Assamese হাৰ্টথ্ৰৱ জুবিন গাৰ্গলৈ গৰিমা শইকীয়া গাৰ্গৰ আৱেগিক পোষ্ট জুবিন গাৰ্গৰ মৃত্যুৰ দুটা পষেকৰ পাছত জুবিন গাৰ্গক লৈ পত্নী গৰিমা শইকীয়া গাৰ্গৰ আৱেগিক পোষ্ট। সামাজিক মাধ্যমত জুবিন গাৰ্গৰ সৈতে উঠা অন্তিমখন ফটো শ্বেয়াৰ কৰিলে গৰিমাই লিখিছে- 'মোক উত্তৰ লাগে'।
Assamese '২৬ত মোক ভোট দিয়ক, মিঠাতেলো ফ্ৰী দিম-মুখ্যমন্ত্ৰী ৰাজ্যত শুভাৰম্ভ হ’ল অৰুণোদয় ৩.০ আঁচনি। আজিৰে পৰাই লাখ লাখ মহিলাই লাভ কৰিব অৰুণোদয়ৰ ১২৫০ টকাকৈ ধন। ৰাজ্যৰ ৩০ লাখ মহিলাক সাঙুৰি লোৱা হৈছে অৰুণোদয় ৩.০ আঁচনিত।
Assamese BTCৰ মুখ্য কাৰ্যবাহী সদস্যৰূপে শপতগ্ৰহণ হাগ্ৰামা মহিলাৰীৰ BTCৰ মুখ্য কাৰ্যবাহী সদস্যৰূপে শপতগ্ৰহণ কৰিলে হাগ্ৰামা মহিলাৰীয়ে। কোকৰাঝাৰৰ বডোফা নগৰত হাগ্ৰামাৰ শপতগ্ৰহণলৈ প্ৰতিকুল বতৰকো নেওচি আহিল হাজাৰ হাজাৰ লোক।
Assamese মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন গ্ৰহণ নকৰিলে গৰিমাই GMCHত কৰা জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন প্ৰকাশ। মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন লৈ SITৰ দল উপস্থিত হয় গৰিমা শইকীয়া গাৰ্গৰ কাহিলিপাৰাৰ বাসগৃহত।
Assamese ভয়ংকৰ ষড়যন্ত্ৰ! বিহ দি জুবিনক হত্যাঃ শেখৰৰ বিস্ফোৰণ কাৰ কি অপকাৰ কৰিছিল জুবিন গাৰ্গে? CIDৰ জিম্মাত থকা শেখৰৰ বিস্ফোৰণ - ‘সিদ্ধাৰ্থ, শ্যামকানু মহন্তই বিদেশী সুৰাৰ লগত দিছিল বিহ’। ৰিমাণ্ড নোটত শেখৰৰ ইটোৰ পিছত সিটো বিস্ফোৰণ।
Assamese শ্যামকানু মহন্তৰ হৈ উকালতি কৰা কোন এই অধিবক্তা ৰাজ কমল? জুবিন গাৰ্গৰ মৃত্যুৰ মূল অভিযুক্ত শ্যামকানু মহন্তই উচ্চতম ন্যায়ালয়ত দাখিল কৰিলে লেখ আৱেদন। এই লেখ আৱেদন দাখিল কৰাত শ্যামকানু মহন্তক সহায় কৰিলে উচ্চতম ন্যায়ালয়ৰ এগৰাকী পৰিচিত অধিবক্তা ৰাজ কমলে। Assam | Guwahati |
Assamese উচ্চতম ন্যায়ালয়ত 'ফেষ্টিভেল মহন্ত'খ্যাত শ্যামকানুৰ আগতীয়া আবেদন: গ্ৰেপ্তাৰৰ পাছত পোহৰলৈ চাঞ্চল্যকৰ তথ্য! জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ মৃত্যুক লৈ সৃষ্টি হোৱা বিতৰ্কৰ মাজতে গ্ৰেপ্তাৰ হোৱা ' শ্যামকানু মহন্তৰ সন্দৰ্ভত এক চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে।
Assamese জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ: শ্যামকানন্দ মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে হত্যাৰ অভিযোগ বিশেষ অনুসন্ধানকাৰী দল চমুকৈ SIT-এ অসমৰ জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুক লৈ চলি থকা বিস্তৃত জেৰাৰ পাছত কিছু নতুন প্ৰমাণ লাভ কৰাৰ কথা প্ৰকাশ পাইছে।
Assamese হেণ্ডকাফ লগাই নহয়, মুখ ঢাকি আনিব লাগিছিল শ্যামকানুকঃ জ্যেষ্ঠ অধিবক্তা এ কে ভূঞা 'শ্যামকানু মহন্তৰ মুখখন ঢাকি আনিব লাগিছিল'। 'নিৰাপত্তাৰ প্ৰতি ভাবুকি নাথাকিলে আইনৰ মতে মানুহ এজনক হেণ্ডকাফ লগাবই নোৱাৰে'। -জ্যেষ্ঠ অধিবক্তা এ কে ভূঞা। Assam | Guwahati |
Assamese জুবিন গাৰ্গৰ মৃত্যুৰ মূল অভিযুক্ত শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মাক গ্ৰেপ্তাৰ গ্ৰেপ্তাৰ হৈছে জুবিন গাৰ্গৰ মৃত্যুৰ মূল অভিযুক্ত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা। দিল্লীত শ্যামকানু মহন্ত গ্ৰেপ্তাৰ কৰাৰ লগতে ৰাজস্থানত গ্ৰেপ্তাৰ হয় সিদ্ধাৰ্থ শৰ্মা।