""ৰৈ ৰৈ বিনালে নামৰ জুবিন গাৰ্গৰ শিশুটিৰ সৈতে ৯ দিনতে কিছুমান অসভ্য লোকে চৰম অন্যায় কৰিছে"। "কাটি-কুটি বজাৰত বেচিবলৈ ছাগলী-মুৰ্গীৰ মাংস নেকি"? "সময়ে তেওঁলোকক ক্ষমা নকৰে"। ফেচবুক লাইভযোগে ৰৈ ৰৈ বিনালে ছবিখনৰ পাইৰেচীক লৈ প্ৰচণ্ড ক্ষোভ উজাৰিলে পৰিচালক ৰাজেশ ভূঞাই। Advertisment "