অসম দৰমহাৰ টকাৰে কিদৰে চলিছে মুখ্যমন্ত্ৰী? মুখ্যমন্ত্ৰীৰ হাতত কিমান টকা, কিমান সম্পত্তি? নিজৰ সম্পত্তিৰ কথা কি ক'লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই? ভাল কৰি কোনোবাই কাম কৰি খালে তাত কাৰ আপত্তি আছে বুলিও প্ৰশ্ন।
Assamese কোনো জুবিন অনুৰাগীয়ে এইবাৰ বিজেপিক ভোট নিদিয়ে বুলি মন্তব্য ৰাজেন গোহাঁইৰ ৰাজ্যৰ ৰাজনীতি তোলপাৰ লগোৱা অভিযোগ ৰাজেন গোহাঁইৰ। ‘অসমীয়াৰ আটাইতকৈ ডাঙৰ শত্ৰু হৈছে বিজেপি’। বিজেপি ত্যাগ কৰিয়েই এই মন্তব্য বিজেপিৰ প্ৰাক্তন ৰাজ্যিক মন্ত্ৰীগৰাকীৰ।
Assamese BTCৰ মুখ্য কাৰ্যবাহী সদস্যৰূপে শপতগ্ৰহণ হাগ্ৰামা মহিলাৰীৰ BTCৰ মুখ্য কাৰ্যবাহী সদস্যৰূপে শপতগ্ৰহণ কৰিলে হাগ্ৰামা মহিলাৰীয়ে। কোকৰাঝাৰৰ বডোফা নগৰত হাগ্ৰামাৰ শপতগ্ৰহণলৈ প্ৰতিকুল বতৰকো নেওচি আহিল হাজাৰ হাজাৰ লোক।
LiveAssamese কাৰ হাতলৈ যাব BTR? চলি আছে ভাগ্য নিৰ্ণয় কৰা ভোটগণনা আজি পুৱাৰে পৰা আৰম্ভ হৈছে বড়োলেণ্ড টেৰিট’ৰিয়েল কাউন্সিল নিৰ্বাচনৰ ভোটগণনা। বিজয়ধ্বজা উৰুৱাবলৈ সাজু হৈ আছে প্ৰতিটো দল। ৫ খনকৈ জিলাৰ ৪০ পৰিষদীয় সমষ্টিত চলি আছে ভোটগণনা।
Assamese গৌৰৱ গগৈ আমূল বেবী, আমাৰ লগত পাট্টা নাপায়ঃ মুখ্যমন্ত্ৰী গৌৰৱ গগৈক এইবাৰ আমূল বেবী আখ্যা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। 'আমূল বেবীয়ে আমাৰ লগত পাট্টা নাপায়'। 'যিয়ে নিজৰ আত্মা পাকিস্তানক বন্ধকত দিছে'।
Assamese অসমৰ আন্দোলনত কোনোৱে ইতিবাচক ফল পোৱা নাইঃ মুখ্যমন্ত্ৰী 'আন্দোলন কৰিলে মই বাধা দিব নোৱাৰো'। 'কিন্তু অসম চুক্তিৰ পৰা ধৰি যিমান আন্দোলন হৈছে তাৰ কোনো ইতিবাচক ফলাফল মই দেখা নাই'। -হিমন্ত বিশ্ব শৰ্মাৰ।
Assamese ধৰ্মৰ নামত বিভাজন কৰি মুছলমানক খেদা, হিন্দুক ৰক্ষণাবেক্ষণ দিয়া এইবোৰ নচলিবঃ উৎপল শৰ্মা 'অসম বিদেশী মুক্ত হ'ব লাগিব'। 'ধৰ্মৰ নামত বিভাজন কৰি মুছলমানক খেদা, হিন্দুক ৰক্ষণাবেক্ষণ দিয়া এইবোৰ নচলিব'। 'অসমৰ মানুহ বুৰ্বক নহয়, অসমৰ মানুহে বুজি পায়'। উৎপল শৰ্মা।
Assamese ভাৰতৰ প্ৰতি নৰম সুৰ মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ বিগত কেইদিনমানৰ পৰা আমেৰিকা আৰু ভাৰতৰ মাজৰ বন্ধুত্বপূৰ্ণ সম্পৰ্কত আৰম্ভ হৈছে তিক্ততা। এইবাৰ তিক্ততাৰ আঁৰৰ প্ৰকৃত কাৰণ উদঙাই দিলে মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে।
Assamese প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে AI-জেনেৰেটেড ভিডিঅ’ প্ৰস্তুত কৰি বিপদত কংগ্ৰেছৰ IT CELL ! প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মোদীৰ প্ৰয়াত মাতৃক লৈ AI-জেনেৰেটেড ভিডিঅ’ প্ৰস্তুত কৰি বিপদত এতিয়া কংগ্ৰেছ আৰু কংগ্ৰেছৰ IT CELL। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মাতৃক লৈ কংগ্ৰেছে আপলোড কৰা AI-জেনেৰেটেড ভিডিঅ’ৰ বিৰুদ্ধে দিল্লী আৰক্ষীয়ে গোচৰ ৰুজু কৰিছে।
Assamese BTRৰ নিৰ্বাচনক লৈ ৰৌতাত ভয়ংকৰ ঘটনা, আহত ৩ UPPL কৰ্মী। BTC নিৰ্বাচনক লৈ BTRত কেইবাটাও নিৰ্বাচন কেন্দ্ৰিক সংঘাত। বিজেপিৰ পিছত এইবাৰ UPPLৰ কৰ্মীক টাৰ্গেট কৰি ল'লে দুৰ্বৃত্তই। নিৰ্বাচন কেন্দ্ৰিক সংঘাতত আহত ৩ UPPL কৰ্মী।