Advertisment

অসম

city fly over
Assamese

ভাল খবৰ, পূজাৰ এদিন পূৰ্বেই দুখনকৈ উৰণ সেতু লাভ কৰিলে মহানগৰবাসীয়ে

পাণবজাৰ আৰু পানীখাইতীত দুখন নতুন উৰণ সেতু ৰাইজলৈ মুকলি কৰি দিলে ৰাজ্য চৰকাৰে  ৷ যান-জঁট যথেষ্ট পৰিমাণে হ্ৰাস কৰাৰ উদ্দেশ্যেৰেই মুকলি কৰা হ'ল সেতু দুখন। 
2 Min read
CM ON SHYAMKANU
Assamese

শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মাই ফেচবুক লাইভ কৰি বা পত্ৰ লিখি সাৰি যাব নোৱাৰিবঃ মুখ্যমন্ত্ৰী

৬ অক্টোবৰত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক অসমৰ CIDৰ কাৰ্যালয়ত উপস্থিত হ'বলৈও আহ্বান মুখ্যমন্ত্ৰীৰ। যদি শ্যামকানু আৰু সিদ্ধাৰ্থ নিৰ্দোষী তেন্তে সাহসেৰে আহক। 
2 Min read
zubeen
Assamese

হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তক লৈ SITৰ তদন্ত আৰম্ভ, CIDৰ কাৰ্যালয়ত উপস্থিত শেখৰজ্যোতি, নিশিতা, অমৃতপ্ৰভা

অভিনেত্ৰী নিশিতা গোস্বামীৰ মন্তব্য- 'জুবিনদাৰ মৃত্যুৰ বাবে সম্পূৰ্ণৰূপে দায়ী শ্যামকানু আৰু সিদ্ধাৰ্থ'। ‘জুবিনদাক সম্পূৰ্ণ মেডিকেল ছাপৰ্টত নিব লাগিছিল শ্যামকানুৱে’।
2 Min read
BTR Election
Live
Assamese

কাৰ হাতলৈ যাব BTR? চলি আছে ভাগ্য নিৰ্ণয় কৰা ভোটগণনা

আজি পুৱাৰে পৰা আৰম্ভ হৈছে বড়োলেণ্ড টেৰিট’ৰিয়েল কাউন্সিল নিৰ্বাচনৰ ভোটগণনা। বিজয়ধ্বজা উৰুৱাবলৈ সাজু হৈ আছে প্ৰতিটো দল। ৫ খনকৈ জিলাৰ ৪০ পৰিষদীয় সমষ্টিত চলি আছে ভোটগণনা।
1 Min read
বড়োলেণ্ড টেৰিট’ৰিয়েল কাউন্সিল নিৰ্বাচনৰ ৫ জিলাৰ ৪০ পৰিষদীয় সমষ্টিৰ ভোটগণনা
Assamese

বড়োলেণ্ড টেৰিট’ৰিয়েল কাউন্সিল নিৰ্বাচনৰ আজি ভোটগণনা। বিটিচিত কোনে উৰুৱাব বিজয়ধ্বজা ?

বড়োলেণ্ড টেৰিট’ৰিয়েল কাউন্সিল নিৰ্বাচনৰ ৫ জিলাৰ ৪০ পৰিষদীয় সমষ্টিৰ ভোটগণনা। ৩১৬ প্ৰাৰ্থীৰ ভাগ্য বন্দী কৰিছিল ভোটাৰে। এইবাৰ বিটিচি নিৰ্বাচনত ভোটদানৰ হাৰ আছিল ৭৮.৪২%।
2 Min read
জুবিনৰ মৃত্যুৰ পাছত অসম আৰু ভৱিষ্যৎ
Assamese

জুবিনৰ মৃত্যুৰ পাছত অসম, ভৱিষ্যৎ আৰু সম্ভাৱনা...

জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ আকস্মিক মৃত্যুৰ পিছত সমগ্ৰ অসম শোকস্তব্ধ হৈ পৰিছে। বিশেষ তদন্তকাৰী দল SIT-এ জুবিনৰ মৃত্যুৰ তদন্ত অব্যাহত ৰাখিছে।
2 Min read
zubeen
Assamese

জুবিন যেন আমাৰ দেউতা! ৰাজহুৱা মুণ্ডন কৰি জুবিনলৈ শ্ৰদ্ধাঞ্জলি অনুৰাগীৰ

জুবিনৰ তিলনী পাতি ৰাজহুৱা মুণ্ডন অনুৰাগীৰ। সম্পূৰ্ণ মায়ামৰা সম্প্ৰদায়ৰ পৰম্পৰা অনুসৰি অনুষ্ঠিত আধ্যাত্মিক অনুষ্ঠানত জুবিনলৈ ব্যতিক্ৰমী ৰূপত শ্ৰদ্ধাঞ্জলি জনালে অনুৰাগীয়ে। অসম | গুৱাহাটী | যোৰহাট | ডিব্ৰুগড় | শীৰ্ষ খবৰ |
2 Min read
zubeen
Assamese

জ্যোতি, ৰাভা, ভূপেনৰ পিছত জুবিন সংগীত... দিয়া হ'ব 'জুবিন গাৰ্গ সোঁৱৰণি শ্ৰেষ্ঠ গায়ক বঁ‌টা'

জুবিন গাৰ্গৰ পৱিত্ৰ সোঁৱৰণত ডিব্ৰুগড় বিশ্ববিদ্যালয়ে প্ৰদান কৰিব 'জুবিন গাৰ্গ সোঁৱৰণি শ্ৰেষ্ঠ গায়ক বঁ‌টা'। অনুষ্ঠিত কৰিব 'জুবিন সংগীত' প্ৰতিযোগিতা। ডিব্ৰুগড় বিশ্ববিদ্যালয়ে ল'লে এই সিদ্ধান্ত। যোৰহাট | গুৱাহাটী | অসম | শীৰ্ষ খবৰ
1 Min read
ZUBEEN
Assamese

জুবিনৰ টকা কেনেকৈ সৰকাইছিল সিদ্ধাৰ্থে? বিস্ফোৰক তথ্য আছে মানস ৰবীনৰ হাতত।

জুবিন গাৰ্গৰ সতীৰ্থ মানস ৰবীনৰ বিস্ফোৰণ। জুবিনৰ ধন আত্মসাতৰ বিস্ফোৰক প্ৰমাণ আছে মানস ৰবীনৰ হাতত। সেই প্ৰমাণ CIDক দিবলৈ সাজু জুবিন গাৰ্গৰ বন্ধু মানস ৰবীন।
1 Min read
ZUBEEN
Assamese

আদিবাসী যুৱকক জুবিনে দিলে 'গাৰ্গ' উপাধি। জুবিনক মুখাগ্নি কৰা কোন এই অৰুণ গাৰ্গ?

জুবিন গাৰ্গৰ লগত থকা অৰুণ চাচনি কেনেকৈ হ'ল অৰুণ গাৰ্গ? কিমান মহান আছিল জুবিন গাৰ্গ? যি জুবিনে এজন আদিবাসী যুৱকক প্ৰদান কৰিলে নিজৰ উপাধি। এই কাহিনী অৰুণ গাৰ্গৰ।
Advertisment