Assamese ২৪ নহয় ২৫ ঘন্টাত হ'ব এটা দিন! বিজ্ঞানীৰ চাঞ্চল্যকৰ দাবী এটা দিন অৰ্থাত ২৪ ঘন্টা। এই কথা আমি সকলোৱে জানো। কিন্তু আমি আজি আপোনালোকক কম যে এদিনত ২৪ ঘন্টা নহয়, ২৫ ঘন্টা সময় থাকিব! এই দাবী কৰিছে বিজ্ঞানীসকলে। আপোনালোকে বিশ্বাস কৰিবলৈ টান পালেও এয়াই সত্য।
Assamese শিহৰণকাৰী! অগ্নিদগ্ধ হৈ ১৬ জনৰ কৰুণ মৃত্যু বিশ্ব কঁপোৱা এক শিহৰণকাৰী খবৰ। ভয়ংকৰ অগ্নিকাণ্ডত অগ্নিদগ্ধ হৈ ১৬ জন লোকৰ কৰুণ মৃত্যু। ইণ্ডোনেছিয়াৰ চুলাৱেছি দ্বীপৰ মানাডো চহৰৰ এটা অৱসৰ গৃহৰ ভিতৰত সংঘটিত হৈছে এই অগ্নিকাণ্ডৰ ঘটনা।
Assamese বৰ্ষাপাৰাত টি-২০ মেচ, সমুখসমৰত ভাৰত-নিউজিলেণ্ড ২৫ জানুৱাৰীত বৰ্ষাপাৰাত অনুষ্ঠিত হ'ব টি-২০ মেচ। ভাৰত-নিউজিলেণ্ড টি-২০ শৃংখলাৰ তৃতীয়খন মেচ অনুষ্ঠিত হ'ব বৰ্ষাপাৰাত। ১ জানুৱাৰীৰ পৰা BookMyShowৰ জৰিয়তে উপলব্ধ হ’ব টিকট।
Assamese মুখ্যমন্ত্ৰীৰ সংকল্প, অচিনাকী লোকক শান্তিত থাকিবলৈ নিদিও জাতিৰ বৰঘৰত অচিনাকি লোকক সোমাবলৈ নিদিব। কোনো অচিনাকী লোককে অসমভূমিত শান্তিৰে থাকিবলৈ নিদিও। যিমান সোনকালে পাৰে আমাৰ সত্ৰৰ ভূমিৰ পৰা আঁতৰি যাওক অচিনাকী লোক। বটদ্ৰৱাৰ পৰা হুংকাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।
Assamese মুছলমানৰ কলিজাত আঘাত হানিছে মুখ্যমন্ত্ৰীয়ে, সৰৱ মুছা মাদ্ৰাছা, মছজিদত বুলড'জাৰ চলাই মুছলমানৰ কলিজাত আঘাত কৰিছে মুখ্যমন্ত্ৰীয়ে। বিজেপি চৰকাৰৰ বিৰুদ্ধে দিল্লীৰ যন্তৰ-মন্তৰত উত্তাল প্ৰতিবাদ মুছলিম ছাত্ৰ সন্থাৰ। অমানৱীয় উচ্ছেদ, ভাৰতীয় নাগৰিকক হাৰাশাস্তিৰ অভিযোগেৰে এই প্ৰতিবাদ মুছাৰ।
Assamese মিত্ৰতা হ'বই! কংগ্ৰেছে ল'লে বৃহত্ সিদ্ধান্ত ’২৬ৰ নিৰ্বাচনক লৈ কংগ্ৰেছৰ বৃহত্ সিদ্ধান্ত। ’২৬ৰ নিৰ্বাচনত ১০০খন আসনত প্ৰাৰ্থিত্ব দিব কংগ্ৰেছে। এইপৰ্যন্ত প্ৰাৰ্থিত্বকেন্দ্ৰিক আলোচনা হোৱা নাই যদিও আসন বুজাবুজি সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকীৰ।
Assamese অভিযোগ! মুছলমানৰ ইতিহাস বিকৃত কৰিছে মুখ্যমন্ত্ৰীয়ে অসমৰ মুছলমানৰ ইতিহাসক বিকৃতকৰণ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে শংকৰদেৱৰ লগত আজান পীৰ লগত থাকিলে অসমীয়া জাতি দুৰ্বল হৈ নপৰে। লগতে বাঘ হাজৰিকাৰ অস্তিত্ব নাইকীয়া কৰিবলৈ হিমন্ত বিশ্ব শৰ্মা কোন? প্ৰশ্ন আমছুৰ।
Assamese জুবিন বিহীন ১০০টা দিন, ন্যায়ৰ অপেক্ষাত অসমীয়া জুবিন গাৰ্গ বিহীন ১০০টা দিন। ১৯ ছেপ্তেম্বৰৰ অভিশপ্ত দিনটোত আমাৰ মাজৰ পৰা কায়িকভাৱে আতৰি গৈছিল আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ। জুবিন গাৰ্গ নামৰ সত্বাটোক অসমীয়াই কোনোকালে নাপাহৰে, পাহৰিব নোৱাৰে। এতিয়া মাথো অসমবাসীয়ে বিচাৰিছে প্ৰাণৰ শিল্পীগৰাকীৰ বাবে ন্যায়।
Assamese ডাঙৰ সিদ্ধান্ত, ৩১ ডিচেম্বৰত নাপাব অনলাইন ডেলিভাৰী! ৩১ ডিচেম্বৰত নাপাব অনলাইন ডেলিভাৰী। নৱবৰ্ষ উদযাপনৰ প্ৰাকক্ষণত অনলাইন অৰ্ডাৰ কৰাসকলৰ বাবে এটা বেয়া খবৰ। Swiggy, Zomato, BlinkItৰ দৰে বিভিন্ন অনলাইন প্লেটফৰ্মত কাম কৰা ডেলিভাৰী বয় সকলে ৩১ ডিচেম্বৰত ঘোষণা কৰিছে দেশজোৰা ধৰ্মঘটৰ।
Assamese ভোটাৰ তালিকাত ভুল আছে নেকি আপোনাৰো? ভোটাৰ তালিকাত বিসংগতি আছে নেকি আপোনাৰ? যদি আপোনাৰ ভোটাৰ তালিকাত বিসংগতি আছে তেনেহলে আপুনি দিব পাৰিব অভিযোগ। অভিযোগ দিবলৈ আপোনাৰ হাতত আছে আৰু কেইটামান দিন। ইতিমধ্যে BLO-এ ঘৰে ঘৰে গৈ সম্পূৰ্ণ কৰিছে ভোটাৰ ভেৰিফিকেশ্যন।