Advertisment

শীৰ্ষ খবৰ

1
Assamese

টীম ইণ্ডিয়াত উপেক্ষিত ৰুতুৰাজ গায়কোৱাড!

নিউজিলেণ্ডৰ বিৰুদ্ধে এদিনীয়া শৃংখলাৰ বাবে ঘোষণা হ'ল ভাৰতীয় দল। আঘাতৰ পৰা সুস্থ হৈ উঠাৰ পাছতেই দললৈ প্ৰত্যাৱৰ্তন অধিনায়ক শুভমন গিল, উপ-অধিনায়ক শ্ৰেয়াছ আয়াৰৰ। কিন্তু দলত স্থান নাপালে ৰুতুৰাজ গায়কোৱাডে। 
1 Min read
1
Assamese

কঠোৰ BCCI ! IPLত নিষিদ্ধ বাংলাদেশী ক্ৰিকেটাৰ

পাকিস্তানৰ পাছত এইবাৰ বাংলাদেশ বিৰুদ্ধে কঠোৰ হ’ল BCCI। ভাৰতৰ সৈতে বাঢ়ি অহা সংঘাতৰ পাছতে IPLত নিষিদ্ধ হ’ল বাংলাদেশৰ খেলুৱৈ। BCCI-এ গ্ৰহণ কৰিছে কঠোৰ সিদ্ধান্ত।  
2 Min read
1
Assamese

অসুৰ বধ হ'বই লাগিব- গৰিমাৰ হুংকাৰ

জুবিন গাৰ্গ আমাৰ সকলোৰে আৱেগ আছিল। জুবিন গাৰ্গ নোহোৱা হৈ যোৱাটো সাধাৰণ ঘটনা নহয়। সিদ্ধাৰ্থ, শ্যামকানুক অসুৰ, দানৱ আখ্যা দি গৰিমাই ক'লে- দানৱকেইটাই শাস্তি পাবই লাগিব। 
2 Min read
1
Assamese

ন্যায় নাপাব নেকি জুবিন গাৰ্গে? নিজাববীয়াকৈ অধিবক্তা ল'লে অভিযুক্তই!

জুবিন গাৰ্গৰ হত্যাৰ গোচৰক লৈ ডাঙৰ আপডেট। সম্পন্ন হ'ল জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ শুনানি। অমৃতপ্ৰভা মহন্ত, সন্দীপন গাৰ্গে দাখিল কৰিলে জামিন আবেদন। সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তয়ো নিজাববীয়াকৈ নিয়োগ কৰে অধিবক্তা।
1
Assamese

জুবিনৰ সপোন আগুৱাই নিবলৈ উচৰ্গা হ'ল খাৰঘূলিৰ ঘৰ

জুবিন গাৰ্গৰ নামত গঠন হ'ল 'জুবিন গাৰ্গ ন্যাস'। জুবিন গাৰ্গৰ খাৰঘূলিৰ সপোনৰ ঘৰটো উচৰ্গা কৰা হ'ব 'জুবিন গাৰ্গ ন্যাস'ৰ নামত। জুবিনৰ সৃষ্টিৰাজি চিৰযুগমীয়া কৰাৰ প্ৰয়াসেৰে পত্নী গৰিমা গাৰ্গে কৰিলে এই ঘোষণা।
3 Min read
1
Assamese

কি হৈৰাই গৈছে? কোটি কোটি বছৰ পূৰ্বে কি আছিল এন্টাৰ্কটিকাত?

এন্টাৰ্কটিকাৰ বৰফৰ খোলাৰ তলত লুকাই আছে এখন হেৰুওৱা ‘পৃথিৱী’! কোটি কোটি বছৰৰ আগতে এই মহাদেশখন আছিল এখন ৰসাল অৰণ্য! এন্টাৰ্কটিকা আছিল গভীৰ জংঘলেৰে ভৰা। এই দাবী কৰিছে গৱেষকসকলৰ।
2 Min read
1
Assamese

৩-৪ কোটি টকাত বিক্ৰী হ’ব কংগ্ৰেছৰ টিকট-মুখ্যমন্ত্ৰী

কংগ্ৰেছত আৰম্ভ হৈছে টিকট কিনা-বেচাৰ ৰাজনীতি। ৩-৪ কোটি টকাত বিক্ৰী হ’ব কংগ্ৰেছৰ টিকট। সংখ্যালঘু অধ্যুষিত সমষ্টিৰ বাবে আৰম্ভ হৈছে দৰ-দাম। বৃহৎ মন্তব্য মুখ্যমন্ত্ৰীৰ। 
1 Min read
1
Assamese

১ ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি হ'ব ধঁপাত জাতীয় সামগ্ৰীৰ দাম

১ ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি হ'ব ধঁপাত জাতীয় সামগ্ৰীৰ দাম। ধঁপাত আৰু পাণমচলাত GSTৰ পৰিৱৰ্তে হ’ব আবকাৰী শুল্ক। অত্যধিক কৰ বৃদ্ধিৰ সিদ্ধান্ত কেন্দ্ৰীয় চৰকাৰৰ। 
2 Min read
1
Assamese

বলীউডৰ চুপাৰষ্টাৰ শ্বাহৰুখ খান নায়ক নহয়, দেশদ্ৰোহী!

শ্বাহৰুখ খান কোনো নায়ক নহয়। শ্বাহৰুখ খান হৈছে জাতিৰ বিশ্বাসঘাতক, দেশদ্ৰোহী। ভাৰতত থকাৰ অধিকাৰ নাই শ্বাহৰুখ খানৰ। শ্বাহৰুখ খানক দেশৰ গাড্ডাৰ আখ্যা ৰাম ভট্টাচাৰ্যৰ। 
2 Min read
1
Assamese

বিনামূলীয়াকৈ পাব দাইল, চেনী আৰু নিমখ!

ৰাজ্যবাসীক বছৰৰ শেষত ভাল খবৰ দিলে মুখ্যমন্ত্ৰীয়ে। চাউলৰ লগতে বিনামূল্যে লাভ কৰিব দাইল, চেনী আৰু নিমখ। ২৬ত বিজেপিক জিকাই দিলে বিনামূলীয়াকৈ পাব দাইল, চেনী আৰু নিমখ।
Advertisment