Advertisment

দয়া নাই... এফালৰ পৰা ভাঙি দিয়া হৈছে ঘৰ, চামগুৰিৰ ভকত গাঁৱত উচ্ছেদ অব্যাহত

মধ্য অসমত আজি বৃহৎ উচ্ছেদ অভিযান। নগাঁৱৰ খাটোৱাল মৌজাত উচ্ছেদ অভিযান। ভকতগাঁৱত পুৱাৰে পৰা চলিল প্ৰশাসনৰ বুলড’জাৰ। ৩৮ বিঘা চৰকাৰী ভূমিত প্ৰশাসনে চলাইছে উচ্ছেদ।

শুকুৰবাৰে পুৱাৰে পৰা নগাঁৱৰ খাটোৱাল মৌজাত প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান

ভকতগাঁৱত পুৱাৰে পৰা চলিল প্ৰশাসনৰ বুলড’জাৰ। ভকতগাঁৱৰ ১২নং দাগৰ গ্ৰেজিং ৰিজাৰ্ভত উচ্ছেদ

Advertisment

৩৮ বিঘা চৰকাৰী ভূমিত প্ৰশাসনে চলাইছে উচ্ছেদ। বুধবাৰে উকলি গৈছিল প্ৰশাসনে বান্ধি দিয়া সময়সীমা

বহু দখলকাৰীয়ে ইতিমধ্যে ঘৰ-দুৱাৰ ভাঙি এৰিছে ভকতগাঁও

পুৱাৰে পৰা প্ৰশাসন-আৰক্ষীৰ বিশাল দলে চলাইছে উচ্ছেদ অভিযান। 

Advertisment
Advertisment