Assamese '২৬ত মোক ভোট দিয়ক, মিঠাতেলো ফ্ৰী দিম-মুখ্যমন্ত্ৰী ৰাজ্যত শুভাৰম্ভ হ’ল অৰুণোদয় ৩.০ আঁচনি। আজিৰে পৰাই লাখ লাখ মহিলাই লাভ কৰিব অৰুণোদয়ৰ ১২৫০ টকাকৈ ধন। ৰাজ্যৰ ৩০ লাখ মহিলাক সাঙুৰি লোৱা হৈছে অৰুণোদয় ৩.০ আঁচনিত।
Assamese মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন গ্ৰহণ নকৰিলে গৰিমাই GMCHত কৰা জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন প্ৰকাশ। মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন লৈ SITৰ দল উপস্থিত হয় গৰিমা শইকীয়া গাৰ্গৰ কাহিলিপাৰাৰ বাসগৃহত।
Assamese ভয়ংকৰ ষড়যন্ত্ৰ! বিহ দি জুবিনক হত্যাঃ শেখৰৰ বিস্ফোৰণ কাৰ কি অপকাৰ কৰিছিল জুবিন গাৰ্গে? CIDৰ জিম্মাত থকা শেখৰৰ বিস্ফোৰণ - ‘সিদ্ধাৰ্থ, শ্যামকানু মহন্তই বিদেশী সুৰাৰ লগত দিছিল বিহ’। ৰিমাণ্ড নোটত শেখৰৰ ইটোৰ পিছত সিটো বিস্ফোৰণ।
Assamese শ্যামকানু মহন্তৰ হৈ উকালতি কৰা কোন এই অধিবক্তা ৰাজ কমল? জুবিন গাৰ্গৰ মৃত্যুৰ মূল অভিযুক্ত শ্যামকানু মহন্তই উচ্চতম ন্যায়ালয়ত দাখিল কৰিলে লেখ আৱেদন। এই লেখ আৱেদন দাখিল কৰাত শ্যামকানু মহন্তক সহায় কৰিলে উচ্চতম ন্যায়ালয়ৰ এগৰাকী পৰিচিত অধিবক্তা ৰাজ কমলে। Assam | Guwahati |
Assamese হেণ্ডকাফ লগাই নহয়, মুখ ঢাকি আনিব লাগিছিল শ্যামকানুকঃ জ্যেষ্ঠ অধিবক্তা এ কে ভূঞা 'শ্যামকানু মহন্তৰ মুখখন ঢাকি আনিব লাগিছিল'। 'নিৰাপত্তাৰ প্ৰতি ভাবুকি নাথাকিলে আইনৰ মতে মানুহ এজনক হেণ্ডকাফ লগাবই নোৱাৰে'। -জ্যেষ্ঠ অধিবক্তা এ কে ভূঞা। Assam | Guwahati |
Assamese জুবিন গাৰ্গৰ মৃত্যুৰ মূল অভিযুক্ত শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মাক গ্ৰেপ্তাৰ গ্ৰেপ্তাৰ হৈছে জুবিন গাৰ্গৰ মৃত্যুৰ মূল অভিযুক্ত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা। দিল্লীত শ্যামকানু মহন্ত গ্ৰেপ্তাৰ কৰাৰ লগতে ৰাজস্থানত গ্ৰেপ্তাৰ হয় সিদ্ধাৰ্থ শৰ্মা।
Assamese যোৰহাটলৈ জুবিন গাৰ্গৰ নশ্বৰদেহ কঢ়িওৱা কফিন আৰু চিতাভস্ম ১৯ ছেপ্তেম্বৰৰ দিনটো অভিশপ্ত হৈ আহিছিল প্ৰতিজন অসময়ীৰ বাবে। এটা খবৰতেই সৰগ খহি পৰিছিল প্ৰতিজন অসমীয়াৰ মূৰত। স্তব্ধ হৈ পৰিছিল অসমৰ জনজীৱন। কাৰণ এই দিনটোতে আমাক নিথৰুৱা কৰি অজান দেশলৈ গুছি গৈছিল আমাৰ স্বাভিমান আমাৰ মৰমৰ জুবিন গাৰ্গ।
Assamese প্ৰয়োজনত ৰাজনীতি ত্যাগ কৰিম, কিন্তু জুবিন গাৰ্গৰ ন্যায় লাগিবই হাৰ্টথ্ৰৱ জুবিন গাৰ্গবিহীন আজি ১২টা দিন। অসম আৰু অসমীয়াৰ এই কঠোৰ সময়ৰ মাজতো কিন্তু অসমীয়াই ক্ষোভত জ্বলিছে । কাৰণ এতিয়ালৈকে জুবিন গাৰ্গৰ মৃত্যুৰ মূল অভিযুক্তক গ্ৰেপ্তাৰ কৰিব পৰা নাই আৰক্ষীয়ে।
Assamese গুৱাহাটী মহানগৰীত শিহৰণকাৰী, চাঞ্চল্যকৰ ঘটনা। স্বামীয়ে জীৱন্তে জ্বলাই দিলে পত্নীক। মহানগৰীৰ দক্ষিণগাঁৱৰ হাচিব পথত সংঘটিত এই ভয়ংকৰ হত্যাকাণ্ড। মাজনিশা কুন্দৰ হৰী নামৰ এজন লোকে জীৱন্তে জ্বলাই দিলে পত্নীক।
Assamese মন কী বাতত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গভীৰ শ্ৰদ্ধাঞ্জলি, জুবিন গাৰ্গলৈ ‘জুবিন গাৰ্গৰ অস্বাভাৱিক মৃত্যুত শোকস্তব্ধ হৈ পৰিছে জনতা’। ‘জুবিন গাৰ্গ এজন বিখ্যাত গায়ক আছিল ’। ‘অসমৰ সংস্কৃতিৰ সৈতে এক গভীৰ সম্বন্ধ আছিল জুবিন গাৰ্গৰ’