Assameseহ্ৰাস পালে সোণৰ দাম, সোণৰ বিপণীলৈ যোৱাৰ পূৰ্বে জানি লওক দাম!এই কেইদিনত সোণৰ দাম প্ৰতিদিনে উঠা-নমা হৈ আছে। প্ৰতিদিনে নিৰ্ধাৰণ হয় এই মূল্যৱান ধাতুৰ দাম। সেয়েহে যদি আপোনালোকে সোণ কিনাৰ পৰিকল্পনা কৰিছে তেন্তে জানি লওক আজিৰ দিনটোত গুৱাহাটীত সোণৰ দাম কিমান চলি আছে। Estafur Rahman Feb 06, 2026 16:54 ISTগুৱাহাটীৰ বজাৰত আজিৰ দিনটোত সোণৰ দাম কিমান হ্ৰাস পালে, সোণ কিনিবলৈ যোৱাৰ পূৰ্বে জানি লওক দাম!Advertismentবৰ্তমান বিয়াৰ বতৰ চলি আছে।আৰু এই সময়তেই সোণ কিনাৰ প্ৰৱণতা মানুহৰ মাজত বৃদ্ধি পাই। কিন্তু বহু লোকে বজাৰত চলি থকা সোণৰ দামৰ বিষয়ে অৱগত নোহোৱাকৈয়ে ক্ৰয় কৰিবলৈ যায় বিপণীলৈ। কিন্তু ৰ'ব আপুনি সোণ কিনিবলৈ বিপণীলৈ যোৱাৰ পূৰ্বে ভালদৰে পৰীক্ষা কৰি বিপণীলৈ যোৱাটো আপোনাৰ কাৰণে লাভজনক হ'ব। Also Read.....শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক অধিৱেশনআজিৰ দিনটোত গুৱাহাটীত সোণৰ দাম কিমান চলিছে? এই কেইদিনত সোণৰ দাম প্ৰতিদিনে উঠা-নমা হৈ আছে। প্ৰতিদিনে নিৰ্ধাৰণ হয় এই মূল্যৱান ধাতুৰ দাম। সেয়েহে যদি আপোনালোকে সোণ কিনাৰ পৰিকল্পনা কৰিছে তেন্তে জানি লওক আজিৰ দিনটোত গুৱাহাটীত সোণৰ দাম কিমান চলি আছে। Also Read....মেঘালয়ৰ থাসকু ছুতুঙা চিমেণ্ট ৰোডত কয়লাখনিত ভয়ংকৰ ঘটনাশেহতীয়াকৈ গুৱাহাটীৰ বজাৰতো সোণৰ দামক লৈ গ্ৰাহকসকলৰ মাজতো বৃদ্ধি পাইছে উৎকণ্ঠা। বিগত সপ্তাহত হোৰাহোৰে যথেষ্ট বৃদ্ধি পাইছিল সোণৰ দাম। Goodreturns.inৰ মতে, আজি গুৱাহাটীত ২৪ কেৰেটৰ সোণৰ প্ৰতিগ্ৰামৰ দাম ১৫,২৩৫ টকা। বৃহস্পতিবাৰে প্ৰতিগ্ৰাম ২৪ কেৰেটৰ সোণৰ দাম আছিল ১৫,৪৪২ টকা। অর্থাৎ ২০৭ টকাকৈ প্ৰতিগ্ৰাম সোণত হ্ৰাস পাইছে। Goodreturns.inৰ মতে, আজি গুৱাহাটীত ২২ কেৰেটৰ প্ৰতিগ্ৰাম সোণৰ দাম ১৩,৯৬৫ টকা। কালিৰ দিনটোত প্ৰতিগ্ৰাম ২২ কেৰেটৰ সোণৰ দাম আছিল ১৪,১৫৫ টকা। আজি প্ৰতিগ্ৰামত ১৯০ টকাকৈ হ্ৰাস পাইছে।Goodreturns.inৰ মতে, আজি গুৱাহাটীত ১৮ কেৰেটৰ প্ৰতিগ্ৰাম সোণৰ দাম ১১,৪২৬ টকা। বৃহস্পতিবাৰে প্ৰতিগ্ৰাম ১৮ কেৰেটৰ সোণৰ দাম আছিল ১১,৫৮২ টকা। প্ৰতিগ্ৰামত ১৫৬ টকাকৈ হ্ৰাস পাইছে।Also Read....চুৰি হ'ল জাতিৰ পিতা মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তি...!AdvertismentAdvertisment Read the Next Article