Advertisment

বিদেশ

THUMB
Assamese

'জীৱনত প্ৰথমবাৰ এনে ভয়ংকৰ পৰিস্থিতি দেখিছো'। নেপালত গৈ কি দেখিলে বাইহাটাৰ হৰ্ষজ্যোতিয়ে?

'নেপালত ভয়ংকৰ পৰিস্থিতি। জীৱনত প্ৰথমবাৰৰ বাবে এনে পৰিস্থিতি দেখিছো'। 'পৰিস্থিতি শাম নকটালৈকে কোনো নেপাললৈ নোযোৱাই ভাল'। নেপালৰ শেহতীয়া পৰিস্থিতিৰ শিহৰণকাৰী বৰ্ণনা হৰ্ষজ্যোতি ডেকাৰ।
1 Min read
Capture
Assamese

অস্থিৰ নেপাল : দেশ এৰি পলাল প্ৰধানমন্ত্ৰী, ৰাষ্ট্ৰপতিৰো পদত্যাগ

যুৱ প্ৰজন্মই ওলট-পালট কৰি দিলে ভাৰতৰ চুবুৰীয়া ৰাষ্ট্ৰ নেপাল। চৰকাৰৰ এক সিদ্ধান্ত, আৰু তাৰ পাছত নেপালত যি পৰিস্থিতিৰ সৃষ্টি হ’ল সেয়া অভূতপূৰ্ব। দেশ এৰি পলাল প্ৰধানমন্ত্ৰী, ৰাষ্ট্ৰপতিৰো পদত্যাগ।
2 Min read
Thumb
Assamese

আজিৰে পৰা বহুপ্ৰত্যাশিত এছিয়া কাপ

এছিয়া কাপৰ আজি প্ৰথমখন মেচত মুখামুখি হ’ব আফগানিস্তান আৰু হংকং। আবুধাবিত নিশা ৮ বজাৰ পৰা আৰম্ভ হ’বলগীয়া Group Bৰ এই মেচখনত দৃষ্টি নিবদ্ধ থাকিব সকলোৰে।
1 Min read
Nepal government withdraws ban on social apps
Assamese

অৱশেষত প্ৰতিবাদকাৰীৰ ওচৰত শিৰণত কৰিলে নেপাল চৰকাৰে।

৩ কোটি জনসংখ্যাৰ নেপালৰ যুৱ প্ৰজন্মৰ বিশাল প্ৰতিবাদৰ পিছত সেও মানিবলৈ বাধ্য হ'ল নেপাল চৰকাৰ। কিছুদিনৰ আগতে ছ’চিয়েল মিডিয়া ব্যৱহাৰত... (International) বিদেশী | Assamese
1 Min read
cancer
Assamese

সাজু ভেকচিন, নিৰাময় হ'ব কৰ্কট ৰোগ!

চিকিৎসা বিজ্ঞানৰ এক নতুন সাফল্য। ৰাছিয়াই নিৰ্মান কৰি উলিয়াইছে কৰ্কট ৰোগৰ নতুন প্ৰতিষেধক। ফেডাৰেল মেডিকেল এণ্ড বায়’লজিকেল এজেন্সীয়ে প্ৰস্তুত কৰা এই ভেকচিন এতিয়া ব্যৱহাৰৰ বাবে সাজু হৈছে।  (cancer), (Russsia)
1 Min read
thumb
Assamese

ডোনাল্ড ট্ৰাম্পৰ U-Turn। সুৰ সলনি হৈছে মাৰ্কিন ৰাষ্ট্ৰপতি।

হঠাৎ নৰম হৈছে ভাৰতৰ বিৰুদ্ধে কঠোৰ শুল্কনীতি গ্ৰহণ কৰা মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প।' সদায় মোডীৰ বন্ধু হৈ থাকিম'। ডোনাল্ড ট্ৰাম্পৰ U-Turn ।
1 Min read
Thumb
Assamese

মানুহ আৰু বুঢ়া নহ'ব! মৃত্যুৰ আগমূহূৰ্তলৈকে ডেকা হৈ থকাটো সম্ভৱ নে?

কেৱল জীৱই পৃথিৱীত জন্ম ল'লেই যে মৃত্যু হয় এনে নহয়, প্ৰকৃতিৰো এদিন মৃত্যু হয়। কিন্তু আপোনাৰ মন নাযায় নে... যে আপুনি বুঢ়া নহ'ব, আপুনি চিৰদিন-চিৰকাল যৌৱনপ্ৰাপ্ত হৈ থাকিব?
2 Min read
Advertisment