Assameseমহানগৰীত ভয়ংকৰ দুৰ্ঘটনানিশা গুৱাহাটী মহানগৰীত ভয়ংকৰ দুৰ্ঘটনা। দুৰ্ঘটনাত থিতাতে নিহত এগৰাকী যুৱতী। মাৰুতি বাহনৰ ডিভাইদাৰত খুন্দা মৰাৰ ফলত সংঘটিত হয় দুৰ্ঘটনাটো। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ বাসগৃহৰ সন্মুখত সংঘটিত এই দুৰ্ঘটনা। Jyotiprasad Sarma Feb 03, 2026 10:14 ISTমহানগৰীত ভয়ংকৰ দুৰ্ঘটনাথিতাতে নিহত এগৰাকী যুৱতীনিশা গুৱাহাটী মহানগৰীত ভয়ংকৰ দুৰ্ঘটনা। দুৰ্ঘটনাত থিতাতে নিহত এগৰাকী যুৱতী। মাৰুতি বাহনৰ ডিভাইদাৰত খুন্দা মৰাৰ ফলত সংঘটিত হয় দুৰ্ঘটনাটো। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ বাসগৃহৰ সন্মুখত সংঘটিত এই দুৰ্ঘটনা। AdvertismentAlso Read: মিঞাৰ বিৰুদ্ধে আন্দোলন আৰম্ভমহানগৰীৰ লতাশিলত নিশা ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয়। শোকাৱহ দুৰ্ঘটনাটোত এগৰাকী যুৱতীয়ে কৰুণ মৃত্যুক আঁকোৱালি ল'বলগা হয়। দুৰ্ঘটনাটোত নিহত যুৱতীগৰাকী ফটাশিল আমবাৰীৰ নিহা দাস বুলি চিনাক্ত। নিয়ন্ত্রণ হেৰুৱাই এখন অল্ট’ বাহনে ডিভাইদাৰত খুন্দা মৰাৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয়। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ বাসগৃহৰ সন্মুখত সংঘটিত এই দুৰ্ঘটনা। Also Read: ম’বাইল এপতে বিয়া!দুৰ্ঘটনা সংঘটিত কৰা অল্ট’ বাহনখনৰ নম্বৰ হৈছে AS01 LC8910। ইতিমধ্যে পাণবজাৰ আৰক্ষীয়ে আটক কৰিছে গাড়ীখনৰ চালকক।Also Read: চৰকাৰী কৰ্মচাৰীয়ে ল’ব পাৰিব Advance Salaryউল্লেখ্য যে, ৰাধা গোবিন্দ বৰুৱা কলেজৰ তৃতীয় বৰ্ষৰ ছাত্ৰী আছিল নিহা দাস। নিহা দাসে ওচৰ-চুবুৰীয়া ছাত্ৰ-ছাত্ৰীসকলক টিউচন কৰি ঘৰ চলাই আহিছিল। সোমবাৰে সন্ধিয়াৰ ভাগত ঘৰৰ পৰা ওলাই আহিছিল নিহা দাস। নিজৰ স্কুটী লৈ ঘৰৰ পৰা ওলাই আহিছিল টিউচন কৰিবলৈ। AdvertismentAdvertisment Read the Next Article