Assamese কৈছিল খেদিম, কিন্তু হ'লগৈ বিধায়ক... বাংলাদেশী খেদাৰ কথা কৈ নিৰ্বাচনত জয়ী হোৱা বিজেপিতেই আছে বাংলাদেশী বিধায়ক। বাংলাদেশীক খেদাটো বাদেই, বাংলাদেশীক এতিয়া বিধায়ক পাতে বিজেপিয়ে। হিমন্ত বিশ্ব শৰ্মাৰ বাবেই অসমত বাঢ়িছে বাংলাদেশীৰ সংখ্যা!
Assamese শোকাৱহ! ভয়ংকৰ বিমান দুৰ্ঘটনাত কেইবাজনৰো মৃত্যু মাজ আকাশতেই চলন্ত বিমানত অঘটন। পুনৰ বিশ্ব জোকাৰি যোৱা ভয়ংকৰ বিমান দুৰ্ঘটনা। ভয়ংকৰ বিমান দুৰ্ঘটনাত ৮ জন লোকৰ মৃত্যুৰ খবৰ। বিমানবন্দৰৰ পৰা বিমানখনে উৰা মৰাৰ কিছু সময়ৰ পাছতেই আহিল এই ভয়ংকৰ দুৰ্ঘটনাৰ খবৰ।
Assamese চিটীবাছৰ অতপালি বন্ধ কৰিবলৈ নতুন নিয়ম! চিটীবাছৰ অতপালিৰ বাবে জনতাই আৰু দুৰ্ভোগ ভুগিব নালাগে। মহানগৰীৰ চিটীবাছত আহিল জিঅ' ট্ৰেকিঙৰ ব্যৱস্থা। ৰাজপথত দ্ৰুতবেগেৰে চিটীবাছ চলালেই বিপদত পৰিব চালক। লগতে নিৰ্দিষ্ট ষ্টপেজতহে এক মিনিটৰ বাবে চালকে চিটীবাছ ৰখাব পাৰিব।
Assamese অপেক্ষাৰ অন্ত! ২২ গজত ৰোহিত শৰ্মা, বিৰাট কোহলী আজিৰে পৰা আৰম্ভ হ'ল BCCIৰ ঘৰুৱা টুৰ্ণামেণ্ট বিজয় হাজাৰে ট্ৰফী। বিজয় হাজাৰে ট্ৰফীৰ জৰিয়তে ঘৰুৱা ক্ৰিকেটলৈ প্ৰত্যাৱৰ্তন ৰোহিত শৰ্মা, বিৰাট কোহলীৰ। সুদীৰ্ঘ ৭ আৰু ১৫ বছৰৰ অন্তত ৰোহিত শৰ্মা, বিৰাট কোহলীয়ে খেলিব বিজয় হাজাৰে ট্ৰফী।
Assamese অশান্ত কাৰ্বি ভূমিত দুজনৰ মৃত্যু, কৰ্তন ইণ্টাৰনেট সেৱা এতিয়াও অশান্ত হৈ আছে কাৰ্বি ভূমি। সান্ধ্য আইন জাৰি কৰাৰ পাছতো শাম কটা নাই খেৰনিৰ পৰিস্থিতি। অগ্নিগৰ্ভা পশ্চিম কাৰ্বি আংলঙত এইপৰ্যন্ত দুজনকৈ যুৱকৰ মৃত্যুৰ খবৰ। পৰিস্থিতিৰ ভয়াৱহতালৈ চাই পশ্চিম কাৰ্বি আংলঙত কৰ্তন কৰা হৈছে ইণ্টাৰনেট সেৱা।
Assamese পঞ্চায়তৰ সিদ্ধান্ত, মহিলাই ব্যৱহাৰ কৰিব নোৱাৰিব স্মাৰ্ট ফোন! আজৱ সিদ্ধান্ত! মহিলাই এতিয়াৰে পৰা ব্যৱহাৰ কৰিব নোৱাৰিব স্মাৰ্ট ফোন। স্মাৰ্টফোনৰ সলনি মহিলাই কেৱল কিপেড মোবাইল ফোনহে ব্যৱহাৰ কৰিব পাৰিব। ২৬ জানুৱাৰীৰ পৰা কাৰ্যকৰী হ’ব এই নতুন নিয়ম।
Assamese আচৰিত! কৰ্ণাটকৰ শালমালা নদীৰ পাৰত আছে হাজাৰ হাজাৰ শিৱলিংগ কৰ্ণাটকৰ শালমালা নদীৰ পাৰত আছে হাজাৰ হাজাৰ শিৱলিংগ। হাজাৰ হাজাৰ শিৱলিংগ থকা বাবে ইয়াৰ নাম সহস্ৰলিংগ। কৰ্ণাটকৰ ছিৰচিৰ পৰা ১৪ কিলোমিটাৰ নিলগত অৱস্থিত এই শালমালা নদীৰ জলপৃষ্ঠ কমি যোৱাৰ লগে লগেই ভক্তই দৰ্শন কৰিব পাৰে সহস্ৰলিংগ।
Assamese অটোৰিক্সা চালকক প্ৰচণ্ড চৰ বিজেপি বিধায়কৰ ৰাজপথতেই অটোৰিক্সা চালকক প্ৰচণ্ড চৰ বিজেপি বিধায়কৰ। বিজেপি বিধায়ক পৰাগ শ্বাহে চৰ শোধালে এগৰাকী অটোৰিক্সা চালকক। ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে এই ভিডিঅ'।
Assamese বাংলাদেশত হিন্দুক কৰা অত্যাচাৰ সমৰ্থন ৰঙিয়াৰ যুৱকৰ! বাংলাদেশত হিন্দু হত্যাৰ সমৰ্থনত ভিডিঅ’ পোষ্ট কৰি গ্ৰেপ্তাৰ যুৱক। ৰঙিয়া আৰক্ষীৰ জালত শ্বেইফ আখতাৰ আলী নামৰ যুৱকজন। ফেচবুক আৰু ইনষ্টাগ্ৰাম একাউণ্টত পোষ্ট কৰিছিল বিতৰ্কিত ভিডিঅ’। যুৱকজনৰ বিৰুদ্ধে গোচৰ ৰুজু দুটাকৈ হিন্দুত্ববাদী সংগঠনৰ।
Assamese অধিক ৰাজহ লাভৰ আশা! বৃদ্ধি হ’ব ৰে’ল ভাড়া ৰে’ল যাত্ৰাৰ ক্ষেত্ৰত এতিয়াৰে পৰা ভৰিব লাগিব পূৰ্বৰ তুলনাত অধিক ধন। বছৰৰ অন্তিম মাহটোত বৃদ্ধি কৰা হ’ল ৰে’লৱে টিকটৰ দাম। AC আৰু NON AC উভয়তে ৰে’ল যাত্ৰীয়ে ভৰিব লাগিব অধিক ভাৰা। ভাৰা বৃদ্ধিৰ জৰিয়তে ৬০০ কোটি টকাৰ ৰাজহ লাভৰ আশা ভাৰতীয় ৰে’লৱেৰ।