Assameseঘৃণামূলক ভাষণ বন্ধ, অন্যথা ১০ বছৰ জে’ল! বিধানসভাত গৃহীত হ’ল বিধেয়কবিজেপিৰ আপত্তি নাকচ কৰি কংগ্ৰেছে গৃহীত কৰিলে এখন বিশেষ বিধেয়ক। এতিয়াৰে পৰা ঘৃণামূলক ভাষণ দিলেই হ’ব ১০ বছৰ পৰ্যন্ত জে’ল। ঘৃণা বিয়পোৱা বক্তব্য দিলেই ৰুজু হ’ব জামিনবিহীন গোচৰ।Mrinmoy Talukdar Dec 20, 2025 15:10 ISTঘৃণামূলক ভাষণ বন্ধ, অন্যথা ১০ বছৰ জে’ল! বিধানসভাত গৃহীত হ’ল বিধেয়কঘৃণামূলক ভাষণ বন্ধ, অন্যথা ১০ বছৰ জে’ল!বিধানসভাত গৃহীত হ’ল বিধেয়কবিজেপিৰ আপত্তি নাকচ কৰি কংগ্ৰেছে গৃহীত কৰিলে এখন বিশেষ বিধেয়ক। এতিয়াৰে পৰা ঘৃণামূলক ভাষণ দিলেই হ’ব ১০ বছৰ পৰ্যন্ত জে’ল। ঘৃণা বিয়পোৱা বক্তব্য দিলেই ৰুজু হ’ব জামিনবিহীন গোচৰ।AdvertismentRead More- নিলাজ! বহিঃৰাষ্ট্ৰত ভিক্ষা খোজা ৫১ হাজাৰ পাকিস্তানীক বিতাড়নঘৃণা বিয়পোৱা বক্তব্য দিয়াসকল সাৱধান! বিজেপিৰ আপত্তি নাকচ কৰি কংগ্ৰেছে গৃহীত কৰিলে এখন বিশেষ বিধেয়ক। কৰ্ণাটকৰ বিধানসভাত গৃহীত হ’ল HATES SPEECH & HATE CRIMES BILL ২০২৫। এতিয়াৰে পৰা ঘৃণা বিয়পোৱা বক্তব্য দিলেই ৰুজু হ’ব জামিনবিহীন গোচৰ। কৰ্ণাটকৰ কংগ্ৰেছ চৰকাৰৰ এই পদক্ষেপক গণতন্ত্ৰৰ কণ্ঠ ৰুদ্ধ কৰাৰ প্ৰয়াস বুলি দাবী বিজেপিৰ। Read More- কোন ওছমান হাদী? যাৰ মৃত্যুত জ্বলিছে বাংলাদেশবিজেপি বিধায়কৰ প্ৰতিবাদৰ মাজতেই কৰ্ণাটকৰ বিধানসভাত গৃহীত হ'ল এখন গুৰুত্বপূৰ্ণ বিধেয়ক। এতিয়াৰে পৰা ঘৃণামূলক ভাষণ দিলেই হ’ব ৭ বছৰলৈকে জে’ল। কোনো ব্যক্তিবিশেষ, দল-সংগঠন, ৰাজনৈতিক নেতাই বিয়পাব নোৱাৰিব ঘৃণা। প্ৰথমবাৰ এই অপৰাধ কৰিলে হ'ব ১ৰ পৰা ৭ বছৰৰ কাৰাদণ্ড। পুনৰবাৰ একেটা ভুল কৰিলে ২ৰ পৰা ১০ বছৰৰ কাৰাদণ্ড, ১ লাখ টকা পৰ্যন্ত জৰিমনা। মূলত ঘৃণামূলক ভাষণ ৰোধ কৰাৰ বাবেই অনা হৈছে এই বিধেয়কখন। Read More- চিন্তনীয়! দ্ৰুতগতিত ভাৰতীয়ই ত্যাগ কৰিছে নাগৰিকত্বHATES SPEECH & HATE CRIMES BILL ২০২৫ অনুসৰি, যিকোনো ব্যক্তি (জীৱিত বা মৃত), যিকোনো শ্ৰেণী, গোট বা সম্প্ৰদায়ৰ প্ৰতি আঘাত, অসন্তুষ্টি, শত্ৰুতা আৰু কু-অভিপ্ৰায়ৰ উদ্দেশ্যেৰে যদি কোনোবাই উচটনিমূলক আৰু ঘৃণামূলক ভাষণ দিয়ে সেয়া লাগিলে কথিত বা লিখিত ৰূপতেই হওক, ইংগিত বা দৃশ্যমান প্ৰতীকেৰে হওক বা সামাজিক মাধ্যমৰ জৰিয়তেই নহওক কিয় লগতে ধৰ্ম, জাতি, সম্প্ৰদায়, লিংগ, জন্মস্থান, বাসস্থান, ভাষা, অক্ষমতা বা জনগোষ্ঠীৰ ওপৰত ভিত্তি কৰি দিয়া যিকোনো ধৰণৰ পক্ষপাতিত্বকো ঘৃণামূলক ভাষণ হিচাপে শ্ৰেণীভুক্ত কৰা হ'ব। আৰু এইসকলৰ বিৰুদ্ধে এতিয়াৰে পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব।Read More- কপাল ফুলিল, কোনে কোনে পালে চৰকাৰী চাকৰি?AdvertismentAdvertisment Read the Next Article