Advertisment

শীৰ্ষ খবৰ

1
Assamese

কিয় 'চুমা বাবা' নাম পালে অখিল গগৈয়ে?

মানুহে মোক বদনাম কৰিবলৈ মোৰ নাম 'চুমা বাবা' দিছে। কিছুমানে কয়, অখিল গগৈয়ে মহিলা দেখিলে ৰব নোৱাৰি চুমা খাই। কিন্তু মই মহিলাসকলক খোৱা চুমাটো প্ৰেমিকাক খোৱা চুমা নহয়। 'চুমা বাবা' নামক লৈ এই মন্তব্য বিধায়ক অখিল গগৈৰ।
1
Assamese

ক্ৰিকেটাৰ মহম্মদ ছামীৰ সন্মুখত নতুন বিপদ!

মহম্মদ ছামীৰ সন্মুখত নতুন বিপদ! ভাৰতীয় পেচ বলাৰ মহম্মদ ছামীলৈ নিৰ্বাচন আয়োগৰ ‘গুগলী’। ঘৰুৱা ক্ৰিকেটত দুৰ্দান্ত প্ৰদৰ্শন কৰিও ভাৰতীয় দলত উপেক্ষিত হোৱা মহম্মদ ছামীলৈ এইবাৰ চমন জাৰি নিৰ্বাচনী আয়োগৰ। 
2 Min read
1
Assamese

দেশৰ ভিতৰতে সৰ্বাধিক! SIRত বাদ পৰিল ২.৮৯ কোটি ভোটাৰৰ নাম

SIRত বাদ পৰিল ২.৮৯ কোটি ভোটাৰৰ নাম। ভোটাৰ তালিকাৰ পৰা নাম কৰ্তনৰ ক্ষেত্ৰত উত্তৰ প্ৰদেশ দেশৰ ভিতৰতে শীৰ্ষত। এই সংখ্যা ৰাজ্যখনৰ মুঠ ভোটাৰৰ ১৮.৭০ শতাংশ। খচৰা ভোটাৰ তালিকাত সামৰি লোৱা হৈছিল উত্তৰ প্ৰদেশৰ ৭৫খন জিলাৰ ৪০৩টা বিধানসভা সমষ্টি।
2 Min read
1
Assamese

জিলাই জিলাই পুনৰ বৃদ্ধি বিদ্যালয় বন্ধৰ সময়সীমা

প্ৰচণ্ড শীতে কঁপাইছে ৰাজ্য। হাড় কঁপোৱা শীতৰ বাবেই অভিভাৱক আৰু শিক্ষাৰ্থীসকলৰ বাবে আকৌ আহিল গুৰুত্বপূৰ্ণ নিৰ্দেশনা। শীতৰ প্ৰকোপ বৃদ্ধি পোৱাৰ বাবেই ৰাজ্যৰ কেইবাখনো জিলাৰ শিক্ষানুষ্ঠান বন্ধৰ সময়সীমা পুনৰ বৃদ্ধি কৰা হৈছে। 
2 Min read
1
Assamese

স্বাভিমান, আত্মসন্মান থকাসকলে বিজেপি ত্যাগ কৰক

স্বাভিমান, আত্মসন্মান থকাসকলে ত্যাগ কৰক বিজেপি। দেশৰ জনতাক ঠগ-প্ৰৱঞ্চনা কৰিছে বিজেপিয়ে। মিঞাৰ ভয় দেখুওৱা বিজেপিৰ সংবিধানত নাই মিঞাবিৰোধী এটাও শব্দ। বিজেপিৰ চতুৰালি এতিয়া বুজি পাইছে অসমৰ ৰাইজে। সৰৱ AJP ৰ কাৰ্যকৰী সভাপতি ৰাজেন গোহাঁই।
1 Min read
1
Assamese

বিষয়- ৩ গগৈ। উপাধিকলৈ অসমত ৰাজনীতি নহয়- মুখ্যমন্ত্ৰী

অসমত উপাধিৰ মতে একো নহয়। অখিল গগৈয়ে নাজানে, এইখন অসম বেলেগ। উপাধিক লৈ কৰা ৰাজনীতি ৫০০ বছৰ পূৰ্বেই বন্ধ কৰি থৈ গৈছে শংকৰদেৱে। ৩গগৈ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া।
1
Assamese

ভাৰতক ভাবুকি ট্ৰাম্পৰ ! তেওঁলোকে আমাৰ সৈতে ব্যৱসায় কৰে...

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী এজন বৰ ভাল মানুহ। তেওঁ বুজি পাইছে- মই সুখী নহয়। মোক সন্তুষ্ট কৰি ৰখাটো মোদীৰ বাবে গুৰুত্বপূৰ্ণ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ‘ভেৰী গুড মেন’ বুলি আখ্যা দি ভাৰতক আকৌ শুল্ক বৃদ্ধিৰ ভাবুকি দিলে ড’নাল্ড ট্ৰাম্পে। 
2 Min read
1
Assamese

কিয় শিৱসাগৰৰ পৰা নিৰ্বাচন নেখেলে হিমন্ত বিশ্ব শৰ্মাই?

শিৱসাগৰত অখিল গগৈক হৰুৱাবলৈ বিজেপিত ৫- ৬জন কাৰ্যকৰ্তা আছে। গতিকে শিৱসাগৰত গৈ মই নিৰ্বাচন খেলাৰ কোনো প্ৰয়োজন নাই। বিধায়ক অখিল গগৈয়ে শিৱসাগৰত মুখ্যমন্ত্ৰীক নিৰ্বাচন খেলিবলৈ জনোৱা প্ৰত্যাহ্বানৰ প্ৰত্যুত্তৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।
2 Min read
1
Assamese

উচ্ছেদৰ মাজতেই উত্তেজনা, আৰক্ষীৰে তৰ্কযুদ্ধ বেদখলকাৰীৰ

অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে পুৱাৰে পৰা চলিল আন এক বৃহৎ উচ্ছেদ অভিযান। প্ৰায় ৬,২০০ বিঘা ভূমি বেদখলমুক্ত কৰাৰ লক্ষ্যৰে তেজপুৰৰ বুঢ়া চাপৰি অভয়াৰণ্যত পৰিল প্ৰশাসনৰ হাতোৰা। কিন্তু উচ্ছেদৰ মাজতেই সৃষ্টি হৈছে অপ্ৰীতিকৰ পৰিস্থিতি। 
2 Min read
1
Assamese

বিশ্বকাপ খেলিবলৈ ভাৰতলৈ নাহে বাংলাদেশ!

৭ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব টি-২০ বিশ্বকাপ। কিন্তু বিশ্বকাপৰ বাবে ভাৰত ভ্ৰমণৰ পূৰ্বে ICCৰ দ্বাৰস্থ হৈছে বাংলাদেশ ক্ৰিকেট ব’ৰ্ড। বাংলাদেশ ক্ৰিকেট ব’ৰ্ডে ভাৰতত অনুষ্ঠিত হ’বলগীয়া বাংলাদেশৰ মেচসমূহ স্থানান্তৰ কৰিবলৈ অনুৰোধ জনাইছে।
2 Min read
Advertisment