Assamese শিক্ষাক লৈও ৰাজনীতি! মুছলমান শিক্ষাৰ্থীয়ে অধিক আসন পোৱাৰ বাবেই স্বীকৃতি বাতিল মেডিকেল কলেজৰ! মুছলমান শিক্ষার্থীয়ে অধিক আসন পোৱাৰ বাবেই স্বীকৃতি বাতিল মেডিকেল কলেজৰ! নৱস্থাপিত MBBS কলেজৰ ৫০ আসনৰ ৪২ খনেই লাভ কৰিছিল মুছলমান শিক্ষাৰ্থীয়ে। নেচনেল মেডিকেল কমিছনৰ এই সিদ্ধান্তক লৈ দেশজুৰি ব্যাপক চৰ্ছা।
Assamese কোনে কোনে লাভ কৰিব "এটি কলি দুটি পাত" আঁচনিৰ ধন? নৱবৰ্ষত ৰাজ্যবাসীলৈ পুনৰ বৃহৎ উপহাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। ২৫ জানুৱাৰীত আহি আছে এখন নতুন চৰকাৰী আঁচনি। অৰুণোদয়, মহিলা উদ্যমিতাৰ পাছত এইবাৰ নতুন আঁচনি "এটি কলি দুটি পাত" আঁচনি।
Assamese সংবিধান নাজানে, চিন্তাধাৰা নিম্ন! হিমন্ত বিশ্ব শৰ্মাক টাৰ্গেট ওৱেছিৰ হিমন্ত বিশ্ব শৰ্মা অতি নিন্ম চিন্তাৰ মানুহ। অসমৰ মুখ্যমন্ত্ৰী গৰাকী পাকিস্তানৰ আদৰ্শত বিশ্বাসী। ভাৰতত হিন্দুহে প্ৰধানমন্ত্ৰী হ’ব পাৰে বুলি হিমন্ত বিশ্ব শৰ্মাই কৰা দাবীৰ পাছতেই জাঙুৰ খাই উঠিছে আছাদুদ্দিন ওৱেছি।
Assamese অপেক্ষাৰ অন্ত! আজি ২২ গজত ৰোহিত শৰ্মা, বিৰাট কোহলী নীলা জাৰ্চিত আকৌ এবাৰ দেখিবলৈ পাব ৰোহিত শৰ্মা আৰু বিৰাট কোহলীক। আজি ২২ গজৰ যুঁজত নামিব দুই তাৰকা। অৱশ্যে আঘাতৰ বাবে শৃংখলা আৰম্ভ হোৱাৰ পূৰ্বেই দলৰ পৰা বাহিৰ হ'ল ঋষভ পণ্ট।
Assamese ৰাম মন্দিৰত নামাজ আদায়ৰ চেষ্টা! গ্ৰেপ্তাৰ আবু আহমেদ শ্বেখ অযোধ্যাৰ ৰাম মন্দিৰ চৌহদত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। মন্দিৰ কমপ্লেক্সত নামাজ আদায় কৰিবলৈ চেষ্টা কৰাৰ সময়তে গ্ৰেপ্তাৰ হ'ল এজন মুছলমান ব্যক্তি। গ্ৰেপ্তাৰ হোৱা ব্যক্তিজন কাশ্মীৰৰ আবু আহমেদ শ্বেখ বুলি জানিব পৰা গৈছে।
Assamese প্ৰথমে আক্ৰমণ পাছত বিহ খুৱাই...বাংলাদেশত পুনৰ হিন্দুৰে ভয়ংকৰ ঘটনা শান্ত হোৱা নাই বাংলাদেশ। অশান্ত বাংলাদেশত হিন্দু সম্প্ৰদায়ৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে সংঘটিত হৈ আহিছে হিংসাত্মক ঘটনা। দিপু চন্দ্ৰ দাস, অমৃত মণ্ডল, বজেন্দ্ৰ বিশ্বাসৰ হত্যাকাণ্ডৰ পাছতে এইবাৰ জয় মহাপাত্ৰ নামৰ হিন্দু যুৱকক বিহ খুৱাই হত্যা কৰাৰ অভিযোগ।
Assamese আকোৰগোজ অগপ! বিজেপিৰে আসন বুজাপৰাক লৈ বৃহত্ টুইষ্ট অগপ-বিজেপিৰ আসন বুজাপৰাক লৈ বৃহত্ টুইষ্ট। ৩৫ৰ পৰা ৪০খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব অসম গণ পৰিষদে। বহু আসনত হ’ব পাৰে বন্ধুত্বপূৰ্ণ প্ৰতিদ্বন্দ্বিতা।
Assamese দম আছে যদি আহক! মুখ্যমন্ত্ৰীক চেলেঞ্জ বিধায়ক অখিল গগৈৰ উজনিত হিমন্ত বিশ্ব শৰ্মা ৰজা নহয়, উজনিত মই অখিল গগৈ আছো। মই মুখ্যমন্ত্ৰীক এইবাৰ শিৱসাগৰৰ পৰা নিৰ্বাচন খেলিবলৈ আমন্ত্ৰণ জনাইছো। মই ধেমালি কৰা নাই, হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচন খেলিব আহিলে শিৱসাগৰত মই থিয়ই থিয়ই হৰুৱাই দিম।
Assamese পুনৰ ৬৩৪৭ গৰাকীলৈ চৰকাৰী নিযুক্তি অসম চৰকাৰৰ নৱবৰ্ষৰ আৰম্ভণিতে ৰাজ্য চৰকাৰৰ দ্বিতীয়টো বৃহৎ চৰকাৰী নিযুক্তি। ADREৰ তৃতীয় বৰ্গৰ ৬৩৪৭ গৰাকী প্ৰাৰ্থীক প্ৰদান নিযুক্তি-পত্ৰ। সৰুসজাই ষ্টেডিয়ামত নিযুক্তি পত্ৰ বিতড়ণ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
Assamese আৰু কিমান অন্যায় কৰিব? বিজেপি চৰকাৰক প্ৰশ্ন ৰাজেন গোহাঁইৰ বিজেপি চৰকাৰে আৰু কিমান অন্যায় কৰিব? লাহে-লাহে গণতন্ত্ৰও শেষ কৰিবলৈ গৈ আছে বিজেপি চৰকাৰে। 'বিজেপি চৰকাৰ অসমত থাকিলে ভৱিষ্যতে আৰু অধিক ভয়ানক পৰিস্থিতিৰ সৃষ্টি হ'ব। বিস্ফোৰক মন্তব্য অজাপ নেতা ৰাজেন গোহাঁইৰ।