনিন্দ্ৰ ৰাজবংশী আৰু ৰুণুমী নাথে৷
Assamese প্ৰায় ২ লাখৰ দৰমহাৰ চাকৰি, চৰকাৰে মুকলি কৰিলে আঁচনি ৰাজ্যত মুকলি হ'ল CM-FLIGHT শীৰ্ষক অভিলাসী আঁচনি। অসমৰ পৰা প্ৰথম পৰ্যায়ত ৫০ হাজাৰ যুৱক-যুৱতীক পঠিওৱা হ'ব জাপানলৈ। প্ৰায় ২ লাখৰ দৰমহাৰ চাকৰি কৰিব পাৰিব জাপানত।
Assamese জুবিন গাৰ্গে ন্যায় পোৱা নাই, কেনেকৈ দীপাৱলী পালন কৰে অসমীয়াই? শব্দহীনভাৱে দীপাৱলী উদযাপন আহ্বান জুবিন গাৰ্গ বিহীন কোনো উত্সৱেই পালন কৰিব পৰা নাই অসমীয়াই। পূজাৰ পিছত এতিয়া পোহৰৰ উত্সৱ দীপাৱলী। কিন্তু জুবিন গাৰ্গ বিহীন প্ৰথমটো দীপাৱলী পালন কৰিব অসমীয়াই। ব্যথিত মনেৰে এইবাৰ অসমবাসীক শব্দবিহীন দীপাৱলী পালনৰ আহ্বান।
Assamese কালি গোটেই ৰাতি বৌয়ে কান্দি আছে... CIDৰ কাৰ্যালয়ত জুবিন গাৰ্গৰ ভাতৃসম অৰুণ গাৰ্গ। চিআইডিয়ে ভাষ্য গ্রহণ কৰিলে অৰুণ গাৰ্গৰ। CIDৰ কাৰ্যালয়ত হাজিৰ হৈ অৰুণ গাৰ্গে ক'লে- কালি গোটেই ৰাতি বৌয়ে কান্দি আছে, মোক এতিয়া কেৱল দাদাৰ ন্যায় লাগে।
Assamese অসমৰ এইবাৰ যুঁজ এখন হ'ব-গৌৰৱ গগৈ '২৬ৰ নিৰ্বাচনলৈ কঁকালত টঙালি বান্ধিছে কংগ্ৰেছে। ঢেকিয়াজুলিত সদ্য বিজেপিত্যাগী বাতাচ ওৰাংসহ ৬ শতাধিক লোকৰ কংগ্ৰেছত যোগদান। যোগদান সভাতে মুখ্যমন্ত্ৰী আৰু বিজেপি দলৰ বিৰুদ্ধে বিস্ফোৰণ গৌৰৱ গগৈৰ।
Assamese দৰিদ্ৰতাৰ প্ৰাচীৰ ভাঙি উজলিল চৰাইদেউৰ কৃষ্ণ বৰা দিন হাজিৰা কৰা এটা দৰিদ্ৰ পৰিয়াললৈ আনন্দৰ বতৰা৷ দৰিদ্ৰতাই যে সফলতাৰ ক্ষেত্ৰত হেঙাৰ হ’ব নোৱাৰে তাৰে নিদৰ্শন দাঙি ধৰিছে চৰাইদেউৰ চাৰিমুঠীয়া গোহাঁই গাঁৱৰ এজন যুৱকে।