Assamese জাতীয়তাবাদৰ প্ৰতি মোহভংগ ! কংগ্ৰেছত যোগদান মধ্য অসমৰ জ্যেষ্ঠ অগপ নেতাৰ জাতীয়তাবাদৰ প্ৰতি মোহভংগ ! অসম গণ পৰিষদ দলৰ প্ৰাক্তন জিলা সম্পাদক জ্যেষ্ঠ নেতা বীৰেশ্বৰ মেধিয়ে সোমবাৰে কংগ্ৰেছ দলত আনুষ্ঠানিক ভাবে যোগদান কৰে।
Assamese নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ জীৱিত সন্তানক মৃত সজালে পিতৃ-মাতৃয়ে! পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ নাভূত-নাশ্ৰূত কাণ্ড। জীৱিত সন্তানক মৃত সজাই ভোটযুদ্ধত জয়ী হোৱাৰ অভিযোগ। পঞ্চায়তৰ সদস্য আঞ্জু আখতাৰৰ বিৰুদ্ধে এই অভিযোগ।
Assamese বিজেপিয়ে ৰাজ্যৰ পিছপৰা মানুহক ঘৃণাৰ চকুৰে চাইঃ ৰাজেন গোহাঁইৰ বিস্ফোৰণ 'বিজেপিয়ে ৰাজ্যত চৰকাৰ বনাইছিল, কিন্তু আজি অধঃপতনৰ দিশে গৈ আছে'। 'ৰাজ্যৰ পিছপৰা মানুহক বিজেপিয়ে ঘৃণাৰ চকুৰে চাই'। 'কেতিয়া বিজেপিয়ে অসম আৰু অসমীয়াৰ সুৰক্ষাৰ কথা চিন্তা কৰিছে?'- মন্তব্য ৰাজেন গোহাঁইৰ।
Assamese ব্ৰাজিলৰ ম’ডেলৰ ফটোৰে ২২খনকৈ ভোটাৰ কাৰ্ড। হাৰিয়ানাত ভুৱা ভোটাৰে বিজেপিয়ে জয়লাভ কৰাৰ অভিযোগ ৰাহুল গান্ধীৰ আকৌ এবাৰ ৰাহুল গান্ধীৰ টাৰ্গেট নিৰ্বাচন আয়োগ। হাৰিয়ানা বিধানসভা নিৰ্বাচনত ভুৱা ভোটাৰে বিজেপিয়ে জয়লাভ কৰাৰ অভিযোগ। ভোট চুৰিৰ ব্যৱস্থাৰে বিজেপিয়ে দেশৰ গণতান্ত্ৰিক প্ৰক্ৰিয়া ধ্বংস কৰাৰ অভিযোগ ৰাহুলৰ।
Assamese পদুম এৰি জাহাজত উঠিল ৰাজেন গোহাঁই পদুম এৰাৰ পাছত আজি জাহাজত উঠিল ৰাজেন গোহাঁই। আনুষ্ঠানিকভাৱে আজি অসম জাতীয় পৰিষদত যোগদান কৰিলে ৰাজ্যিক বিজেপিৰ প্ৰাক্তন সভাপতিজনে। ৰাজেন গোহাঁইৰ যোগদানে অসম জাতীয় পৰিষদক শক্তিশালী কৰিব বুলি মন্তব্য অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈৰ।
Assamese লক্ষ্য ২০২৬ৰ নিৰ্বাচন! NDAত থাকিব নে অগপ UPPL? লক্ষ্য ২০২৬ৰ নিৰ্বাচন! ৰাজ্যিক বিজেপিত আৰম্ভ হৈছে ব্যাপক সাংগঠনিক পৰিৱৰ্তন। NDAত থাকিব নে অগপ UPPL? ১৫ নৱেম্বৰৰ ভিতৰত ব্যাপক সাংগঠনিক পৰিৱৰ্তনৰ লক্ষ্য বিজেপিৰ।
Assamese নীতিশ নে তেজস্বী? মুখ্যমন্ত্ৰী হিচাপে এইবাৰ কাক বিচাৰিছে বিহাৰে? মাজত মাত্ৰ এটা দিন। ৬ নৱেম্বৰত বিহাৰ বিধানসভাৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচন। বিহাৰক লৈ অংক ৰাজনৈতিক সমীক্ষকৰ। নীতিশ নে তেজস্বী ? মুখ্যমন্ত্ৰী হিচাপে এইবাৰ কাক বিচাৰিছে বিহাৰে?
Assamese মিত্ৰতা নাথাকিবও পাৰে! অকলেই নিৰ্বাচন খেলাৰ পণ অগপৰ ২০২৬ৰ নিৰ্বাচনত অগপ আৰু বিজেপিৰ মিত্ৰতা নাথাকিবও পাৰে। মিত্ৰতাৰ মৰ্যাদা নাপালে অকলেই নিৰ্বাচন খেলাৰ পণ লৈছে অসম গণ পৰিষদে। ৬০টা সমষ্টিত নিৰ্বাচন খেলাৰ যো-জা অগপৰ।
Assamese মিঠাতেল কি? 'মিঠাতেল মাতৃ-সন্তানৰ মমতাৰ প্ৰতীক'- মুখ্যমন্ত্ৰী 'মাতৃ-সন্তানৰ মমতাৰ প্ৰতীকেই হ'ল মিঠাতেল'। 'কংগ্ৰেছে মাকৰ মৰম বুজি নাপায়, মিঠাতেলক লৈ মোক জুকাই'। 'এদিন মিঠাতেল নোহোৱাকৈ কংগ্ৰেছে দালি খাই দেখুৱাওক'। মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।
Assamese চৰকাৰেই জুবিনৰ ন্যায় বিচাৰি কৰিলে প্ৰতিবাদ! কাক বিশ্বাস কৰিব জনতাই? জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি ৰাজপথলৈ ওলাই আহিল বিজেপি দল। নলবাৰীত বিজেপিৰ ‘ময়ো জুবিন অনুৰাগী, আমিয়ো জুবিন অনুৰাগী’ কাৰ্যসূচী। দিলীপ শইকীয়াৰ, পবিত্ৰ মাৰ্ঘেৰিটা, চন্দ্ৰমোহন পাটোৱাৰী, জয়ন্ত মল্লবৰুৱাই অংশ ল'লে প্ৰতিবাদত।