Assamese ভাল খবৰ, পূজাৰ এদিন পূৰ্বেই দুখনকৈ উৰণ সেতু লাভ কৰিলে মহানগৰবাসীয়ে পাণবজাৰ আৰু পানীখাইতীত দুখন নতুন উৰণ সেতু ৰাইজলৈ মুকলি কৰি দিলে ৰাজ্য চৰকাৰে ৷ যান-জঁট যথেষ্ট পৰিমাণে হ্ৰাস কৰাৰ উদ্দেশ্যেৰেই মুকলি কৰা হ'ল সেতু দুখন।
Assamese শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মাই ফেচবুক লাইভ কৰি বা পত্ৰ লিখি সাৰি যাব নোৱাৰিবঃ মুখ্যমন্ত্ৰী ৬ অক্টোবৰত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক অসমৰ CIDৰ কাৰ্যালয়ত উপস্থিত হ'বলৈও আহ্বান মুখ্যমন্ত্ৰীৰ। যদি শ্যামকানু আৰু সিদ্ধাৰ্থ নিৰ্দোষী তেন্তে সাহসেৰে আহক।
Assamese হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তক লৈ SITৰ তদন্ত আৰম্ভ, CIDৰ কাৰ্যালয়ত উপস্থিত শেখৰজ্যোতি, নিশিতা, অমৃতপ্ৰভা অভিনেত্ৰী নিশিতা গোস্বামীৰ মন্তব্য- 'জুবিনদাৰ মৃত্যুৰ বাবে সম্পূৰ্ণৰূপে দায়ী শ্যামকানু আৰু সিদ্ধাৰ্থ'। ‘জুবিনদাক সম্পূৰ্ণ মেডিকেল ছাপৰ্টত নিব লাগিছিল শ্যামকানুৱে’।
Assamese জুবিন যেন আমাৰ দেউতা! ৰাজহুৱা মুণ্ডন কৰি জুবিনলৈ শ্ৰদ্ধাঞ্জলি অনুৰাগীৰ জুবিনৰ তিলনী পাতি ৰাজহুৱা মুণ্ডন অনুৰাগীৰ। সম্পূৰ্ণ মায়ামৰা সম্প্ৰদায়ৰ পৰম্পৰা অনুসৰি অনুষ্ঠিত আধ্যাত্মিক অনুষ্ঠানত জুবিনলৈ ব্যতিক্ৰমী ৰূপত শ্ৰদ্ধাঞ্জলি জনালে অনুৰাগীয়ে। অসম | গুৱাহাটী | যোৰহাট | ডিব্ৰুগড় | শীৰ্ষ খবৰ |
Assamese জ্যোতি, ৰাভা, ভূপেনৰ পিছত জুবিন সংগীত... দিয়া হ'ব 'জুবিন গাৰ্গ সোঁৱৰণি শ্ৰেষ্ঠ গায়ক বঁটা' জুবিন গাৰ্গৰ পৱিত্ৰ সোঁৱৰণত ডিব্ৰুগড় বিশ্ববিদ্যালয়ে প্ৰদান কৰিব 'জুবিন গাৰ্গ সোঁৱৰণি শ্ৰেষ্ঠ গায়ক বঁটা'। অনুষ্ঠিত কৰিব 'জুবিন সংগীত' প্ৰতিযোগিতা। ডিব্ৰুগড় বিশ্ববিদ্যালয়ে ল'লে এই সিদ্ধান্ত। যোৰহাট | গুৱাহাটী | অসম | শীৰ্ষ খবৰ
Assamese জুবিনৰ টকা কেনেকৈ সৰকাইছিল সিদ্ধাৰ্থে? বিস্ফোৰক তথ্য আছে মানস ৰবীনৰ হাতত। জুবিন গাৰ্গৰ সতীৰ্থ মানস ৰবীনৰ বিস্ফোৰণ। জুবিনৰ ধন আত্মসাতৰ বিস্ফোৰক প্ৰমাণ আছে মানস ৰবীনৰ হাতত। সেই প্ৰমাণ CIDক দিবলৈ সাজু জুবিন গাৰ্গৰ বন্ধু মানস ৰবীন।
Assamese জুবিন অমৰ, এটা গান আজি প্ৰাৰ্থনা। সেই গান 'মায়াবিনী ৰাতিৰ বুকুত...' এটা গান হৈ পৰিল প্ৰাৰ্থনা। এটা গান সঁচাকৈ হৈ পৰিল ভগৱানক আৰাধনা কৰা এটা পবিত্ৰ প্ৰাৰ্থনা। 'মায়াবিনী ৰাতিৰ বুকুত...' এতিয়া অসমৰ প্ৰতিটো প্ৰান্তে-প্ৰান্তে। তেজপুৰ | ডিব্ৰুগড় | শীৰ্ষ খবৰ | যোৰহাট | গুৱাহাটী
Assamese সিদ্ধাৰ্থই জুবিন দাক কোনো বাধা দিয়া নাছিলঃ শেখৰ সেই দিনা কি হৈছিল জুবিন গাৰ্গৰ সৈতে? ছিংগাপুৰৰ সমুদ্ৰ তীৰত সংঘটিত সমগ্ৰ ঘটনাৰ বৰ্ণনা দিলে সংগী শেখৰজ্যোতি গোস্বামীয়ে। জুবিন গাৰ্গৰ ছিংগাপুৰ যাত্ৰাৰ অন্যতম সংগী শেখৰ গোস্বামীৰ বিস্ফোৰক তথ্য। শীৰ্ষ খবৰ | ডিব্ৰুগড় | শিলচৰ | যোৰহাট | গুৱাহাটী | অসম
Assamese মায়াবিনী গাই কান্দি কান্দি বিদায় দিলে নিজৰ বুকুৰ আপোন মানুহজনক পত্নী গৰিমা শইকীয়া গাৰ্গে 'মায়াবিনী' গাই কান্দি কান্দি বিদায় দিলে নিজৰ বুকুৰ আপোন মানুহজনক পত্নী গৰিমা শইকীয়া গাৰ্গে। গুণমুগ্ধক কন্দুৱাই পঞ্চভূতত বিলীন হ’ল অসমৰ 'জনকণ্ঠ' জুবিন গাৰ্গ।
Assamese মহিলা সহশিল্পীক পেলনীয়া সামগ্ৰীৰ দৰে ব্যৱহাৰ কৰে সিদ্ধাৰ্থইঃ ছুইটি দাস ‘সিদ্ধাৰ্থ শৰ্মা অতিকৈ অভদ্ৰ, অসভ্য মানুহ’। ‘সিদ্ধাৰ্থ শৰ্মাই কেৱল জুবিন গাৰ্গকহে চিনি পায়’। ‘মহিলা সহশিল্পীক পেলনীয়া সামগ্ৰীৰ দৰে ব্যৱহাৰ কৰে সিদ্ধাৰ্থই’। বিস্ফোৰণ জুবিন গাৰ্গৰ সহযোগী গায়িকা ছুইটি দাসৰ।