Assameseমই মুখ্যমন্ত্ৰীৰ পত্নীৰ উপাৰ্জনৰ হিচাপ কেতিয়াও বিচৰা নাইঃ ৰবি শৰ্মা'মই মাননীয় মুখ্যমন্ত্ৰী বুলি কওঁ'। 'মই ৰাজনীতিত কেতিয়াও এনে আলোচনা দেখা নাছিলো'। 'য'ত আছে তাৰ পৰাই কাম কৰক, কিয় ৰাজপথলৈ ওলাব লাগে'? 'মোৰ আৰু তেওঁৰ মাজত হয়তো সংস্কাৰৰ পাৰ্থক্য আছে'। মুখ্যমন্ত্ৰীক উদ্দেশ্যি কি ক'লে অভিনেতা ৰবি শৰ্মাই। Naba Gogoi Oct 26, 2025 22:01 IST'মই মাননীয় মুখ্যমন্ত্ৰী বুলি কওঁ'। 'মই ৰাজনীতিত কেতিয়াও এনে আলোচনা দেখা নাছিলো'।'য'ত আছে তাৰ পৰাই কাম কৰক, কিয় ৰাজপথলৈ ওলাব লাগে'? 'মোৰ আৰু তেওঁৰ মাজত হয়তো সংস্কাৰৰ পাৰ্থক্য আছে'।মুখ্যমন্ত্ৰীক উদ্দেশ্যি কি ক'লে অভিনেতা ৰবি শৰ্মাই।AdvertismentAdvertismentAdvertisment Read the Next Article