Advertisment

শীৰ্ষ খবৰ

1
Assamese

জুবিন গাৰ্গৰ সৈতে জড়িত হৈ পৰিল অসহনীয় শব্দ "হত্যা"!

মৰমৰ গল্ডী যে নাই, সেই কথা মানি ল'ব পৰা নাই গৰিমাই। জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাক লৈ বহু বিস্ফোৰক মন্তব্য গৰিমা শইকীয়া গাৰ্গৰ। SITৰ চাৰ্জশ্বীট পঢ়ি ফেচবুকত এক দীঘলীয়া পোষ্ট জুবিন পত্নীৰ। 
7 Min read
1
Assamese

বেয়া খবৰ, আজি নাপাব সামগ্ৰীৰ অনলাইন ডেলিভাৰী!

নৱবৰ্ষ উদযাপনৰ প্ৰাকক্ষণত অনলাইন অৰ্ডাৰ কৰাসকলৰ বাবে এটা বেয়া খবৰ। বছৰৰ শেষৰটো দিন অৰ্থাত আজি নাপাব অনলাইন ডেলিভাৰী।  Swiggy, Zomato, BlinkItৰ দৰে বিভিন্ন অনলাইন প্লেটফৰ্মত কাম কৰা ডেলিভাৰী বয় সকলে আজি ঘোষণা কৰিছে দেশজোৰা ধৰ্মঘটৰ।  
2 Min read
1
Assamese

হিন্দুসকলে জন্ম দিয়ক দুই-তিনিটাকৈ সন্তান -মুখ্যমন্ত্ৰী

মুছলমানক ৭ৰ পৰা ৮টাকৈ সন্তান জন্ম নিদিবলৈ কওঁ। কাৰণ সংখ্যালঘু এলেকাত মুছলমানৰ সন্তান জন্ম দিয়া হাৰ বেছি। কিন্তু হিন্দু লোকৰ সংখ্যালঘু এলেকাত সন্তান জন্ম দিয়াৰ হাৰ কম। সেয়ে হিন্দু লোকক তিনিটাকৈ সন্তান জন্ম দিবলৈ আহ্বান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।
2 Min read
1
Assamese

সাৱধান!ব্ৰেথ এনালাইজাৰ লৈ ৰাজপথত আৰক্ষী

নৱবৰ্ষক আদৰাৰ নামত অত্যাধিক আনন্দ কৰাসকল সাৱধান! সুৰাপান কৰি বাহন চলালে বিপদ নিশ্চিত আপোনাৰ। সুৰাপায়ী চালকৰ বিৰুদ্ধে ৰাজ্যৰ ভিন্ন প্ৰান্তত ব্ৰেথ এনালাইজাৰ লৈ আৰক্ষীৰ অভিযান। সুৰাপান কৰি বাহন চলাই ধৰা পৰিলেই লোৱা হ’ব বিহিত ব্যৱস্থা।
1 Min read
1
Assamese

প্ৰচণ্ড শীত! ৭ দিনলৈ বন্ধ বিদ্যালয়

ৰাজ্যত এতিয়া প্ৰচণ্ড শীত। প্ৰচণ্ড শীতৰ মাজতে শিক্ষাৰ্থীসকললৈ আহিল ডাঙৰ খবৰ। শীতৰ বাবেই বন্ধ ঘোষণা কৰা হ'ল বিদ্যালয়। কামৰূপ মহানগৰ জিলাত আগন্তুক ৭ দিনলৈকে বন্ধ থাকিব সকলো শিক্ষানুষ্ঠান। সমগ্ৰ শিক্ষা বিভাগে জাৰি কৰিলে নিৰ্দেশনা। 
2 Min read
1
Assamese

শোকাৱহ! ভয়ংকৰ পথ দুৰ্ঘটনাত ৭ জনৰ কৰুণ মৃত্যু

দেশ জোকাৰি যোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই দ খাৱৈত বাগৰি পৰিল এখন যাত্ৰীবাহী বাছ। উত্তৰাখণ্ডত সংঘটিত হোৱা এই শোকাৱহ দুৰ্ঘটনাত ৭ জন লোকৰ কৰুণ মৃত্যু।
1 Min read
1
Assamese

মন্ত্ৰীৰ দুৰ্নীতি! বিজেপিৰ বিৰুদ্ধে ৰাজনৈতিক যুদ্ধ ঘোষণা BPFৰ

বিজেপিৰ বিৰুদ্ধে ৰাজনৈতিক যুদ্ধ ঘোষণা BPFৰ। ঢেকীয়াজুলিত মন্ত্ৰী অশোক সিংঘালৰ বিৰুদ্ধে প্ৰাৰ্থী দিব BPF দলে। অশোক সিংঘালৰ বিৰুদ্ধে দুৰ্নীতিৰ ডাঙৰ অভিযোগ পাচনৈ চেৰফাং সমষ্টিৰ BPFৰ পাৰিষদ শ্যাম চুণ্ডীৰ।
2 Min read
1
Assamese

কঠোৰ ন্যায়ালয়! ৰেহাই নাপায় ধৰ্ষণকাৰী বিজেপি নেতাই

ধৰ্ষণকাৰী বিজেপি নেতাক লৈ কঠোৰ উচ্চতম ন্যায়ালয়। জামিন নাপাব উন্নাও ধৰ্ষণ গোচৰত জড়িত বিজেপিৰ প্ৰাক্তন বিধায়ক কুলদীপ সিং চেংগাৰে। বিজেপিৰ হোৱা বাবেই জামিন পোৱা বুলি কুলদীপ সিং চেংগাৰৰ বিৰুদ্ধে উঠিছিল অভিযোগ ।
1 Min read
1
Assamese

বৃহত্‍ গণবিক্ষোভ! ৰাজপথলৈ লাখ লাখ জনতা

শাসন ব্যৱস্থাৰ বিৰুদ্ধে ৰাজপথত বৃহত্‍ গণবিক্ষোভ। ধৰ্মীয় গোড়া শাসন ব্যৱস্থাৰ বিৰুদ্ধে প্ৰতিবাদমুখৰ হৈ পৰিছে ইৰান। ইৰানৰ চহৰে-নগৰে ওলাই আহিছে লাখ লাখ প্ৰতিবাদী লোক। তেহৰানকে ধৰি বিভিন্ন চহৰত অভাৱনীয় পৰিস্থিতি। 
1 Min read
1
Assamese

মাত্ৰ ১৫ দিন! কাৰ্বি পাহাৰত চলিব প্ৰশাসনৰ বুলড'জাৰ

কাৰ্বি পাহাৰত চলিব প্ৰশাসনৰ বুলড'জাৰ। অশান্ত কাৰ্বি আংলঙৰ বেদখলকাৰীক বান্ধি দিয়া হ'ল সময়সীমা। বিহুৰ পাছতে কাৰ্বি-আংলঙৰ PGR-VGR ভূমিত বসবাস কৰা বেদখলকাৰী সকলক কৰা হ'ব উচ্ছেদ।
2 Min read
Advertisment