Advertisment

ৰাজনীতি

Thumb
Assamese

আমেৰিকাত বিদ্ৰোহ! বিপদ আসন্ন আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ বিপদ আসন্ন। ট্ৰাম্পৰ বিৰুদ্ধে এতিয়া আৰম্ভ হৈছে বিদ্ৰোহ। নিজ দেশৰ নাগৰিকৰে ৰোষত পৰিছে বিগ ব্ৰাদাৰ ট্ৰাম্প।
2 Min read
THUMB
Assamese

পিতৃ-মাতৃক অৱহেলা কৰা চৰকাৰী কৰ্মচাৰী সাৱধান

পিতৃ-মাতৃক অৱহেলা কৰা চৰকাৰী কৰ্মচাৰী সাৱধান। চৰকাৰী কৰ্মচাৰীৰ বাবে নতুন আইন আনিব চৰকাৰে। পিতৃ-মাতৃক সেৱা নকৰা চৰকাৰী কৰ্মচাৰীসকলৰ কৰ্তন হ'ব দৰমহা। 
1 Min read
Thumb
Assamese

‘মই এটকা দি দুটকা লোৱা মানুহ ’-হাগ্ৰামা

মই Give & Takeত বিশ্বাস কৰোঁ। এটকা দি দুটকা লোৱা মানুহ মই । BJPৰ সৈতে BTCত বহু কাম কৰিব লগীয়া আছে। কিন্তু ২৬ৰ নিৰ্বাচনহে আমাৰ প্ৰকৃত লক্ষ্য : হাগ্ৰামা
2 Min read
THUMB
Assamese

মন্ত্ৰী হ'ব BPFৰ চৰণ বড়ো। কাইলৈ হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ

DY365ৰ হাতত হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণৰ তথ্য। মাজবাটৰ বিপিএফ বিধায়ক চৰণ বড়োৱে মন্ত্ৰীসভাত স্থান পোৱাটো নিশ্চিত। শনিবাৰে দিনৰ ১১ বজাত নতুন মন্ত্ৰীৰূপে শপত ল’ব বড়োৱে।
hagrama mahilari
Assamese

বড়োভূমিৰ কি বিভাগ, কাৰ হাতত? হাগ্ৰামাই কি কি দপ্তৰ ৰাখিলে নিজৰ লগত?

BTCৰ ১২গৰাকী কাৰ্যবাহী সদস্যক দপ্তৰ বিতৰণ হাগ্ৰামাৰ। ৬টা দপ্তৰ নিজৰ হাতত ৰাখি হাগ্ৰামা মহিলাৰীয়ে বিতৰণ কৰিলে আন সমূহ দপ্তৰ। হাগ্ৰামাই নিজৰ হাতত ৰাখিলে PWD, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, বিত্ত, যুৱ কল্যাণ বিভাগ, আৰু জনজাতি উন্নয়ন, সাংস্কৃতিক পৰিক্ৰমা বিভাগ।
1 Min read
Bihar Elections: NDA's Seat Sharing Finalized!
শীৰ্ষ খবৰ

​বিহাৰ নিৰ্বাচনঃ NDAৰ আসন ভাগ-বতৰা চূড়ান্ত!

NDAৰ আসন ভাগ-বতৰা চূড়ান্ত! আগন্তুক বিহাৰ বিধানসভা নিৰ্বাচনৰ বাবে ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চা বা এন ডি এ (NDA)-ৰ আসন ভাগ-বতৰা চূড়ান্ত হ'ল।
2 Min read
Thumb
Assamese

অসমৰ এইবাৰ যুঁজ এখন হ'ব-গৌৰৱ গগৈ

'২৬ৰ নিৰ্বাচনলৈ কঁকালত টঙালি বান্ধিছে কংগ্ৰেছে। ঢেকিয়াজুলিত সদ্য বিজেপিত্যাগী বাতাচ ওৰাংসহ ৬ শতাধিক লোকৰ কংগ্ৰেছত যোগদান। যোগদান সভাতে মুখ্যমন্ত্ৰী আৰু বিজেপি দলৰ বিৰুদ্ধে বিস্ফোৰণ গৌৰৱ গগৈৰ। 
2 Min read
Thumb
Assamese

তালিবান মন্ত্ৰীৰ সংবাদমেলত নিষিদ্ধ মহিলা সাংবাদিক! দেশজুৰি বিতৰ্ক

ভাৰত ভ্ৰমণ কৰিছে আফগানিস্তানৰ বিদেশ মন্ত্ৰী আমীৰ খান মুত্তাকীয়ে। কিন্তু মন্ত্ৰীজনৰ সংবাদমেললৈ মহিলা সাংবাদিকক নিমন্ত্ৰণ নকৰাক লৈ সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।
2 Min read
Thumb
Assamese

অসমত মিঞা মুছলমানৰ জনসংখ্যা বৃদ্ধি পাব ৩৮ শতাংশলৈ!

সলনি হবলৈ গৈ আছে অসমৰ জনগাঁথনি। পৰৱর্তী লোকপিয়লত অসমত মিঞা মুছলমানৰ জনসংখ্যা বৃদ্ধি পাব ৩৮ শতাংশলৈ। ভৱিষ্যতে মিঞা মুছলমানসকল অসমৰ সৰ্ববৃহৎ জনগোষ্ঠীত পৰিণত হ'ব ।
2 Min read
Thumb
Assamese

আমি সূতা, লুঙীৰ ৰাজনীতি কৰা নাই-মুখ্যমন্ত্ৰী

আমি সূতা, লুঙীৰ ৰাজনীতি কৰা নাই। অসমৰ ৪০ লাখ মহিলাক লাখপতি বাইদেউ হিচাপে গঢ়ি তুলিবলৈ আমি কষ্ট কৰিছোঁ, সংগ্ৰাম কৰিছোঁ ৷ এনেধৰণৰ কাম যদি কংগ্ৰেছে কৰিলেহেঁতেন আমাৰ অসমৰ পৰা দৰিদ্ৰতা কেতিয়াবাই নোহোৱা হ'লহেঁতেন ৷
2 Min read
Advertisment