Advertisment

অসম

বলীন বৰা
Assamese

দৃষ্টিহীন হোৱাৰ বাবেই বলীন বৰাই লাভ কৰা নাই নেকি আধাৰ কাৰ্ড? বঞ্চিত সকলো চৰকাৰী আঁচনিৰ পৰা

বলীন বৰা দৃষ্টিহীন হোৱা বাবেই এখন আধাৰ কাৰ্ড বনাব নোৱাৰাৰ অভিযোগ। আধাৰ কাৰ্ড নথকাৰ বাবে সকলোবোৰ চৰকাৰী সুবিধাৰ পৰা নাম কৰ্তন অৰ্থাৎ বঞ্চিত হ'বলগীয়া হৈছে পৰিয়ালটো।
1 Min read
History of Assam BTR elections and their impact
Assamese

অসম বিটিআৰ নিৰ্বাচনৰ ইতিহাস আৰু ইয়াৰ প্ৰভাৱ

অসমৰ ৰাজনৈতিক ইতিহাসত বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলনিৰ্বাচনৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে। অঞ্চলটোৰ পৰিৱৰ্তনৰ ক্ষেত্ৰত এই নিৰ্বাচনসমূহে গভীৰ প্ৰভাৱ পেলাইছে। ৰাজনীতি | অসম
2 Min read
কা'
Assamese

‘CAA আমি নামানো, অসমে কেতিয়াও বিদেশীৰ বোজা নলয়’, হুংকাৰ অসমীয়া যুৱ মঞ্চৰ

‘নৰেন্দ্ৰ মোদীয়ে বুকু ফুলাই কোৱা ১৬ মে’ কেতিয়া আহিব?’ ‘বিদেশী খেদাৰ নাম লৈ নিৰ্বাচনী বৈতৰণী পাৰ হৈ আহিছে বিজেপি’। অসমীয়া যুৱ মঞ্চৰ উত্তাল প্ৰতিবাদ।
1 Min read
Thumb
Assamese

কংগ্ৰেছৰে মিত্ৰতাক লৈ স্থিতি স্পষ্ট কৰি অখিল গগৈৰ

ৰাইজৰ দলক লগত ল’বনে কংগ্ৰেছে? কংগ্ৰেছে মিত্ৰতা নকৰিলে সকলো সমষ্টিতে প্ৰাৰ্থী দিব ৰাইজৰ দলে। কংগ্ৰেছৰে মিত্ৰতাক লৈ স্থিতি স্পষ্ট কৰি অখিল গগৈৰ মন্তব্য।  (মতামত) (ৰাজনীতি)
1 Min read
Thumb
Assamese

হাগ্ৰামাই ক’লে ছুইজাৰলেণ্ড কি?

BTRত প্ৰতিটো ৰাজনৈতিক দলেই চলাইছে নিৰ্বাচনী প্ৰচাৰ। নিৰ্বাচনী প্ৰচাৰৰ মাজতেই এইবাৰ বড়োলেণ্ডত সৰৱ চৰ্চা ছুইজাৰলেণ্ডৰ। হাগ্ৰামাৰ প্ৰশ্ন ছুইজাৰলেণ্ড কি? (ৰাজনীতি)
1 Min read
CM Gaurav
Assamese

১০ ছেপ্টেম্বৰত ছুপাৰ-ডুপাৰ ফ্লপ হ’ব মুখ্যমন্ত্ৰী!

১০ ছেপ্টেম্বৰত গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভত সবিশেষ জনাব মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰি অহা দিনটোলৈ মাজত এটা দিন থকাৰ সময়তে গৌৰৱ গগৈয়ে পুনৰ ক’লে ছুপাৰ-ডুপাৰ ফ্লপ হ’ব হিমন্ত বিশ্ব শৰ্মা।
1 Min read
মহানগৰীৰ যানজঁট
Assamese

কেতিয়া অন্ত পৰিব গুৱাহাটী মহানগৰীৰ যানজঁটৰ সমস্যা? হকে-বিহকে গুৱাহাটীত গঢ়ি উঠিছে নেকি উৰণ সেঁতু?

উৰণ সেঁতু নিৰ্মাণৰ নামত প্ৰতিদিনে চৌদিশে তীব্ৰ যানজঁটে যমৰ যাতনা খুৱাইছে সাধাৰণ জনতাক। পথসমূহৰ জৰাজীৰ্ণ ৰূপেও জ্বলা কলা খুৱাইছে মহানগৰবাসীক।
2 Min read
নন্দিনী
Assamese

জামিন পালে নন্দিনী কাশ্যপে,আজি মুকলি আকাশৰ তললৈ আহিব অভিনেত্ৰীগৰাকী

হিট এণ্ড ৰাণ গোচৰত জামিন লাভ কৰিলে অভিনেত্ৰী নন্দিনী কাশ্যপে। কামৰূপ মহানগৰ সত্ৰ ন্যায়াধীশৰ আদলতে মঞ্জুৰ কৰে জামিন। নন্দিনীৰ গাড়ীৰ খুন্দাত নিহত হৈছিল ছামিউল।
bhupen hazarika
Assamese

‘সমন্বয় তীৰ্থ’-সলনি হ'ল ড০ ভূপেন হাজৰিকাৰ সমাধি ক্ষেত্ৰৰ নাম

ক্ষণজন্মা শিল্পী ড০ ভূপেন হাজৰিকাৰ আজি ওপজা দিন। এটা শতিকাৰ পূৰ্বে জন্ম হৈছিল আমাৰ সকলোৰে শ্ৰদ্ধাৰ, আমাৰ সকলোৰে মৰমৰ ভূপেনদাৰ।  বিশ্বৰ প্ৰতিটো প্ৰান্ততে প্ৰতিজন অসমীয়াক গৌৰৱান্বিত কৰা  ড০ ভূপেন হাজৰিকা অসমৰ গৌৰৱ, অসমীয়াৰ স্বাভিমান।
1 Min read
nimatighat
Assamese

অভিশপ্ত ৮ ছেপ্টেম্বৰ, ৪টা বছৰ পাৰ কৰিলে নিমাতী ঘাটৰ ফেৰী দুৰ্ঘটনাই

ব্ৰহ্মপুত্ৰৰ বুকুত প্ৰাণৰ মমতাত জঁপিয়াই সাতুৰি জীৱন ৰক্ষা কৰিছিল বহু যাত্ৰীয়ে। বৰ লুইতৰ বুকুত সেইদিনা শুনিবলৈ পোৱা গৈছিল জীৱন বিচাৰি বহুতৰে আৰ্তনাদ।
1 Min read
Advertisment