Assamese নিৰ্লজ্জ পাকিস্তান! ভয়ংকৰ আক্ৰমণত ৩ ক্ৰিকেটাৰৰ কৰুণ মৃত্যু যুদ্ধবিৰতি উলংঘা কৰি আফগানিস্তানৰ পাক্তিকাত ভয়ংকৰ বিমান আক্ৰমণ পাকিস্তানৰ। পাকিস্তানৰ এই বিমান আক্ৰমণত তিনিজন আফগান ক্ৰিকেটাৰসহ ৮ জন লোক নিহত হোৱাৰ লগতে আন ৭ জন আহত হৈছে।
Assamese হামাছে ইজৰাইলৰ ওপৰত চলোৱা ভয়ংকৰ আক্ৰমণৰ আজি দুবছৰ হ'ল। হামাছে ইজৰাইলৰ ওপৰত চলোৱা ভয়ংকৰ আক্ৰমণৰ আজি দুবছৰ হ'ল। হামাছে ইজৰাইলৰ ওপৰত নিৰ্মমভাৱে আক্ৰমণ কৰে। হামাছে ইজৰাইলত ৪৩০০ৰো অধিক ৰকেট নিক্ষেপ।
Assamese নেপালত বান-ভূমিস্খলনত ৫২জনকৈ লোকৰ মৃত্যু সকলোতকৈ ক্ষতিগ্ৰস্ত হৈছে নেপালৰ কোশী প্ৰদেশ। ২৪ ঘণ্টাত কোশী প্ৰদেশত মৃত্যু মুখত পৰে ৩৭জনকৈ লোক। কেইবাজনো লোক আহত হোৱাৰ সমান্তৰালকৈ বহু লোক নিৰুদ্দেশ হোৱাৰো তথ্য পোহৰলৈ।
Assamese ট্ৰাম্পৰ নতুন সিদ্ধান্তত বিপদত শ শ মুছলীম আৰু শিখ ধৰ্মীয় লোক ! ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ প্ৰশাসনে পুনৰ গ্ৰহণ কৰিছে এক ডাঙৰ সিদ্ধান্ত। এতিয়াৰে পৰা আমেৰিকাৰ সৈন্যসকলে দাড়ি ৰাখিব নোৱাৰিব। ৩০ ছেপ্টেম্বৰত জাৰি কৰা এই কঠোৰ নিৰ্দেশনাৰ অধীনত আমেৰিকাৰ সামৰিক সৈন্যই এতিয়াৰ পৰা দাড়ি ৰাখিব নোৱাৰিব।
Assamese ফিলিপাইনছত ভূমিকম্পৰ সংহাৰী ৰূপ মঙলবাৰে নিশা ফিলিপাইনছৰ চেবুৰ উপকূলৰ ওচৰত অহা এক ৬.৯ প্ৰাবল্যৰ শক্তিশালী ভূমিকম্পই বিস্তৰ ক্ষতি সাধন কৰিছে। ভূমিকম্পত এতিয়ালৈকে কমেও ৬৯ জন লোকৰ মৃত্যু হৈছে।
Assamese এবছৰত থাকে ১৩ মাহ! ২০২৫ত উদযাপন কৰিছে ২০১৮ চনৰ নৱবৰ্ষ। পৃথিৱীৰ এখন দেশ যিখন দেশে বছৰত ১৩ মহীয়া কেলেণ্ডাৰ ব্যৱহাৰ কৰে। বিশ্বৰ আন আন দেশৰ পৰা প্ৰায় ৭-৮ বছৰ পিছ পৰি আছে দেশখন। এই বৰ্ষত দেশখনে উদযাপন কৰিছে ২০১৮ চনৰ নৱবৰ্ষ।
Assamese ভাৰতৰ প্ৰতি নৰম সুৰ মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ বিগত কেইদিনমানৰ পৰা আমেৰিকা আৰু ভাৰতৰ মাজৰ বন্ধুত্বপূৰ্ণ সম্পৰ্কত আৰম্ভ হৈছে তিক্ততা। এইবাৰ তিক্ততাৰ আঁৰৰ প্ৰকৃত কাৰণ উদঙাই দিলে মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে।
Assamese ভাৰতৰ সৈতে কি সম্পৰ্ক নেপালৰ অন্তৰ্ৱতীকালীন প্ৰধানমন্ত্ৰী সুশীলা কাৰ্কীৰ? সুশীলা কাৰ্কীৰ দুৰ্নীতি বিৰোধী স্থিতিৰ বাবেই এই দায়িত্ব তেওঁৰ ওপৰত অৰ্পণ কৰে৷ যাৰ ফলত সুশীলা কাৰ্কী নেপালৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী হিচাপে পৰিগণিত হয়৷ বিদেশ assamese
Assamese অভিশপ্ত ৯/১১, ২০০১ৰ আজি ২৪ বছৰ! কাহানিও কল্পনা নকৰা এক ইতিহাসৰ সাক্ষী হৈ ৰ'ল সমগ্ৰ বিশ্ব ২৪ বছৰ পূৰ্বে আমেৰিকাৰ ইতিহাসত লিপিৱদ্ধ হৈছিল এই দিনটো ক'লা দিন হিচাপে। সন্ত্ৰাসবাদীৰ ধাৰাবাহিক আক্ৰমণৰ সাক্ষী হৈ ৰৈছিল বিশ্বৰ শক্তিধৰ দেশ আমেৰিকা।
Assamese এইবাৰ প্ৰতিবাদত জ্বলিছে আন এখন ৰাষ্ট্ৰ। নেপালৰ দৰেই নিয়ন্ত্ৰণৰ বাহিৰত পৰিস্থিতি হাজাৰ হাজাৰ লোকৰ প্ৰতিবাদত জ্বলিছে ফ্ৰান্সৰ ৰাজপথ। BLOCK EVERYTHING শীৰ্ষক শ্ল’গানেৰে ব্যাপক গণ বিক্ষোভ। চৰকাৰৰ নীতিৰ বিৰুদ্ধে গৈ ওলাই আহিছে জনতা।