Advertisment

অসম

Thumb
Assamese

গৌৰৱ গগৈয়ে কিয় নুবুজে মিঠাতেলৰ মূল্য?

'ইংৰাজৰ শাসনৰ তলত যাব বিচাৰিছে এতিয়া কংগ্ৰেছে দল'। গৌৰৱ গগৈক কটাক্ষ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য,'গৌৰৱ গগৈৰ সন্তানে sun flowerৰ তেল খাই বাবে মিঠাতেলৰ মূল্য বুজি নাপায়'।
2 Min read
WhatsApp
Assamese

ঘৰৰ পৰাই হোৱাটছএপ কৰি লাভ কৰক চৰকাৰী নথি! চৰকাৰৰ ডাঙৰ সিদ্ধান্ত

চৰকাৰে জনতাক দিলে ভাল খবৰ। হোৱাটছএপ কৰিয়েই লাভ কৰক জন্ম, জাতি, আৰু বিবাহৰ প্ৰমাণ পত্ৰ, সম্পত্তি কৰ, আৰু ড্ৰাইভিং লাইচেন্স। যাব নালাগে চৰকাৰী কাৰ্যালয়, পাতিব নালাগে শাৰী...
2 Min read
himanta biswa sarma
অসম

দৰমহাৰ টকাৰে কিদৰে চলিছে মুখ্যমন্ত্ৰী?

মুখ্যমন্ত্ৰীৰ হাতত কিমান টকা, কিমান সম্পত্তি? নিজৰ সম্পত্তিৰ কথা কি ক'লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই? ভাল কৰি কোনোবাই কাম কৰি খালে তাত কাৰ আপত্তি আছে বুলিও প্ৰশ্ন।
1 Min read
rajen gohain
Assamese

কোনো জুবিন অনুৰাগীয়ে এইবাৰ বিজেপিক ভোট নিদিয়ে বুলি মন্তব্য ৰাজেন গোহাঁইৰ

ৰাজ্যৰ ৰাজনীতি তোলপাৰ লগোৱা অভিযোগ ৰাজেন গোহাঁইৰ। ‘অসমীয়াৰ আটাইতকৈ ডাঙৰ শত্ৰু হৈছে বিজেপি’। বিজেপি ত্যাগ কৰিয়েই এই মন্তব্য বিজেপিৰ প্ৰাক্তন ৰাজ্যিক মন্ত্ৰীগৰাকীৰ।
1 Min read
zubeen
Assamese

সিদ্ধাৰ্থহঁতে পইচাৰ হিচাপ নিদিয়াৰ বাবেই মোবাইল ভাঙি দিছিল জুবিন গাৰ্গে! 'জুবিনে এদিন খুউব দুখেৰে কৈছিল, খগেন দা মোৰ লগত পইচা নাই অ'

জুবিন গাৰ্গে টকা পইচাৰ খেলিমেলিৰ কথা গম পাইছিল। দাদাই এদিন আমাক কৈছিল 'মই মোবাইল ভাঙি পেলালো নহয়'। 'মোৰ একাউণ্টত ৫ কোটি টকা এটা নাই। তিনিবছৰ ধৰি মোক একো হিচাপ দিয়া নাই'।
2 Min read
জনজাতিকৰণৰ দাবীত কঁপিছে তিনিচুকীয়া
Assamese

জনজাতিকৰণৰ দাবীত কঁপিছে তিনিচুকীয়া,ৰাজপথত লাখ লাখ প্ৰতিবাদকাৰী...

দীৰ্ঘদিনীয়া জনজাতিকৰণৰ দাবী আৰু অৰ্থনৈতিক সমস্যা সমাধানৰ দাবীত তিনিচুকীয়াত অস্থিৰতা । মুখ্যমন্ত্ৰীৰ ভ্ৰমণৰ সময়তে ১ লাখতকৈ অধিক লোকে বিশাল প্ৰতিবাদ সাব্যস্ত কৰে।
2 Min read
Thumb
Assamese

“২০ দিন …মই সঁচাই আছো নে জীয়াই ?” গৰিমা শ‌ইকীয়া গাৰ্গৰ আৱেগিক পোষ্ট

জুবিন গাৰ্গবিহীন ২০টা দিন। জুবিন গাৰ্গৰ বাবে ন্যায়ৰ আশাত বন্দী পত্নী গৰিমা শইকীয়া গাৰ্গৰ সামাজিক মাধ্যমত পুনৰ আৱেগিক পোষ্ট। সামাজিক মাধ্যমত গৰিমাই লিখিছে, “২০ দিন …মই সঁচাই আছো নে জীয়াই ?”
2 Min read
Thumb
Assamese

জুবিন গাৰ্গৰ ভাতৃ সন্দীপন গাৰ্গক গ্ৰেপ্তাৰ

জুবিন গাৰ্গৰ সম্পৰ্কীয় ভাতৃ সন্দীপন গাৰ্গক গ্ৰেপ্তাৰ। SITৰ জেৰাৰ পিছতে গ্ৰেপ্তাৰ সন্দীপন গাৰ্গক। জুবিন গাৰ্গৰ মৃত্যুৰ সময়ত য়ট পাৰ্টীত আছিল সন্দীপন। আজি CID কাৰ্যালয়ত উপস্থিত হোৱাৰ পাছতে গ্ৰেপ্তাৰ কৰা হয় সন্দীপনক।
2 Min read
Thumb
Assamese

কিয় হঠাতে ৰাজনীতি বেয়া পোৱা হ'ল দীপলীনা ডেকাই ?

জুবিন গাৰ্গকলৈ আৰম্ভ হৈছে বোকা চটিওৱাৰ তৰল ৰাজনীতি। কি শাসক- কি বিৰোধী, সকলো যেন একে নাওঁৰে যাত্ৰী। ৰাজনৈতিক স্বাৰ্থ সিদ্ধিৰ বাবে মৃত্যুৰ পাছতো একাংশই ব্যৱহাৰ কৰিবলৈ এৰা নাই জুবিন গাৰ্গক।
2 Min read
Thumb
Assamese

দাতা কৰ্ণ জুবিন গাৰ্গ, দুই দেহৰক্ষীৰ একাউণ্টযোগে ১ কোটিৰো অধিক টকাৰ লেনদেন

দাতা কৰ্ণ আছিল জুবিন গাৰ্গ। ষ্টুডিঅ’ত গান গোৱা পইচা নিজে নাৰাখি দিছিল দুই দেহৰক্ষীক। বৰা আৰু বৈশ্য নামৰ দুই দেহৰক্ষীৰ একাউণ্টত হৈছিল ১ কোটিৰো অধিক টকাৰ লেনদেন। 
2 Min read
Advertisment