Assamese BJP-এ গাড়ীত তেল ভৰালেই নহ'ব, BJP-এ গাড়ী চলাবও লাগিবঃ মুখ্য়মন্ত্ৰী 'BJP-এ গাড়ীত তেল ভৰালেই নহ'ব, BJP-এ গাড়ী চলাবও লাগিব'। 'তেতিয়াহে আপোনালোকে সহায়-সুবিধা লাভ কৰিব'। BTRত ৰাজনীতিৰ গৰম বতাহ। নিৰ্বাচনী প্ৰচাৰ চলাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ মন্তব্য।
Assamese 'BTRত বিজেপি চৰকাৰ আহিলে গাঁতত সোমাব লাগিব VCDC সকল' BTCৰ নিৰ্বাচনী সভাত VCDCক লৈ মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। VCDCৰ বাবে BTCত একো আঁচনিৰ সুবিধা দিব পৰা নাই বুলি ক'লে মুখ্যমন্ত্ৰীয়ে।
Assamese ২০২৬ত কিং মেকাৰ, '৩১ত আমি নিজেই গঠন কৰিম চৰকাৰঃ অখিল গগৈ '২০২৬ত আমি কিং মেকাৰ হ'ব খোজো, '৩১ত আমি নিজেই চৰকাৰ গঠন কৰিব খোজো'। 'ৰাইজৰ দলক নোলোৱাকৈ '২৬ত কোনেও চৰকাৰ গঠন কৰিব নোৱাৰে'। -অখিল গগৈৰ ডাঙৰ মন্তব্য।
Assamese গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভত SITৰ প্ৰতিবেদনত কি কি তথ্য? গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভত SITৰ প্ৰতিবেদনত কি কি তথ্য? পাকিস্তানৰ কোন কোন ঠাইলৈ গৈছিল গৌৰৱ গগৈ আৰু পত্নী এলিজাবেথ? ৪২৪ পৃষ্ঠাজোৰা প্ৰতিবেদনত কি আছে
Assamese বিহাৰ হেৰুৱালে ক্ষমতাচ্যুত হ'ব নেকি বিজেপি? নিৰ্বাচনৰ পূৰ্বে ৰে'ল প্ৰকল্পৰ বাবে বিহাৰলৈ ৩,১৬৯ কোটি টকাৰ অনুমোদন কেন্দ্ৰৰ! বিহাৰ হেৰুওৱাৰ ভয়ত কঁপিছে NDA নেতৃত্বাধীন বিজেপি চৰকাৰ। সমাগত বিহাৰ বিধানসভা নিৰ্বাচনত যাদু দেখুৱাব নোৱাৰিলে শক্তি হ্ৰাস পোৱাৰ ভয়ত ত্ৰস্তমান বিজেপি।
Assamese হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছলৈ আহিব নোৱাৰে, কংগ্ৰেছলৈ আহিব বিচাৰিলেই আমি তলা বন্ধ কৰি দিমঃ ৰকিবুল হুছেইন 'হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছলৈ আহিব নোৱাৰে'। 'কংগ্ৰেছলৈ আহিব বিচাৰিলেই আমি তলা বন্ধ কৰি দিম'। 'হিমন্ত বিশ্ব শৰ্মাৰ বাহিৰে যিসকলে কংগ্ৰেছলৈ আহিব বিচাৰে আমি তেওঁলোকক আদৰি ল'ম'। মন্তব্য সাংসদ ৰকিবুল হুছেইনৰ।
Assamese শ্ৰীলংকা, বাংলাদেশৰ পিছত নেপাল গণঅভ্যুত্থানত যেতিয়া থানবান হৈ যায় চৰকাৰ.... ক্ৰমাগত মূল্যবৃদ্ধি, চৰকাৰী দুৰ্নীতি আৰু অৰ্থনৈতিক সংকটৰ বিৰোদ্ধে প্ৰতিবাদত থানবান তিনিখনকৈ দেশ। বাংলাদেশ, শ্ৰীলংকা আৰু নেপালত কৈ ব্যাপক জনসাধাৰণে প্ৰতিবাদ। ৰাজনীতি...
Assamese অস্থিৰ নেপাল : দেশ এৰি পলাল প্ৰধানমন্ত্ৰী, ৰাষ্ট্ৰপতিৰো পদত্যাগ যুৱ প্ৰজন্মই ওলট-পালট কৰি দিলে ভাৰতৰ চুবুৰীয়া ৰাষ্ট্ৰ নেপাল। চৰকাৰৰ এক সিদ্ধান্ত, আৰু তাৰ পাছত নেপালত যি পৰিস্থিতিৰ সৃষ্টি হ’ল সেয়া অভূতপূৰ্ব। দেশ এৰি পলাল প্ৰধানমন্ত্ৰী, ৰাষ্ট্ৰপতিৰো পদত্যাগ।
Assamese অসম বিটিআৰ নিৰ্বাচনৰ ইতিহাস আৰু ইয়াৰ প্ৰভাৱ অসমৰ ৰাজনৈতিক ইতিহাসত বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলনিৰ্বাচনৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে। অঞ্চলটোৰ পৰিৱৰ্তনৰ ক্ষেত্ৰত এই নিৰ্বাচনসমূহে গভীৰ প্ৰভাৱ পেলাইছে। ৰাজনীতি | অসম
Assamese ‘CAA আমি নামানো, অসমে কেতিয়াও বিদেশীৰ বোজা নলয়’, হুংকাৰ অসমীয়া যুৱ মঞ্চৰ ‘নৰেন্দ্ৰ মোদীয়ে বুকু ফুলাই কোৱা ১৬ মে’ কেতিয়া আহিব?’ ‘বিদেশী খেদাৰ নাম লৈ নিৰ্বাচনী বৈতৰণী পাৰ হৈ আহিছে বিজেপি’। অসমীয়া যুৱ মঞ্চৰ উত্তাল প্ৰতিবাদ।