Assameseহাৰ্দিক পাণ্ডিয়াৰ এটা শ্বট আৰু...আঘাতপ্ৰাপ্ত টীম ইণ্ডিয়াৰ ষ্টাৰ বলাৰকাইলৈ চুপাৰ ৮ত টীম ইণ্ডিয়াৰ প্ৰথমখন খেল। আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত মুখামুখি হ'ব ভাৰত আৰু দক্ষিণ আফ্ৰিকা। কিন্তু মেচখনৰ পূৰ্বেই আজি অনুশীলনৰ সময়ত আঘাতপ্ৰাপ্ত হৈছে তাৰকা পেচাৰ মহম্মদ চিৰাজ। Mrinmoy Talukdar Feb 21, 2026 18:52 ISTFile Photoহাৰ্দিক পাণ্ডিয়াৰ এটা শ্বট আৰু...আঘাতপ্ৰাপ্ত টীম ইণ্ডিয়াৰ ষ্টাৰ বলাৰকাইলৈ চুপাৰ ৮ত টীম ইণ্ডিয়াৰ প্ৰথমখন খেল। আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত মুখামুখি হ'ব ভাৰত আৰু দক্ষিণ আফ্ৰিকা। কিন্তু মেচখনৰ পূৰ্বেই আজি অনুশীলনৰ সময়ত আঘাতপ্ৰাপ্ত হৈছে তাৰকা পেচাৰ মহম্মদ চিৰাজ। AdvertismentRead More- ৰিয়ানলৈ নতুন দায়িত্ব, IPL ২০২৬ত RRক নেতৃত্ব দিব ৰিয়ানে৭ ফ্ৰেব্ৰুৱাৰীৰ পৰা আৰম্ভ হৈছে টি-২০ বিশ্বকাপ। ৰোমাঞ্চৰে ভৰপূৰ এইবাৰৰ বিশ্বকাপত এইপৰ্যন্ত দেখিবলৈ পোৱা গৈছে কেইবাটাও অঘটন। অষ্ট্ৰেলিয়াৰ নিচিনা শক্তিশালী দলক পৰাস্ত কৰি টি-২০ বিশ্বকাপৰ চুপাৰ ৮ত প্ৰৱেশ কৰিছে জিম্বাবুৱে। কেৱল জিম্বাবুৱেৰ বিৰুদ্ধে পৰাস্ত হোৱাই নহয়, ইতিমধ্যেই টি-২০ বিশ্বকাপৰ পৰা বাহিৰো হৈছে অষ্ট্ৰেলিয়া।Read More- ICCৰ ধমকত সুৰ সলালে পাকিস্তানে! ডুবিল বাংলাদেশ ক্ৰিকেটআনহাতে এইবাৰৰ বিশ্বকাপতো এইপৰ্যন্ত অপৰাজেয় হৈ আছে টীম ইণ্ডিয়া। লীগ পৰ্যায়ৰ চাৰিওখন মেচতে জয়লাভ কৰি ছুপাৰ ৮ত প্ৰৱেশ কৰিছে টীম ইণ্ডিয়াই। কিন্তু ইয়াৰ মাজতেই টীম ইণ্ডিয়াৰ ড্ৰেছিং ৰুমৰ আহিছে এক উদ্বেগজনক খবৰ। খবৰ অনুসৰি আজি অনুশীলনৰ সময়তে আঘাতপ্ৰাপ্ত হৈছে বেগী বলাৰ মহম্মদ চিৰাজ। Read More- Gambhir Eraত টীম ইণ্ডিয়াৰ বিপৰ্যয়জানিব পৰা মতে নেটত বলিং কৰি থকাৰ সময়তে হাৰ্দিক পাণ্ডিয়াৰ এটা শ্বটত ছিৰাজ আঘাতপ্ৰাপ্ত হৈছে। তাৰ কিছু সময় পাছতেই অনুশীলনো এৰিছিল চিৰাজে। এতিয়া চিৰাজৰ এই আঘাত কিমাৰ গুৰুতৰ সেয়া টীম মেনেজমেণ্ট স্পষ্ট কৰিলেহে গম পোৱা যাব। Read More- ভূপেন বৰালৈ নতুন প্ৰত্যাহ্বান! এইবাৰ ভূপেন বৰা বিৰোধী শ্ল’গান বিজেপী কৰ্মীৰউল্লেখ্য যে যশপ্ৰীত বুমৰাহৰ অসুস্থতাৰ বাবে টি-২০ বিশ্বকাপৰ প্ৰথমখন মেচত টীম ইণ্ডিয়াৰ মূল একাদশত অন্তৰ্ভুক্ত হৈছিল মহম্মদ চিৰাজ। এই মেচখনত চিৰাজে ৪ অভাৰত ২৯ ৰান ব্যয় কৰি দখল কৰিছিল ৩টাকৈ উইকেট। কিন্তু তাৰ পাছতেই যশপ্ৰীত বুমৰাহে মূল একাদশলৈ প্ৰত্যাৱৰ্তন কৰাৰ পাছত মূল একাদশৰ পৰা বাহিৰ হৈছিল চিৰাজ।AdvertismentAdvertisment Read the Next Article