Advertisment

বন্ধ হ’ব বহু বিবাহ... ৰাষ্ট্ৰপতি স্বাক্ষৰৰ পিছতেই আইনলৈ ৰূপান্তৰ হ’ব বহু বিবাহ প্ৰতিৰোধী বিধেয়ক

অসমত বন্ধ হ’ব বহু বিবাহ। বহুবিবাহক লৈ সদনত মুখ্যমন্ত্ৰীৰ ডাঙৰ মন্তব্য। 'আল্লাক ফাঁকি নিদিয়াকৈ ক'ৰবাত দ্বিতীয় বিবাহ হয় নেকি?' বিধানসভাত গৃহীত হ’ল বহু বিবাহ প্ৰতিৰোধী বিধেয়ক ২০২৫

অসমত বন্ধ হ’ব বহু বিবাহ

প্ৰকৃত মুছলমান কোন? আল্লাহক ফাঁকি নিদিয়াকৈ ক'ৰবাত দ্বিতীয় বিবাহ হয় নেকি? বহুবিবাহক লৈ সদনত মুখ্যমন্ত্ৰীৰ ডাঙৰ মন্তব্য।

Advertisment


বিধানসভাত গৃহীত হ’ল বহু বিবাহ প্ৰতিৰোধী বিধেয়ক ২০২৫


হিন্দু-মুছলমান, খ্ৰীষ্টান সকলোৰে বহু বিবাহ বন্ধ হ’ব’


‘হিন্দুৰ বহু বিবাহ বন্ধ কৰাৰ দায়িত্ব আমাৰ’


‘প্ৰথম পত্নীৰ অনুমতি অবিহনে হজৰত মহম্মদেও দ্বিতীয় বিবাহৰ বিৰোধিতা কৰিছিল’


‘কোনো মহিলাই স্বামীয়ে দুগৰাকী বিবাহ কৰাটো নিবিচাৰে’


‘বিশ্বৰ বহুতো ইছলামিক দেশে বহু বিবাহ বন্ধ কৰিছে’


‘এই আইনখনে মুছলমানক প্ৰকৃত মুছলমান হ’বলৈ শিকাব’


বিধানসভাত বিধেয়ক উত্থাপন কৰি ঘোষণা মুখ্যমন্ত্ৰীৰ


সদনত কংগ্ৰেছে উঠাই ল’লে বিধেয়কখনৰ সংশোধনী প্ৰস্তাৱ


ৰাষ্ট্ৰপতি স্বাক্ষৰৰ পিছতেই আইনলৈ ৰূপান্তৰ হ’ব বিধেয়কখন


অখিল‌ গগৈয়েও উঠাই ল’লে বিধেয়কৰ সংশোধনী প্ৰস্তাৱ

Advertisment
Advertisment