Advertisment

বিদেশ

THUMB
Assamese

ডুবাইৰ এয়াৰশ্বত মূহূৰ্ত্ততে জ্বলি ছাৰখাৰ যুদ্ধ বিমান 'তেজছ'

দেশবাসীৰ বাবে দুখবৰ। ডুবাইৰ এয়াৰশ্বত ভাৰতীয় যুদ্ধ বিমানেৰে অঘটন। এয়াৰশ্বৰ সময়তে  দুৰ্ঘটনাগ্ৰস্ত হয় বিমানখন। বিমানখন ভূ-পতিত হোৱাৰ দৃশ্য বন্দী হয় কেমেৰাত।
1 Min read
WhatsApp Image 2025-11-19 at 7.15.59 PM
Assamese

প্ৰধানমন্ত্ৰী হৈও বাচিব নোৱাৰিলে... অপৰাধীক মৃত্যুদণ্ড! হাছিনাই কি অপৰাধ কৰিছিল?

কি অপৰাধত দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী হৈও মৃত্যুদণ্ডৰে দণ্ডিত হ'ল হাছিনা? এসময়ত ক্ষমতাক অপব্যৱহাৰ, অৱশেষত দেশ এৰি পলায়ন এতিয়া মুত্যুদণ্ডৰ ৰায়। এদিন ক্ষমতাৰ বলত জনতাক শোষণ কৰা বাংলাদেশৰ হাছিনা আজি দেশদ্ৰোহী, হাছিনা আজি পলাতক, আজি অপৰাধী।
3 Min read
thumb
Assamese

বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনাক মৃত্যুদণ্ডৰ ৰায় !

বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক মৃত্যুদণ্ডৰ ৰায়। মানৱতাৰ বিৰুদ্ধে অপৰাধৰ গোচৰত দোষী সাব্যস্ত কৰা হয় বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক।
1 Min read
jj
Assamese

কৰুণ, পৱিত্ৰ মদিনালৈ গৈ মৃত্যু ৪২ ভাৰতীয়ৰ!

পৱিত্ৰ মদিনালৈ যোৱা ভাৰতীয়ৰ সৈতে শোকাৱহ ঘটনা। চৌদি আৰৱৰ মদিনাত প্ৰায় ৪২জন ভাৰতীয়ৰ কৰুণ মৃত্যু। ওমৰাহলৈ তীৰ্থযাত্ৰী কঢ়িয়াই নিয়া বাছৰ সৈতে টেংকাৰৰ সংঘৰ্ষ।
THUMB
Assamese

মোদীক প্ৰশংসা, ভাৰতৰ প্ৰতি নৰম মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প !

অৱশেষত ভাৰতৰ প্ৰতি নৰম হৈছে মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প। অতি শীঘ্ৰেই ভাৰতৰ বিৰুদ্ধে আৰোপ কৰা ৫০ শতাংশ বাণিজ্য শুল্ক হ্ৰাসৰ ঘোষণা আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ।
2 Min read
THUMB
Assamese

পানীৰ অভাৱ ! ভয়ংকৰ বিপদৰ দিশে বিশ্বৰ অন্যতম এখন পুৰণি চহৰ

ইৰানৰ ঐতিহাসিক চহৰ তেহৰানত পানীৰ অভাৱতে প্ৰাণ যাওঁ যাওঁ অৱস্থা প্ৰায় ১ কোটি লোকৰ। সেয়ে পানী বিচাৰি ডিচেম্বৰৰ পিছত হয়তো তেহৰান এৰিব লাগিব স্থানীয় লোকে। দেশখনৰ ৰাষ্ট্ৰপতিয়ে ব্যক্ত কৰিছে এই অনাকাংক্ষিত সম্ভাৱনা। 
2 Min read
WhatsApp Image 2025-11-07 at 3.11.25 PM
Assamese

ডিগ্ৰী নথকা সকলেও পাব লাখ টকাৰ দৰমহা পোৱা চাকৰি! ক'ত কেনেকৈ কৰিব আবেদন?

ডিগ্ৰী নাথাকিলেও পাব লাখ টকাৰ দৰমহা থকা চাকৰি! নিবনুৱা যুৱক-যুৱতীৰ বাবে আছে এক ভাল খবৰ। কলেজীয়া ডিগ্ৰী নাথাকিলেও লাখ লাখ দৰমহা পোৱাৰ চাকৰি বিচাৰি পাব UAEত। ডুবাইত ডিগ্ৰীৰ অবিহনেও গঢ়ি তুলিব পাৰিব এক বিলাসী জীৱন।
2 Min read
Thumb
Assamese

আমেৰিকাত বিদ্ৰোহ! বিপদ আসন্ন আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ বিপদ আসন্ন। ট্ৰাম্পৰ বিৰুদ্ধে এতিয়া আৰম্ভ হৈছে বিদ্ৰোহ। নিজ দেশৰ নাগৰিকৰে ৰোষত পৰিছে বিগ ব্ৰাদাৰ ট্ৰাম্প।
2 Min read
Thumb
Assamese

ভয়ংকৰ! ৰানৱে'ৰ পৰা পিছলি সাগৰত পৰিল বিমান

পুনৰ ভয়ংকৰ বিমান দুৰ্ঘটনা। অৱতৰণৰ সময়তে এইবাৰ ৰানৱে’ৰ পৰা পিচলি সাগৰত পৰে এখন বিমান। হংকং আন্তৰাষ্ট্ৰীয় বিমানবন্দৰত সংঘটিত এই বিমান দুৰ্ঘটনাত দুজন লোকৰ মৃত্যুৰ খবৰ। 
2 Min read
THUMB
Assamese

যুদ্ধবিৰতি, নহ'ব আক্ৰমণ! শান্তি চুক্তি পাকিস্তান-আফগানিস্তানৰ

দীঘলীয়া বৈঠকৰ অন্তত যুদ্ধবিৰতিত সন্মতি প্ৰকাশ কৰিলে পাকিস্তান-আফগানিস্তানে। কাটাৰৰ ৰাজধানী ডোহাত শেষ নিশালৈকে দুয়ো দেশৰ প্ৰতিনিধিৰে বৈঠক। যুদ্ধবিৰতিৰ কথা বিবৃতিৰ জৰিয়তে ৰাজহুৱা কৰে কাটাৰৰ বিদেশ মন্ত্ৰালয়ে।
2 Min read
Advertisment