Advertisment

শীৰ্ষ খবৰ

1
Assamese

১ জানুৱাৰীৰ পৰা সলনি হ’ব বহুকেইটা নিয়ম

নৱবৰ্ষৰ আৰম্ভণিতে সলনি হ’ব বহুকেইটা নিয়ম। গেছ চিলিণ্ডাৰৰ পৰা আৰম্ভ কৰি পেন কাৰ্ড, আধাৰ কাৰ্ড, UPI লৈকে বহু ক্ষেত্ৰতে নিয়ম সলনি হ'ব। যদি আপুনি আপোনাৰ পেন কাৰ্ড আধাৰ কাৰ্ডৰ সৈতে লিংক কৰা নাই তেনেহলে ১ জানুৱাৰীৰ পৰা নিষ্ক্ৰিয় হ’ব আপোনাৰ পেন কাৰ্ড!
2 Min read
1
Assamese

আৰক্ষীৰ অত্যাচাৰে শেষ কৰিলে ৰছিদুল হকৰ জীৱন!

বিলাসীপাৰাৰ খুদনামাৰীত চাঞ্চল্যকৰ ঘটনা। আৰক্ষীৰ অত্যাচাৰ সহিব নোৱাৰি এজন কিশোৰে আত্মহত্যা কৰাৰ অভিযোগ। মৃতদেহ সম্মুখত লৈ স্থানীয় ৰাইজৰ উত্তাল প্ৰতিবাদ। আত্মহত্যাৰ ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি চাঞ্চল্য।
2 Min read
1
Assamese

প্ৰতিটো নিৰ্বাচন সভ্যতাৰ যুঁজ, জীয়াই থকাৰ যুঁজ-মুখ্যমন্ত্ৰী

আমাৰ প্ৰতিটো নিৰ্বাচন সভ্যতাৰ যুঁজ, জীয়াই থকাৰ যুঁজ। মন্ত্ৰী-বিধায়ক কোন হ'ব সেয়া অৰ্থহীন। ধুবুৰী, দলগাঁও, নাওবৈচা আদিৰ পৰা অসমীয়া আঁতৰি আহিল। স্বদেশ-স্বজাতিৰ মংগলৰ বাবে আমি জিকিব লাগিব- মুখ্যমন্ত্ৰী। 
2 Min read
1
Assamese

যুঁজখন দুৰ্বল কৰাৰ চেষ্টা! অসমত শংকৰ-মাধৱ আছে, আজান নাই

অসমত শংকৰ-মাধৱ আছে, শংকৰ-আজান নাই৷ শংকৰ-আজানক সংলগ্ন কৰি আমাৰ যুঁজখন দুৰ্বল কৰিব নোৱাৰিব। কংগ্ৰেছ দলৰ দুৰ্বলতা আৰু তুষ্টিকৰণৰ ৰাজনীতিৰ বাবে অসমত এটা নতুন সভ্যতাৰ সৃষ্টি হ'ল।
2 Min read
1
Assamese

মিত্ৰতাৰ ভিত্তিবৰ্ষ ২০২১! অগপক লৈ কি ক'লে মুখ্যমন্ত্ৰীয়ে?

নিশ্চিত হোৱা নাই অগপ-বিজেপিৰ মাজত আসন বুজাবুজি। কোনকেইটা সমষ্টি পাব অগপই? কোন সমষ্টিত নিৰ্বাচন খেলিব বিজেপিয়ে? ৰাজ্যৰ ভিন্ন সমষ্টিত দুয়োটা দলৰ মাজত আসনক লৈ চলিছে টনা-আজোৰা। 
2 Min read
1
Assamese

চৰকাৰী আঁচনিৰ নামত পঞ্চায়তে পঞ্চায়তে দুৰ্নীতি

চৰকাৰী আঁচনিৰ নামত পঞ্চায়তে পঞ্চায়তে দুৰ্নীতি । ধন নিদিলে আঁচনিৰ সুবিধা নাপায় হিতাধিকাৰীয়ে। PMAY, অৰুণোদয়কে ধৰি সকলোতে কেৱল দুৰ্নীতি আৰু দুৰ্নীতি। ধন নিদিলে তালিকাৰ পৰা হিতাধিকাৰীৰ নাম কৰ্তনৰো দিয়ে ভাবুকি।
2 Min read
1
Assamese

ভয়ংকৰ এয়াৰ ষ্ট্ৰাইক! ১০০ৰো অধিক ISIS সন্ত্ৰাসবাদীৰ মৃত্য়ু

নাইজেৰিয়াৰ ISISৰ ঘাটিত ভয়ংকৰ আক্ৰমণ। আমেৰিকাৰ ভয়ংকৰ আক্ৰমণত ধ্বংস হ'ল ISISৰ কেইবাটাও ঘাটি। খ্ৰীষ্টান গণহত্যাৰ পোতক তুলিবলৈ আমেৰিকাই কৰা এই আক্ৰমণত ১০০ৰো অধিক ISIS সন্ত্ৰাসবাদী নিহত হোৱাৰ তথ্য। 
2 Min read
1
Assamese

বৃদ্ধি হ’ল ৰে’ল ভাড়া, টিকট বুকিং কৰি থোৱাসকলৰ কি হ'ব?

আজিৰে পৰা ৰে’লত যাত্ৰা কৰা যাত্ৰীসকলে ভৰিব লাগিব পূৰ্বৰ তুলনাত অধিক ধন। বছৰৰ অন্তিম মাহটোত AC আৰু NON AC উভয়তে বৃদ্ধি কৰা হ’ল ৰে’লৱে টিকটৰ দাম।
2 Min read
1
Assamese

সাৱধান! সুৰাপান কৰি বাহন চলালেই বাতিল হ’ব লাইচেঞ্চ

সুৰাপান কৰি বাহন চলোৱাসকল সাৱধান! নৱবৰ্ষক আদৰণিৰ নামত সুৰাপান কৰি বাহন চলালে বিপদ নিশ্চিত আপোনাৰ। হাতত ব্ৰেথ এনালাইজাৰ লৈ অভিযানত নামিছে আৰক্ষী। নিশা জনতা ভৱনৰ সন্মুখত দিছপুৰ আৰক্ষীৰ অভিযান।
1
Assamese

জনজাতিকৰণৰ নামত চৰকাৰৰ ললীপপ!

বাৰে বাৰে জনজাতিকৰণৰ নামত চৰকাৰৰ ললীপপ কিয়? '২৬ৰ নিৰ্বাচনৰ আগত জনজাতিকৰণ কৰিবনে নাই- চৰকাৰে নিজৰ স্থিতি স্পষ্ট কৰক। অন্যথা বিজেপি চৰকাৰৰ বিৰুদ্ধে ৰাজ্যত পুনৰ আৰম্ভ হ'ব আন্দোলন। বিজেপি চৰকাৰক ওফৰাই দিয়াৰ হুংকাৰ আক্ৰাছুৰ। 
2 Min read
Advertisment