Advertisment

অসমলৈ আহি আছে কেন্দ্ৰীয় বিত্ত মন্ত্ৰী। অসমক কি কি দিব নিৰ্মলা সীতাৰমণে?

দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিব কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণ। ৭, ৮ নৱেম্বৰত অসমত কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীৰ কাৰ্যসূচী। গহপুৰৰ ভোলাগুৰিত শ্বহীদ কনকলতা বৰুৱা বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিব মন্ত্ৰীগৰাকীয়ে।

দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিব কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণ।

Advertisment

nirmala
অসমলৈ আহিব নিৰ্মলা সীতাৰমণ Photograph: (internet)

৭, ৮ নৱেম্বৰত অসমত কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীৰ কাৰ্যসূচী। গহপুৰৰ ভোলাগুৰিত শ্বহীদ কনকলতা বৰুৱা বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিব মন্ত্ৰীগৰাকীয়ে।

also read: জুবিনক আমি সদায়েই জীয়াই ৰাখিব লাগিব- গৰিমা গাৰ্গ

প্ৰায় ৭৪০ বিঘা ভূমিত নিৰ্মাণ কৰা হ’ব ৰাজ্যিক পৰ্যায়ৰ বিশ্ববিদ্যালয়খন। অসম চৰকাৰে প্ৰথম পৰ্যায়ত ব্যয় কৰিব ৩৫০ কোটি টকা। গহপুৰৰ ভোলাগুৰিত উপস্থিত হৈ সভাৰ প্ৰস্তুতিৰ বুজ ল’লে ৰাজ্যৰ বিত্ত মন্ত্ৰী অজন্তা নেওগ আৰু মূখ্য সচিবে।