Advertisment

পুনৰ মুখ্যমন্ত্ৰী হ’লে অসমত UCC আনিমঃ মুখ্যমন্ত্ৰী

পুনৰ মুখ্যমন্ত্ৰী হ’লে অসমত UCC আনিব হিমন্ত বিশ্ব শৰ্মাই। সদনত বিৰোধীক প্ৰত্যাহ্বান জনাই মুখ্যমন্ত্ৰী ঘোষণা, ‘পুনৰ মুখ্যমন্ত্ৰী হ’লে অসমত আনিম UCC’। ‘মোক যিমান পাৰে ৰখাই লওঁক, নহ’লে UCC আহিবই’।

’২৬ত অসমত বলৱৎ কৰা হ’ব বহু বিতৰ্কিত UCC!

পুনৰ মুখ্যমন্ত্ৰী হ’লে অসমত UCC আনিব হিমন্ত বিশ্ব শৰ্মাই

‘পুনৰ মুখ্যমন্ত্ৰী হ’লে অসমত আনিম UCC’

‘মোক যিমান পাৰে ৰখাই লওঁক, নহ’লে UCC আহিবই’

‘নতুন কাৰ্যকালৰ প্ৰথম সদনতে আনিম UCC’

‘সন্তান জন্ম দিব নোৱাৰিলে পুৰুষে দ্বিতীয় বিবাহ কৰাটো মহিলাৰ বাবে অপমান’

মহিলাৰ বিবাহৰ বয়সক লৈও ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰীৰ

‘পুনৰ মুখ্যমন্ত্ৰী হ’লে মহিলাৰ বিবাহৰ ন্যূনতম বয়স ২১ বছৰলৈকে বৃদ্ধি কৰিম’

বহু বিবাহ বিৰোধী বিধেয়ক বিতৰ্কৰ সময়ত মুখ্যমন্ত্ৰীৰ ঘোষণা

Advertisment
Advertisment