Advertisment

অসম

nimatighat
Assamese

অভিশপ্ত ৮ ছেপ্টেম্বৰ, ৪টা বছৰ পাৰ কৰিলে নিমাতী ঘাটৰ ফেৰী দুৰ্ঘটনাই

ব্ৰহ্মপুত্ৰৰ বুকুত প্ৰাণৰ মমতাত জঁপিয়াই সাতুৰি জীৱন ৰক্ষা কৰিছিল বহু যাত্ৰীয়ে। বৰ লুইতৰ বুকুত সেইদিনা শুনিবলৈ পোৱা গৈছিল জীৱন বিচাৰি বহুতৰে আৰ্তনাদ।
1 Min read
WhatsApp Image 2025-09-07 at 7.10.17 PM
Assamese

এইবাৰ অখিল গগৈয়ে ঘোষণা কৰিলে শৰাইঘাটৰ শেষ ৰণ!

এইবাৰ অখিল গগৈয়ে ঘোষণা কৰিলে শৰাইঘাটৰ শেষ ৰণ! বিজেপি আৰু RSSক মোগল আখ্যা দি শৰাইঘাটৰ ৰণত নামিব বিধায়ক অখিল।‘।‘বিজেপি আৰু RSSক খেদিবলৈ হ’ব শৰাইঘাটৰ শেষ ৰণ’।
1 Min read
WhatsApp Image 2025-09-07 at 5.57.33 PM
Assamese

প্ৰতিবেশীয়ে আছিল নলবাৰীৰ ভয়ংকৰ ঘটনাৰ অভিযুক্ত, ১০ দিনৰ অন্তত আৰক্ষীৰ জালত পৰিল দুই মাষ্টাৰ মাইণ্ড

নলবাৰীৰ লোমহৰ্ষক ঘটনাৰ দুই মাষ্টাৰ মাইণ্ডক গ্ৰেপ্তাৰ। আৰক্ষীৰ হাতত আটক ডকাইতৰ প্ৰেয়সীও। প্ৰতিবেশীয়ে হত্যা কৰিছিল নলবাৰীৰ অৱসৰপ্ৰাপ্ত লোকজনক।
2 Min read
THUMB
Assamese

সমকামী প্ৰেমৰ বাবেই গুৱাহাটীত ভয়ংকৰ ঘটনা

গুৱাহাটীৰ বৰবাৰীত সংঘটিত হৈছে ভয়ংকৰ ঘটনা। এটা ল’জৰ ভিতৰত একেটা কোঠাতে এটি কিশোৰসহ উদ্ধাৰ হৈছে এজন যুৱকৰ মৃতদেহ। বৰবাৰীৰ TOOSONJ GUEST HOUSEত সংঘটিত হৈছে এই ঘটনা। ঘটনাক লৈ সমগ্ৰ মহানগৰীতে বিৰাজ কৰিছে চাঞ্চল্যই ।
1 Min read
THUMB
Assamese

কাউণ্ট ডাউন আৰম্ভ। ১০ ছেপ্টেম্বৰত ৰাজনীতিৰ মেগা ব্লক ব্লাষ্টাৰ। গৌৰৱ গগৈয়ে ক’লে- ফ্লপ হ’ব মুখ্যমন্ত্ৰীৰ চিনেমা।

গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভত পুনৰ গৰম হৈছে ৰাজ্যৰ ৰাজনীতি। ১০ ছেপ্টেম্বৰত কি হ’ব এই চৰ্চা অব্যাহত থকাৰ সময়তে গৌৰৱ গগৈয়ে ক’লে ফ্লপ হ’ব মুখ্যমন্ত্ৰীৰ চিনেমা।
1 Min read
THUMB
Assamese

মই অগপত আছো কিন্ত বিজেপিক বেয়া পাওঁঃ কমলা কলিতা

বিজেপিৰ বিৰোধী স্থিতি নেকি অগপ নেতা কমলা কলিতাৰ? বিজেপিৰ বিৰুদ্ধে প্ৰায়ে বিৰূপ মন্তব্য কৰি অহা অগপ নেতা কমলাকান্ত কলিতাই নিজেই স্বীকাৰ কৰিলে অগপ ক্ৰমান্বয়ে দুৰ্বল হোৱাৰ কথা।
2 Min read
thumb
Assamese

গুৱাহাটীত আপুনি কিমান সুৰক্ষিত? স্মাৰ্ট আৰক্ষীৰ নাকৰ তলেৰে সংঘটিত নানান অপৰাধজনিত ঘটনা।

অপৰাধীৰ ৰম্যভূমিত পৰিণত নেকি গুৱাহাটী মহানগৰী? অপৰাধজনিত ঘটনাই জোকাৰি গৈছে স্মাৰ্ট মহানগৰী। মহানগৰীৰ বৰবাৰীত সংঘটিত ৰাজ্য জোকাৰি যোৱা চাঞ্চল্যকৰ, শিহৰণকাৰী ঘটনা।
1 Min read
গুৱাহাটীত মহিলা বিশ্বকাপ ক্ৰিকেট
Assamese

গুৱাহাটীত মহিলা বিশ্বকাপ ক্ৰিকেট : এক ঐতিহাসিক ক্ষণ

সমাগত ৩০ ছেপ্টেম্বৰ ২০২৫ চনত অনুষ্ঠিত হ'বলগীয়া আইচিচি মহিলা বিশ্বকাপ ক্ৰিকেটৰ বাবে গুৱাহাটীয়ে এক গুৰুত্বপূৰ্ণ আয়োজক চহৰ হিচাপে নিজকে প্ৰতিষ্ঠা কৰিছে। প্ৰথমবাৰৰ বাবে গুৱাহাটীত হ'ব বিশ্বকাপ ক্ৰিকেটৰ উদ্বোধনী খেল।
2 Min read
যোৰাবাটৰ বানপানী
Assamese

গুৱাহাটীৰ বানপানী যেন এক নিৰৱচিন্ন গাথা

যোৰাবাটৰ বান সমস্যা সমাধানৰ বাবে বছৰ বছৰ ধৰি দাবী উত্থাপন কৰি আহিছে সকলোৱে। কিন্তু যোৰাবাটৰ বান সমস্যা সমাধানৰ ক্ষেত্ৰত অৱশেষত মেঘালয়ৰ ওচৰত হাত দাঙিলে অসম চৰকাৰে। (Politics, Northeast, Assam)
1 Min read
THUMB
Assamese

নিৰ্বাচন আহিলে বিজেপি চৰকাৰে অসমৰ বঙালীক বাংলাদেশী সজাইঃ গৌৰৱ গগৈ

'নিৰ্বাচন আহিলে বিজেপি চৰকাৰে অসমৰ বঙালীক বাংলাদেশী সজাই'। 'এয়া বঙালী লোকৰ বিৰুদ্ধে চৰম অৱমাননা, এনে কাৰ্য গৰিহণাৰ যোগ্য'। বিজেপিক কঠোৰ সমালোচনা গৌৰৱ গগৈৰ।
1 Min read
Advertisment