Advertisment

শীৰ্ষ খবৰ

1
Assamese

দিলীপ শইকীয়াৰ বিৰুদ্ধে এজাহাৰ বিৰোধীৰ

ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ বিৰুদ্ধে দিছপুৰ থানাত এজাহাৰ। বিৰোধী ঐক্য মঞ্চই ভোট চুৰিৰ অভিযোগেৰে দিলীপ শইকীয়াৰ বিৰুদ্ধে ৰুজু কৰিলে গোচৰ । নিৰ্বাচন আয়োগতো অভিযোগ দাখিল বিৰোধী ঐক্য মঞ্চৰ।
2 Min read
1
Assamese

আচৰিত! এতিয়া শিক্ষকে কৰিব লাগিব কুকুৰ গণনা

শিক্ষকে পৌৰসভাক প্ৰদান কৰিব লাগিব বাটৰুৱা কুকুৰৰ সংখ্যা আৰু ইয়াৰ অৱস্থাৰ প্ৰতিবেদন। বিহাৰৰ সাছাৰাম পৌৰ নিগমৰ এক নিৰ্দেশনাই লাভ কৰিছে এতিয়া ব্যাপক চৰ্চা । ২০২৫ চনৰ ১৫ ডিচেম্বৰতে দিয়া এই নিৰ্দেশনাই অশান্তি বৃদ্ধি কৰিছে বিদ্যালয়ৰ শিক্ষকৰ মাজত । 
2 Min read
1
Assamese

ৰাজ্যসভালৈ যোৱাৰ মন আজমলৰ! ৰাহুল গান্ধী, গৌৰৱ গগৈলৈ বিশেষ পত্ৰ AIUDFৰ।

ৰাজ্যসভাৰ প্ৰাৰ্থী হ’ব মৌলানা বদৰুদ্দিন আজমল! ৰাজ্যসভাৰ তৃতীয়খন আসনৰ বাবে আজমলক প্ৰক্ষেপ কৰিব AIUDF-এ। মৌলানা বদৰুদ্দিন আজমলক সমৰ্থন কৰিবলৈ আহ্বান জনাই ৰাহুল গান্ধী, গৌৰৱ গগৈলৈ বিশেষ পত্ৰ AIUDFৰ। 
2 Min read
1
Assamese

বাস্তৱ হ'ল সপোন, পুনৰ ৪৩৭৪ গৰাকীয়ে পালে চৰকাৰী নিযুক্তি?

চৰকাৰী চাকৰিৰ সপোন বাস্তৱ একাংশৰ। পুনৰ ৪৩৭৪ গৰাকী প্ৰাৰ্থীলৈ ৰাজ্য চৰকাৰৰ নিযুক্তি পত্ৰ। খানাপাৰাৰ জ্যোতি-বিষ্ণু কলা মন্দিৰত নিযুক্তি পত্ৰ বিতড়ণ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
1
Assamese

অসমীয়া জাতিৰ বাবে এয়া সংকটৰ সময়। সজাগ হ'বলৈ আহ্বান গৌৰৱ গগৈৰ

অসমৰ ৰাইজৰ সৈতে অন্যায় কৰিছে বিজেপি চৰকাৰে। বিজেপিক ভোট নিদিয়া বাবেই খিলঞ্জীয়া মানুহৰো ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰিছে চৰকাৰে। এই ক্ষেত্ৰত অসমৰ ৰাইজক সজাগ আৰু সচেতন হ'বলৈ আহ্বান জনাই গৌৰৱ গগৈয়ে ক'লে- অসমীয়া জাতিৰ বাবে এয়া সংকটৰ সময়। 
2 Min read
1
Assamese

২০২৭ৰ লোকপিয়লে কি অশুভ খবৰ আনিব অসমলৈ? ক'লে মুখ্যমন্ত্ৰীয়ে...

২০২৭ৰ লোকপিয়লে অশুভ খবৰ আনিব অসমলৈ। গতিকে ভোটাৰ তালিকাত এজনো সন্দেহজনক লোকৰ নাম থাকিব নোৱাৰিব। ভোটাৰ তালিকাৰ পৰা সন্দেহজনক মিঞা মুছলমানৰ নাম কৰ্তন কৰা হ'ব বুলি স্পষ্ট মন্তব্য মুখ্যমন্ত্ৰীৰ।
2 Min read
1
Assamese

ঢকুৱাখনা, লখিমপুৰত কোন হ'ব বিজেপিৰ প্ৰাৰ্থী? বৃহৎ ঘোষণা মুখ্যমন্ত্ৰীৰ

২০২৬ৰ নিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থীক লৈ ডাঙৰ ঘোষণা। দুই সমষ্টিৰ প্ৰাৰ্থী ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। ঢকুৱাখনা, লখিমপুৰত চূড়ান্ত কৰা হ'ল বিজেপিৰ প্ৰাৰ্থী।
1
Assamese

কঠোৰ ট্ৰাম্প! ভাৰতৰ ওপৰত ৫০০ শতাংশ শুল্ক আৰোপ কৰিব আমেৰিকাই!

ভাৰতৰ ওপৰত ৫০০ শতাংশ শুল্ক আৰোপ কৰিব আমেৰিকাই! শুল্ক আৰোপ কৰিবলৈ ট্ৰাম্পক কৰ্তৃত্ব প্ৰদান কৰা এখন বিধেয়ক অনুমোদন কৰা হৈছে। ড’নাল্ড ট্ৰাম্পৰ এই পদক্ষেপে এতিয়া ভাৰত আৰু আমেৰিকাৰ মাজৰ সম্পৰ্কৰো অধিক অৱনতি কৰিছে।
2 Min read
1
Assamese

অনিশ্চয়তাত ষ্টাৰ ক্ৰিকেটাৰ তিলক বাৰ্মাৰ বিশ্বকাপ খেলাৰ সপোন

টি-২০ বিশ্বকাপ খেলাৰ সপোন ভংগ হ'ব পাৰে তাৰকা মিডল অৰ্ডাৰ বেটাৰ তিলক বাৰ্মাৰ। পেটৰ তীব্ৰ বিষৰ বাবেই নিউজিলেণ্ডৰ বিৰুদ্ধে আগন্তুক টি-২০ শৃংখলা আৰু ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হ'বলগীয়া টি-২০ বিশ্বকাপৰ পৰাও বাহিৰ হ'ব পাৰে ক্ৰিকেটাৰ গৰাকী। 
1 Min read
1
Assamese

কামাখ্যা মন্দিৰত হ'ব বিচাৰ! দিলীপ শইকীয়াক চেলেঞ্জ অখিল গগৈৰ

বিজেপিক ভোট নিদিয়া লোকৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তনৰ নিৰ্দেশ দিছিল দিলীপ শইকীয়াই। দিলীপ শইকীয়াৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ বিধায়ক অখিল গগৈৰ।
2 Min read
Advertisment