Advertisment

শীৰ্ষ খবৰ

1
Assamese

বিষয়- ৩ গগৈ। উপাধিকলৈ অসমত ৰাজনীতি নহয়- মুখ্যমন্ত্ৰী

অসমত উপাধিৰ মতে একো নহয়। অখিল গগৈয়ে নাজানে, এইখন অসম বেলেগ। উপাধিক লৈ কৰা ৰাজনীতি ৫০০ বছৰ পূৰ্বেই বন্ধ কৰি থৈ গৈছে শংকৰদেৱে। ৩গগৈ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া।
1
Assamese

ভাৰতক ভাবুকি ট্ৰাম্পৰ ! তেওঁলোকে আমাৰ সৈতে ব্যৱসায় কৰে...

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী এজন বৰ ভাল মানুহ। তেওঁ বুজি পাইছে- মই সুখী নহয়। মোক সন্তুষ্ট কৰি ৰখাটো মোদীৰ বাবে গুৰুত্বপূৰ্ণ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ‘ভেৰী গুড মেন’ বুলি আখ্যা দি ভাৰতক আকৌ শুল্ক বৃদ্ধিৰ ভাবুকি দিলে ড’নাল্ড ট্ৰাম্পে। 
2 Min read
1
Assamese

কিয় শিৱসাগৰৰ পৰা নিৰ্বাচন নেখেলে হিমন্ত বিশ্ব শৰ্মাই?

শিৱসাগৰত অখিল গগৈক হৰুৱাবলৈ বিজেপিত ৫- ৬জন কাৰ্যকৰ্তা আছে। গতিকে শিৱসাগৰত গৈ মই নিৰ্বাচন খেলাৰ কোনো প্ৰয়োজন নাই। বিধায়ক অখিল গগৈয়ে শিৱসাগৰত মুখ্যমন্ত্ৰীক নিৰ্বাচন খেলিবলৈ জনোৱা প্ৰত্যাহ্বানৰ প্ৰত্যুত্তৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।
2 Min read
1
Assamese

উচ্ছেদৰ মাজতেই উত্তেজনা, আৰক্ষীৰে তৰ্কযুদ্ধ বেদখলকাৰীৰ

অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে পুৱাৰে পৰা চলিল আন এক বৃহৎ উচ্ছেদ অভিযান। প্ৰায় ৬,২০০ বিঘা ভূমি বেদখলমুক্ত কৰাৰ লক্ষ্যৰে তেজপুৰৰ বুঢ়া চাপৰি অভয়াৰণ্যত পৰিল প্ৰশাসনৰ হাতোৰা। কিন্তু উচ্ছেদৰ মাজতেই সৃষ্টি হৈছে অপ্ৰীতিকৰ পৰিস্থিতি। 
2 Min read
1
Assamese

বিশ্বকাপ খেলিবলৈ ভাৰতলৈ নাহে বাংলাদেশ!

৭ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব টি-২০ বিশ্বকাপ। কিন্তু বিশ্বকাপৰ বাবে ভাৰত ভ্ৰমণৰ পূৰ্বে ICCৰ দ্বাৰস্থ হৈছে বাংলাদেশ ক্ৰিকেট ব’ৰ্ড। বাংলাদেশ ক্ৰিকেট ব’ৰ্ডে ভাৰতত অনুষ্ঠিত হ’বলগীয়া বাংলাদেশৰ মেচসমূহ স্থানান্তৰ কৰিবলৈ অনুৰোধ জনাইছে।
2 Min read
1
Assamese

'মুখ্যমন্ত্ৰীৰ হাতত মাত্ৰ এটা মাহ'! কিহৰ সময়সীমা দিলে ৰকিবুল হুছেইনে?

বিজেপি চৰকাৰৰ দিনত বিপন্ন হৈছে গণতন্ত্ৰ। বিজেপিৰ সভালৈ নগ'লে ৰাইজক আঁচনিৰ পৰা নাম কৰ্তনৰ ভাবুকি দিয়ে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হাতত মাত্ৰ এটা মাহ আছে, এয়াই শেষ ষড়যন্ত্ৰ। বিজেপি আৰু মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে গৰজি উঠিল সাংসদ ৰকিবুল হুছেইন। 
2 Min read
1
Assamese

বৃদ্ধি পাব অৰুণোদয়ৰ ধন! লাখ লাখ মহিলাক প্ৰতিশ্ৰুতি অখিল গগৈৰ

১,২৫০ নহয় ৰাজ্যৰ লাখ লাখ মহিলাই পাব ৩,০০০কৈ টকা। ৰাইজৰ দলৰ চৰকাৰ হ'লেই বৃদ্ধি পাব অৰুণোদয়ৰ ধন। নিৰ্বাচনৰ পূৰ্বে বিধায়ক অখিল গগৈয়ে দিলে প্ৰতিশ্ৰুতি।
1
Assamese

আহি গ'ল প্ৰাৰ্থী তালিকা! কোনকেইটা সমষ্টিত নিৰ্বাচন খেলিব অজাপই?

২৬ৰ নিৰ্বাচনৰ বাবে বিৰোধী ঐক্যমঞ্চৰ পৰা ১৫টা সমষ্টি বিচাৰিছে অসম জাতীয় পৰিষদে। ইতিমধ্যে DY365ৰ হাতত পৰিছে জাতীয় পৰিষদৰ সমষ্টিৰ তালিকা। কোনকেইটা সমষ্টিত প্ৰাৰ্থী দিব অজাপই?
2 Min read
1
Assamese

ঐতিসাহিক দীপৰ বিলত 'বিল মাৰা' উৎসৱ

ঐতিসাহিক দীপৰ বিলত 'বিল মাৰা' উৎসৱ। অইন বেলিৰ দৰে এইবেলিও পৰম্পৰাগতভাৱে মাছ মৰা উৎসৱ পালন কৰিলে দীপৰ বিলত। দীপৰ বিলত একেলগে মাছ ধৰিলে প্ৰায় দুই হাজাৰৰো অধিক মাছমৰীয়াই। উৎসৱমূখৰ হৈ পৰিল দীপৰ বিলৰ পাৰ।
2 Min read
1
Assamese

কাৰ বাবে মুখ্যমন্ত্ৰী হ'ব নোৱাৰিলে সৰ্বানন্দ সোণোৱাল?

এইবাৰ বিজেপিক মোগল আখ্যা কংগ্ৰেছৰ। লাচিতে মোগলক পৰাভূত কৰাৰ দৰে স্বাভিমানী খিলঞ্জীয়া ভূমিপূত্ৰই এইবাৰ পৰাভূত কৰিব অহংকাৰী ৰজাক। ২৬ৰ নিৰ্বাচনক শৰাইঘাটৰ ৰণ আখ্যা দি APCCৰ সভাপতি গৌৰৱ গগৈৰ টাৰ্গেট মুখ্যমন্ত্ৰী-বিজেপি।
2 Min read
Advertisment