Advertisment

মিঠাতেল কি? 'মিঠাতেল মাতৃ-সন্তানৰ মমতাৰ প্ৰতীক'- মুখ্যমন্ত্ৰী

'মাতৃ-সন্তানৰ মমতাৰ প্ৰতীকেই হ'ল মিঠাতেল'। 'কংগ্ৰেছে মাকৰ মৰম বুজি নাপায়, মিঠাতেলক লৈ মোক জুকাই'। 'এদিন মিঠাতেল নোহোৱাকৈ কংগ্ৰেছে দালি খাই দেখুৱাওক'। মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

'কংগ্ৰেছৰ দিনত উত্‍‍কোচ দিলেহে চাকৰি পাইছিল'
'কংগ্ৰেছে মাকৰ মৰম বুজি নাপায়, মিঠাতেল লৈ মোক জুকাই'
'এদিন মিঠাতেল নোহোৱাকৈ কংগ্ৰেছে দালি খাই দেখুৱাওক'
Advertisment
Advertisment