Advertisment

অসম

thumb
Assamese

ৰাজ্যৰ বিয়াগোম বীজ নিগম বিভাগত বৃহৎ কেলেংকাৰী।

ৰাজ্যৰ বিয়াগোম বীজ নিগম বিভাগত সংঘটিত হৈছে কোটি টকীয়া কেলেংকাৰী৷ ২০১৭ চনত মটৰমাহ বিতৰণৰ নামত কোনে চলাইছিল লুণ্ঠন ৰাজ? মটৰমাহ বিতৰণৰ নামত লুণ্ঠন চলোৱাৰ অভিযোগত ৭ জন বিষয়া কৰ্মচাৰীক তলব CID ৰ।
1 Min read
Thumb
Assamese

২৬ৰ নিৰ্বাচনৰ বাবে প্ৰাৰ্থীত্ব নিশ্চিত হ’ল এজন বিজেপি নেতাৰ

’২৬ৰ নিৰ্বাচনত প্ৰাৰ্থিত্ব হেৰুৱাব পাৰে বিজেপিৰ একুৰিৰো অধিক মন্ত্ৰী-বিধায়কে। কিন্তু নিৰ্বাচনৰ দিন ঘোষণাৰ পূৰ্বেই ’২৬ৰ প্ৰাৰ্থিত্ব নিশ্চিত হ’ল বিজেপিৰ এজন নেতাৰ।
1 Min read
thumb
Assamese

'স্পা'ত চলি আছিল অনৈতিক কাৰ্য, তাৰ মাজতে চলিল আৰক্ষীৰ অভিযান...

মহানগৰীৰ বিভিন্ন স্পাত দীৰ্ঘদিনৰ পৰা চলিছে আহিছে নাৰী দেহৰ ব্যৱসায়। কিন্তু মন কৰিবলগীয়া কথাটো হ'ল মহানগৰীৰ এই স্পা সমূহত যৌন কাৰ্যত লিপ্ত থাকে ছাত্ৰ-ছাত্ৰীও। নাৰী দেহৰ এই ব্যৱসায়ত ঘন্টাত ২-৩ হাজাৰত বিক্ৰী হয় একোজনী যুৱতীৰ শৰীৰ।
1 Min read
Thumb
Assamese

BTRৰ আকাশত আৰম্ভ হৈছে প্ৰমোদ বড়ো আৰু হাগ্ৰামা মহিলাৰীৰ হেলিকপ্টাৰ যুদ্ধ।

BTRৰ আকাশত আৰম্ভ হৈছে প্ৰমোদ বড়ো আৰু হাগ্ৰামা মহিলাৰীৰ হেলিকপ্টাৰ যুদ্ধ। হাগ্ৰামাৰ হেলিকপ্টাৰত তেল ভৰাবলৈ ধন নাই যদিও প্ৰমোদে হাগ্ৰামাৰ সম্পত্তিৰ তালিকাক লৈ পুনৰ প্ৰশ্ন তুলিছে।
1 Min read
Thumb
Assamese

ৰহস্যৰ ভেদ কৰি ওলাইছে পম্পী বৰুৱাৰ মৃত্যুৰ ন-ন তথ্য।

ড্ৰাগছৰ অভাৰড'জৰ ফলত মৃত্যু হোৱা পম্পী বৰুৱাৰ মৃত্যুৰ কাহিনীয়ে পোহৰলৈ আনিছে মহানগৰীত ড্ৰাগছৰ এক কলা অধ্যায়। ৰহস্যৰ ভেদ কৰি ওলাইছে পম্পী বৰুৱাৰ ন-ন তথ্য।
2 Min read
Thumb
Assamese

পাকিস্তানৰ সৈতে গৌৰৱ গগৈৰ সম্পৰ্ক! ১০ ছেপ্টেম্বৰত অসমৰ ৰাজনীতিত হ'ব নেকি ভূমিকম্প?

প্ৰকৃততে কি হ'ব ১০ ছেপ্টেম্বৰৰ দিনটোত? সাংসদ গৌৰৱ গগৈৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ বিস্ফোৰক অভিযোগ। মুখ্যমন্ত্ৰীৰ দাবী- 'গৌৰৱ গগৈৰ আছে পাকিস্তানৰ সৈতে সম্পৰ্ক।
2 Min read
Advertisment