Assamese চুপাৰ চানডেত টীম ইণ্ডিয়াৰ হাতত মুখঠেকেচা পাকিস্তানৰ এছিয়া কাপৰ হাইভল্টেজ মহাৰণত টীম ইণ্ডিয়াৰ হাতত আকৌ মুখঠেকেচা খালে পাকিস্তানে। টছত জয়ী হৈ বেটিং কৰিবলৈ অহা প্ৰতিজন পাকিস্তানী বেটাৰে ভাৰতীয় বলাৰৰ দুৰ্দান্ত বলিঙত হৈ পৰিছিল দিশহাৰা।
Assamese ভাৰত-পাক মেচৰ পূৰ্বে দেশপ্ৰেমকলৈ প্ৰশ্ন অনুৰাগীৰ ? ১৪ ছেপ্তেম্বৰত অনুষ্ঠিত হ'ব ভাৰত- পাকিস্তানৰ মাজত এছিয়া কাপৰ হাইভল্টেজ মহাৰণ। কিন্তু এছিয়া কাপৰ ভাৰত-পাকিস্তান এই ক্ৰিকেট মেচখনক লৈ সমগ্ৰ দেশতে বিতৰ্ক তীব্ৰতৰ হৈ পৰিছে। একাংশই প্ৰশ্ন কৰিছে- এয়া কেনেকুৱা দেশপ্ৰেম?
Assamese টি-২০ ক্ৰিকেটত বিশ্ব অভিলেখ ইংলেণ্ডৰ ঘৰুৱা দল ইংলেণ্ডৰ বিৰুদ্ধে আন এক লজ্জাজনক অভিলেখ দক্ষিণ আফ্ৰিকাৰ। ইংলেণ্ডৰ বিৰুদ্ধে মানচেষ্টাৰত অনুষ্ঠিত দ্বিতীয়খন টি-২০ত ধৰাশায়ী হৈ ১৪৬ ৰানৰ ব্যৱধানত পৰাস্ত হয় দক্ষিণ আফ্ৰিকা।
Assamese ৰোহিত, বিৰাটৰ প্ৰভাৱ! ভাৰত- পাকৰ খেলক লৈ নাই উন্মাদনা! ১৪ ছেপ্তেম্বৰ, সম্মুখসমৰত ভাৰত-পাকিস্তান। ভাৰত-পাকিস্তানৰ খেল মানেই ৰোমাঞ্চ আৰু উত্তেজনাৰে ভৰপূৰ এক হাইভল্টেজ থ্ৰিলাৰ। কিন্তু এইবাৰ এছিয়া কাপৰ ভাৰত- পাকিস্তানৰ খেলখনক লৈ অনুৰাগীৰ মাজত নাই কোনো উন্মাদনা।
Assamese আজিৰে পৰা বহুপ্ৰত্যাশিত এছিয়া কাপ এছিয়া কাপৰ আজি প্ৰথমখন মেচত মুখামুখি হ’ব আফগানিস্তান আৰু হংকং। আবুধাবিত নিশা ৮ বজাৰ পৰা আৰম্ভ হ’বলগীয়া Group Bৰ এই মেচখনত দৃষ্টি নিবদ্ধ থাকিব সকলোৰে।
Assamese এদিনীয়া ক্ৰিকেটৰ ইতিহাসত বিশ্ব অভিলেখ ইংলেণ্ডৰ এদিনীয়া ক্ৰিকেটৰ ইতিহাসত বিশ্ব অভিলেখ গঢ়িবলৈ সক্ষম হৈছে ইংলেণ্ডে। দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ইংলেণ্ডে ৩৪২ ৰানৰ বিশাল ব্যৱধানত পৰাস্ত কৰিছে দক্ষিণ আফ্ৰিকাক। এদিনীয়া ক্ৰিকেটৰ ইতিহাসত ৰানৰ ক্ষেত্ৰত এয়া সৰ্ববৃহৎ জয়।
Assamese শীঘ্ৰেই নীলা জাৰ্চিলৈ উভতিব ৰোহিত শৰ্মা, বিৰাট কোহলী! শীঘ্ৰেই নীলা জাৰ্চিলৈ উভতিব ভাৰতীয় দলৰ অধিনায়ক ৰোহিত শৰ্মা আৰু তাৰকা বেটাৰ বিৰাট কোহলী! ২২ গজত ৰোহিত শৰ্মা আৰু বিৰাট কোহলীক চাবলৈ অধীৰ আগ্ৰেহেৰে অপেক্ষা কৰি আহিছে ভাৰতীয় ক্ৰিকেট অনুৰাগীসকলে। (sports), (CRICKET)
Assamese এছিয়া কাপৰ পূৰ্বেই পুনৰ চৰ্চালৈ হাৰ্দিক পাণ্ডিয়া হাৰ্দিক পাণ্ডিয়া, ভাৰতীয় ক্ৰিকেট দলৰ লগতে বিশ্বক্ৰিকেটৰ এজন ষ্টাৰ অলৰাউণ্ডাৰ। খেলপথাৰৰ লগতে বিভিন্ন সময়ত ব্যক্তিগত জীৱনৰ বাবেও চৰ্চালৈ আহে তাৰকা ক্ৰিকেটাৰগৰাকী। শেহতীয়াভাৱে এছিয়া কাপৰ পূৰ্বে পুনৰ চৰ্চালৈ আহিছে ক্ৰিকেটাৰগৰাকী।
Assamese ভাৰতীয় ক্ৰিকেট দলৰ জাৰ্চী স্পনছৰ আৰু 'বদনাম': এক আকৰ্ষণীয় কাহিনী ভাৰতীয় ক্ৰিকেট দলৰ নতুন জাৰ্চিটো এতিয়া অনুৰাগীৰ মাজত চৰ্চাৰ বিষয় হৈ পৰিছে। এই জাৰ্চিটো স্পনছৰ বাবেও 'অশুভ' বুলিও কিছুমান অনুৰাগীয়ে বিশ্বাস কৰিবলৈ আৰম্ভ কৰিছে ।
Assamese গুৱাহাটীত মহিলা বিশ্বকাপ ক্ৰিকেট : এক ঐতিহাসিক ক্ষণ সমাগত ৩০ ছেপ্টেম্বৰ ২০২৫ চনত অনুষ্ঠিত হ'বলগীয়া আইচিচি মহিলা বিশ্বকাপ ক্ৰিকেটৰ বাবে গুৱাহাটীয়ে এক গুৰুত্বপূৰ্ণ আয়োজক চহৰ হিচাপে নিজকে প্ৰতিষ্ঠা কৰিছে। প্ৰথমবাৰৰ বাবে গুৱাহাটীত হ'ব বিশ্বকাপ ক্ৰিকেটৰ উদ্বোধনী খেল।