Advertisment

অসম

DURGA PUJA
Assamese

আজি শাৰদীয় দুৰ্গোৎসৱৰ মহাঅষ্টমী

আজিৰ মহাঅষ্টমীৰ দিনা মা দুৰ্গা দেৱীৰ অষ্টম ৰূপ মহাগৌৰীক পূজা কৰা হয়। প্ৰবাদমতে কঠোৰ তপস্যা কৰি দেৱী দুৰ্গাই গৌৰ বৰ্ণ লাভ কৰিছিল বাবে তেওঁৰ নাম মহাগৌৰী। 
2 Min read
THUMB
Assamese

যোৰহাটলৈ জুবিন গাৰ্গৰ নশ্বৰদেহ কঢ়িওৱা কফিন আৰু চিতাভস্ম

১৯ ছেপ্তেম্বৰৰ দিনটো অভিশপ্ত হৈ আহিছিল প্ৰতিজন অসময়ীৰ বাবে। এটা খবৰতেই সৰগ খহি পৰিছিল প্ৰতিজন অসমীয়াৰ মূৰত। স্তব্ধ হৈ পৰিছিল অসমৰ জনজীৱন। কাৰণ এই দিনটোতে আমাক নিথৰুৱা কৰি অজান দেশলৈ গুছি গৈছিল আমাৰ স্বাভিমান আমাৰ মৰমৰ জুবিন গাৰ্গ। 
1 Min read
THUMB
Assamese

প্ৰয়োজনত ৰাজনীতি ত্যাগ কৰিম, কিন্তু জুবিন গাৰ্গৰ ন্যায় লাগিবই

হাৰ্টথ্ৰৱ জুবিন গাৰ্গবিহীন আজি ১২টা দিন। অসম আৰু অসমীয়াৰ এই কঠোৰ সময়ৰ মাজতো কিন্তু অসমীয়াই ক্ষোভত জ্বলিছে । কাৰণ এতিয়ালৈকে জুবিন গাৰ্গৰ মৃত্যুৰ মূল অভিযুক্তক গ্ৰেপ্তাৰ কৰিব পৰা নাই আৰক্ষীয়ে। 
2 Min read
DURGA PUJA
Assamese

আজি শাৰদীয় দুৰ্গোত্‍সৱৰ মহাসপ্তমী।

মহাসপ্তমীৰ দিনটোত দেৱীৰ সপ্তম ৰূপ মা কালৰাত্ৰীক পূজা কৰা হয়। প্ৰচলিত বিশ্বাস মতে সপ্তমী তিথিৰ পৰা আৰম্ভ হৈছিল মহিষাসুৰৰ লগত যুদ্ধ। মা কালৰাত্ৰীয়ে অসুৰক বধ কৰিছিল। 
2 Min read
Bomb Threat at TVK Chief Vijay’s Chennai Home
অসম

টিভিকেৰ মুৰব্বী চি যোচেফ বিজয়ৰ ঘৰত বোমাৰ ভাবুকি, আৰক্ষীৰ বৃহৎ অভিযান

চেন্নাই আৰক্ষীয়ে দেওবাৰে এক বেনামী ফোন কল লাভ কৰিছিল, য'ত দাবী কৰা হৈছিল যে টিভিকেৰ মুৰব্বী তথা অভিনেতা চি যোচেফ বিজয়ৰ নীলংকৰাইৰ বাসগৃহত এটা বোমা স্থাপন কৰা হৈছে।
2 Min read
ASIA CUP WEB
Assamese

'জয়ৰ তিলক'! নৱমবাৰলৈ এছিয়া কাপৰ খিতাপ দখল কৰিলে ভাৰতে

৪১ বছৰৰ মূৰত এছিয়া কাপ ২০২৫ৰ ফাইনেলত ভাৰতৰ মুখামুখী হোৱা পাকিস্তান শোচনীয়ভাৱে পৰাস্ত হয়। এই বিজয়ৰ লগে লগে ভাৰতে নৱমবাৰৰ বাবে এছিয়া কাপৰ খিতাপ দখল কৰে। (এছিয়া কাপ)
3 Min read
Duga Puja
Assamese

হিন্দু সম্প্ৰদায়ৰ বৃহত্তম ধৰ্মীয় আৰু সামাজিক উৎসৱ হ'ল দুৰ্গা পূজা বা দুৰ্গোৎসৱ

আহিনৰ শুক্ল পক্ষৰ ষষ্ঠতম দিন তথা ষষ্ঠীৰ দিনাৰ পৰা আৰম্ভ হৈ দশমীপৰ্যন্ত থাকে এই দুৰ্গোৎসৱ। এই পাঁচদিন যথাক্ৰমে ষষ্ঠী, মহাসপ্তমী, মহাষ্টমী, মহানৱমী আৰু বিজয়া দশমী।
2 Min read
BTC
অসম

৩ অক্টোবৰত বড়োলেণ্ড টেৰিট’ৰিয়েল কাউন্সিলৰ শপতগ্ৰহণ অনুষ্ঠান

বড়োলেণ্ড পিপলছ ফ্ৰণ্ট (BPF)ৰ নেতা হাগ্ৰামা মহিলাৰীয়ে প্ৰকাশ কৰিছে যে বড়োলেণ্ড টেৰিট’ৰিয়েল কাউন্সিলৰ (BTC) শপত গ্ৰহণ অনুষ্ঠান ৩ অক্টোবৰত অনুষ্ঠিত হ’ব।
1 Min read
GOALPARA ENCOUNTER
Assamese

দুৰ্গাপূজাৰ মাজতেই অপৰাধীলৈ লক্ষ্য কৰি আৰক্ষীৰ গুলীচালনা

এইবাৰ ডকাইতলৈ লক্ষ্য কৰি পুনৰ গৰজি উঠিল আৰক্ষীৰ বন্দুক ! এইবাৰ গোৱালপাৰাৰ ধূপধৰাত এনকাউণ্টাৰৰ ঘটনা।  আৰক্ষীৰ গুলিত নিহত হৈছে চাৰিজনকৈ ডকাইত !
1 Min read
pm man ki baat zubeen
Assamese

মন কী বাতত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গভীৰ শ্ৰদ্ধাঞ্জলি, জুবিন গাৰ্গলৈ

‘জুবিন গাৰ্গৰ অস্বাভাৱিক মৃত্যুত শোকস্তব্ধ হৈ পৰিছে জনতা’। ‘জুবিন গাৰ্গ এজন বিখ্যাত গায়ক আছিল ’। ‘অসমৰ সংস্কৃতিৰ সৈতে এক গভীৰ সম্বন্ধ আছিল জুবিন গাৰ্গৰ’
1 Min read
Advertisment