Advertisment

অসম

UTPAL SARMA
Assamese

ধৰ্মৰ নামত বিভাজন কৰি মুছলমানক খেদা, হিন্দুক ৰক্ষণাবেক্ষণ দিয়া এইবোৰ নচলিবঃ উৎপল শৰ্মা

'অসম বিদেশী মুক্ত হ'ব লাগিব'। 'ধৰ্মৰ নামত বিভাজন কৰি মুছলমানক খেদা, হিন্দুক ৰক্ষণাবেক্ষণ দিয়া এইবোৰ নচলিব'। 'অসমৰ মানুহ বুৰ্বক নহয়, অসমৰ মানুহে বুজি পায়'। উৎপল শৰ্মা।
2 Min read
thumb
Assamese

বানত আৱদ্ধ অসুস্থ বৃদ্ধাক বিধায়ক মৃণাল শইকীয়াই দাঙি আনি উঠালে নাৱত।

ভদীয়া বানত অসম। অসহায় বানাক্ৰান্তৰ মাজত জনপ্ৰতিনিধি। বানাক্ৰান্তক সহায়ৰ হাত বিধায়ক মৃণাল শইকীয়াৰ। বানত আৱদ্ধ অসুস্থ বৃদ্ধাক বিধায়ক শইকীয়াই দাঙি আনি উঠালে নাৱত।
1 Min read
THUMB
Assamese

বতৰে ল’ব পাৰে কালৰূপ! জনসাধাৰণলৈ কি আহ্বান প্ৰশাসনৰ?

ৰাজ্যত প্ৰকৃতিয়ে লৈছে কালৰূপ। বতাহ-বৰষুণৰ মাজতে ভূমিকম্প, ভূমিস্খলন আৰু ঠায়ে ঠায়ে ভদীয়া বানৰ তাণ্ডৱ। ৰাজ্যৰ কেইবাখনো জিলালৈ বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণী জাৰি।
1 Min read
NUPUR BORA
Assamese

চাকৰিত যোগদান কৰাৰ মাত্ৰ ৬ বছৰ, কিদৰে টকা আৰু সম্পত্তিৰ পাহাৰ গঢ়িছে লেণ্ড জেহাদত জড়িত নূপুৰ বৰাই?

তথ্য অনুসৰি আয়তকৈ ৪১৬% বৰ্হিভূত সম্পত্তিৰ গৰাকী নূপুৰ বৰা। বহু নামী-দামী সাজপাৰ উদ্ধাৰ হৈছে নূপুৰ বৰাৰ বাসগৃহত। নূপুৰ বৰাৰ বিভিন্ন বেংকত প্ৰায় ৯টা একাউণন্ট জব্দ।
3 Min read
SILAPATHAR NAVY
Assamese

মনত দেশ সেৱাৰ অযুত সপোন। স্বপ্ন জীৱন আৱিষ্কাৰ কৰাৰ। মন্দিৰলৈ গৈ কেনেকৈ প্ৰাণ হেৰুৱালে চিলাপথাৰৰ নৌ সেনা জোৱান নৱনীলে?

মৃত্যুৱে যেন উত্তৰাখণ্ডলৈ হাত বাউলী মাতিছিল নৱনীল টায়েঙক। ৰুদ্ৰনাথ মন্দিৰৰ ট্ৰেকিঙলৈ গৈ শ্বাস-প্ৰশ্বাসজনিত ৰোগত প্ৰাণ হেৰুওৱা নৱনীলৰ কাহিনী এয়া।
2 Min read
thumb
Assamese

ৰাজ্যৰ ভিন্ন প্ৰান্তত নেৰানেপেৰা বৰষুণ।

ভিন্ন প্ৰান্তত ভদীয়া বানে লৈছে কালৰূপ। বানৰ ফলত ঠায়ে ঠায়ে ব্যাহত হৈছে জনজীৱন। সাধাৰণ ৰাইজ, পশুধনৰ মাজত হাহাকাৰ অৱস্থা। কোনো কোনো স্থানত ভূমিস্খলনৰ দৰে ভয়ংকৰ ঘটনা।
1 Min read
balipara flood
Assamese

বতৰৰ কালৰূপ, প্ৰবল বৃষ্টিপাতৰ ১০০ বছৰত নোহোৱা ঘটনা। বুৰ গ'ল কেইবাখনো গাওঁ

ৰাজ্যৰ ভিন্নপ্ৰান্তত অব্যাহত প্ৰচণ্ড ধুমুহা-বৰষুণ। শোণিতপুৰৰ চাৰিদুৱাৰ এতিয়া ভদীয়া বানৰ কবলত। পাহাৰীয়া নদীৰ বাঢ়নী পানীত বুৰ গৈছে চপালগা,বগীজুলি,দোৱাঙনি, দক্ষিনখিলা গাওঁ।
ৰাজ্যত প্ৰবল ভূমিকম্পৰ জোকাৰণি।  ৫.৯ প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি গ'ল ৰাজ্য।
Assamese

অসমত প্ৰবল ভূমিকম্পৰ জোকাৰণি। ৫.৯ প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি গ'ল ৰাজ্য।

অসমত এক তীব্ৰ ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছে। দেওবাৰে বিয়লি ৰাজ্যত অনুভূত ভূমিকম্পৰ জোকাৰণি। ৰিখটাৰ স্কেলত ইয়াৰ প্ৰাবল্য আছিল ৫.৯। তেজপুৰ | উত্তৰ-পূৱ | অসম
2 Min read
অসমত জন্মাষ্টমী: তাৰিখৰ ভিন্নতা কিয়? জন্মাষ্টমীৰ তাৰিখকলৈ দোমোজাত নেকি?sApp Image 2025-09-14 at 4.45.54 PM
অসম

অসমত জন্মাষ্টমী: তাৰিখৰ ভিন্নতা কিয়? জন্মাষ্টমীৰ তাৰিখকলৈ দোমোজাত নেকি? অসম আৰু ভাৰতৰ আন ঠাইত কিয় ভিন্ন তাৰিখত হয় জন্মাষ্টমী?

অসমৰ জন্মাষ্টমী আৰু ভাৰতৰ আন ঠাইৰ জন্মাষ্টমীৰ মাজত কিছুমান গুৰুত্বপূৰ্ণ পাৰ্থক্য আছে। অসমত জন্মাষ্টমী: তাৰিখৰ ভিন্নতা কিয়? জন্মাষ্টমীৰ তাৰিখকলৈ দোমোজাত নেকি? (assam)
3 Min read
BTR ELECTION
Assamese

BTRৰ নিৰ্বাচনক লৈ ৰৌতাত ভয়ংকৰ ঘটনা, আহত ৩ UPPL কৰ্মী।

BTC নিৰ্বাচনক লৈ BTRত কেইবাটাও নিৰ্বাচন কেন্দ্ৰিক সংঘাত। বিজেপিৰ পিছত এইবাৰ UPPLৰ কৰ্মীক টাৰ্গেট কৰি ল'লে দুৰ্বৃত্তই। নিৰ্বাচন কেন্দ্ৰিক সংঘাতত আহত ৩ UPPL কৰ্মী।
1 Min read
Advertisment