Assamese পঞ্চভূতত বিলীন চিকিৎসক ডাঃ খৰ্গেশ্বৰ লাহনৰ নশ্বৰদেহ লণ্ডনত স্ত্ৰী ৰোগ আৰু প্ৰসূতি বিভাগৰ চিকিৎসক হিচাপে কৰ্মৰত ডাঃ খৰ্গেশ্বৰ লাহনৰ অন্তিম সৎকাৰ সম্পন্ন। গৃহ ভূমি টিংখাঙত অগণন গুণমুগ্ধৰ উপস্থিতিত অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন বিশিষ্ট চিকিৎসকগৰাকীৰ।
Assamese চিকিৎসালয়ৰ ভিতৰতে মাতৃক হত্যা! আৰক্ষীৰ জালত কুলাংগাৰ পুত্ৰ এক ভয়ংকৰ ঘটনা। পাষণ্ড, কুলাংগাৰ পুত্ৰৰ হাতত প্ৰাণ হেৰুৱালে এগৰাকী মাতৃয়ে। শ্ৰীভূমি অসামৰিক চিকিৎসালয়ৰ ভিতৰতে সংঘটিত হৈছে এই ঘটনা। এতিয়া প্ৰশ্ন হৈছে- কেনেকৈ ইমান নিষ্ঠুৰ হ'ব পাৰে মানুহ?
Assamese জুবিন গাৰ্গক লৈ নিকৃষ্ট ৰাজনীতি নকৰিব কংগ্ৰেছ দলৰ হাতত কোনো ইচ্ছু নাই। প্ৰতিটো নিৰ্বাচনত শূণ্য হৈ আহিছে কংগ্ৰেছ দল। কংগ্ৰেছলৈ কেন্দ্ৰীয় বিদেশ ৰাজ্য মন্ত্ৰী পবিত্ৰ মাঘেৰিটাৰ আহ্বান-জুবিন গাৰ্গক লৈ নিকৃষ্ট ৰাজনীতি নকৰিব।
Assamese হাফ পেণ্ট পিন্ধি দৌৰাৰ বাবে সমালোচনা কৰা মামনি বেগমক লৈ গৌৰৱাম্বিত অঞ্চলবাসী দৌৰাৰ সময়ত হাফ পেণ্ট পৰিধান কৰিছিল মামনিয়ে । যাৰবাবে সমালোচনাৰো সন্মুখীন হৈছিল মামনি। চাকৰিত আবেদন কৰাৰ পাছৰে পৰা প্ৰতিদিনে শৰীৰ চৰ্চাৰ কৰাৰ লগতে দৌৰিছিল মামনিয়ে।
Assamese পুনৰ চমন জাৰি, CID কাৰ্যালয়ত উপস্থিত হ’ব লাগিব ছিংগাপুৰৰ প্ৰৱাসী অসমীয়া সঠিকভাৱে চলি আছে জুবিন গাৰ্গৰ মৃত্যুৰ সঠিকভাৱে তদন্ত। কিন্তু জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তত এইপৰ্যন্ত সহযোগিতা কৰা নাই ছিংগাপুৰৰ প্ৰৱাসী অসমীয়াই। শীঘ্ৰেই CID কাৰ্যালয়ত উপস্থিত হ’ব লাগিব জুবিন গাৰ্গৰ সৈতে য়ট পাৰ্টীত উপস্থিত থকা প্ৰৱাসী অসমীয়া।
Assamese ৩ বছৰ বয়সতে পিতৃক হেৰুৱা দৰিদ্ৰ পৰিয়ালৰ পপীয়ে লাভ কৰিলে চৰকাৰী চাকৰি কষ্টৰ ফল যে মিঠা সেই কথা প্ৰমাণ কৰিলে পপী গায়নে। আজি ঘোষণা হোৱা অসম আৰক্ষীৰ সংশ্লিষ্ট বিভাগৰ কনিষ্টবল পদত নিযুক্তি লাভ কৰিলে অতি দৰিদ্ৰ পৰিয়ালৰ পিতৃহীন পপীয়ে।
Assamese হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যু প্ৰকৃত কাৰন কেতিয়া পোহৰলৈ আনিব SITএ ? এতিয়া প্ৰশ্ন, জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰকৃত কাৰণ কেতিয়া পোহৰলৈ আহিব? জুবিন গাৰ্গৰ মৃত্যু যদি সঁচাই ষড়যন্ত্ৰ আছিল তেতিয়াহ'লে দোষীয়ে কি শাস্তি পাব?
Assamese জুবিন গাৰ্গৰ সমাধিক্ষেত্ৰত উচুপি উঠিল পত্নী গৰিমা শইকীয়া গাৰ্গ ‘২২টা দিন পাৰ হ’ল, কি হৈছিল আমি একোৱেই নাজানো’। 'জুবিন গাৰ্গৰ ন্যায়ৰ বাবে সকলোৱে প্ৰাৰ্থনা কৰক'। '#JusticeForZubeenGarg লিখি ন্যায়ৰ দাবী তোলক সকলোৱে'।
Assamese অসমত মিঞা মুছলমানৰ জনসংখ্যা বৃদ্ধি পাব ৩৮ শতাংশলৈ! সলনি হবলৈ গৈ আছে অসমৰ জনগাঁথনি। পৰৱর্তী লোকপিয়লত অসমত মিঞা মুছলমানৰ জনসংখ্যা বৃদ্ধি পাব ৩৮ শতাংশলৈ। ভৱিষ্যতে মিঞা মুছলমানসকল অসমৰ সৰ্ববৃহৎ জনগোষ্ঠীত পৰিণত হ'ব ।
Assamese আমি সূতা, লুঙীৰ ৰাজনীতি কৰা নাই-মুখ্যমন্ত্ৰী আমি সূতা, লুঙীৰ ৰাজনীতি কৰা নাই। অসমৰ ৪০ লাখ মহিলাক লাখপতি বাইদেউ হিচাপে গঢ়ি তুলিবলৈ আমি কষ্ট কৰিছোঁ, সংগ্ৰাম কৰিছোঁ ৷ এনেধৰণৰ কাম যদি কংগ্ৰেছে কৰিলেহেঁতেন আমাৰ অসমৰ পৰা দৰিদ্ৰতা কেতিয়াবাই নোহোৱা হ'লহেঁতেন ৷