Advertisment

অসম

THUMB
Assamese

ৰাজ্যৰ ভিন্ন প্ৰান্তত এজাহাৰ, শীঘ্ৰেই গ্ৰেপ্তাৰ হ’ব পৰা তালিকাত কোন কোন?

এটা কফিনৰ ভিতৰত নীৰৱে শুই আছে জুবিন গাৰ্গ। হাজাৰ চেষ্টা কৰিও অসমীয়াই আৰু জগাব নোৱাৰিলে প্ৰাণৰ শিল্পীক। জুবিন নামৰ সত্বাটোক অসমীয়াই কেতিয়াও পাহৰিব নোৱাৰে। সাগৰ তলিত শুবৰে মন বুলি গান গোৱা জুবিনে সাগৰতেই ললে জীৱনৰ অন্তিমটো উশাহ। 
2 Min read
THUMB
Assamese

আৰু কিছু বেলি দেখা দিবা নেকি...সৰুসজাইত নীৰৱে শুই আছে জুবিন গাৰ্গ

সৰুসজাইত নীৰৱে শুইছে জুবিনে। জুবিন গাৰ্গক প্ৰতিজন অসমীয়াই আজি মায়াবিনী গাই জগাবলৈ চেষ্টা কৰিছে। কিন্তু জীৱনৰ ৫২ টা বসন্তৰ ভাগৰ জিৰাবলৈ চিৰকাললৈ শুই গ'ল জুবিন গাৰ্গ।
2 Min read
THUMB
Assamese

অসমভূমিত অসম আৰু অসমীয়াৰ জুবিন গাৰ্গ

অনুৰাগীৰ অধীৰ অপেক্ষাৰ অন্তত অসম পালেহি সকলোৰে প্ৰাণৰ, হেঁপাহৰ, মৰমৰ জুবিন গাৰ্গ। কিন্তু এতিয়াও জুবিন গাৰ্গ যে নাই সেই কথা মানি লব পৰা নাই কোনো অসমীয়াই। 
2 Min read
Zubeen Garg
Assamese

বিশ্ব বিজয়ী জুবিন। কি নাম দিম তোমাৰ জীনৱীক?

মৃত্যুও এটা শিল্প। জুবিন আৰু নাই। জুবিনৰ মৃত্যুও যেন এক শিল্প। জুবিনৰ উভতি নহাৰ বাটেৰে গুচি গ'ল অসমৰ মৰমৰ জুবিন। জুবিনলৈ শ্ৰদ্ধাঞ্জলি জনাই জুবিনৰ জীনৱীৰ কিছু আলোকপাত।
Zubeen Garg
Assamese

অসমীয়াৰ হৃদয় স্পন্দন শিল্পী জুবিন গাৰ্গ আৰু নাই।

শুকুৰবাৰে ছিংগাপুৰত অনাকাংক্ষিত পৰিস্থিতিত উভতি নহাৰ বাটেৰে চিৰদিনলৈ গুচি গ’ল ৫২ বছৰীয়া জুবিন গাৰ্গ। দ্বীপ ৰাষ্ট্ৰ ছিংগাপুৰত এক অনুষ্ঠানৰ বাবে গৈছিল জুবিন। অসম | দেশ Assamese
2 Min read
zubeen
Assamese

আকৌ আহিব নে জুবিন? জুবিনৰ মৃত্যু জানো হ'ব পাৰে?

জুবিন আৰু নাই। হঠাৎ অসম কঁপাই যোৱাকৈ ছিংগাপুৰৰ পৰা এটা খবৰ। যিগৰাকী শিল্পীৰ প্ৰতি কত সহস্ৰ অনুৰাগী দোৱা-প্ৰাৰ্থনা আছে সেইগৰাকী শিল্পী নাই বুলিয়েই নোহোৱা হৈ যাব পাৰেনে? গুৱাহাটী যোৰহাট শিলচৰ
2 Min read
DURGA PUJA
অসম

দুৰ্গা পূজাক লৈ কামৰূপ মহানগৰ জিলা প্ৰশাসনে জাৰি কৰিছে SOP

২৮ ছেপ্টেম্বৰ পৰা আৰম্ভ হ’ব শাৰদীয় দুৰ্গা পূজা। দুৰ্গা পূজাক লৈ পাৰাপাৰহীন উছাহ প্ৰতিগৰাকীৰ লোকৰ। অসমৰ প্ৰান্তে প্ৰান্তে এতিয়া পূজা উদযাপনৰ ব্যাপক আয়োজন।
2 Min read
thumb
Assamese

গৌৰৱ গগৈ আমূল বেবী, আমাৰ লগত পাট্টা নাপায়ঃ মুখ্যমন্ত্ৰী

গৌৰৱ গগৈক এইবাৰ আমূল বেবী আখ্যা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। 'আমূল বেবীয়ে আমাৰ লগত পাট্টা নাপায়'। 'যিয়ে নিজৰ আত্মা পাকিস্তানক বন্ধকত দিছে'।
1 Min read
THUMB
Assamese

অসমৰ আন্দোলনত কোনোৱে ইতিবাচক ফল পোৱা নাইঃ মুখ্যমন্ত্ৰী

'আন্দোলন কৰিলে মই বাধা দিব নোৱাৰো'। 'কিন্তু অসম চুক্তিৰ পৰা ধৰি যিমান আন্দোলন হৈছে তাৰ কোনো ইতিবাচক ফলাফল মই দেখা নাই'। -হিমন্ত বিশ্ব শৰ্মাৰ।
1 Min read
NARENDRA MODI BIRTHDAY
Assamese

দেশজুৰি 'সেৱা পখৱাড়া' হিচাপে উদযাপন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৭৫ সংখ্যক জন্মদিন

সমগ্ৰ দেশত লগতে অসমতো আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৭৫ সংখ্যক জন্মদিন উলহ-মালহেৰে ভাৰতীয় জনতা পাৰ্টিয়ে 'সেৱা পখৱাড়া' হিচাপে এই দিৱস পালন কৰিব।
2 Min read
Advertisment