Advertisment

শীৰ্ষ খবৰ

1
Assamese

কংগ্ৰেছত সংখ্যালঘুৰ স্থান নাই! কংগ্ৰেছত থকা সংখ্যালঘু নেতাসকলে শীঘ্ৰেই পদত্যাগ কৰক

‘কংগ্ৰেছ কেতিয়াও সংখ্যালঘুৰ আপোন হ’ব নোৱাৰে। কংগ্ৰেছ সদায় সংখ্যালঘু মুছলমানৰ বিৰুদ্ধে কাম কৰি আহিছে। কংগ্ৰেছত সংখ্যালঘু মুছলমানৰ স্থান নাই । ৰেজাউল কৰিম সৰকাৰৰ কংগ্ৰেছ ত্যাগক লৈ  বিস্ফোৰণ মহম্মদ আলি খলিফাৰ।
2 Min read
1
Assamese

৫ বছৰৰ অপেক্ষাৰ অন্ত! ICC ৰেংকিঙৰ শীৰ্ষস্থানত পুনৰ বিৰাট কোহলী

ICC ৰেংকিঙৰ শীৰ্যস্থানত বিৰাট কোহলী। দীৰ্ঘবিৰতিৰ অন্তত ৭৮৫ ৰেটিং পইণ্টেৰে বিৰাট কোহলীয়ে দখল কৰে শীৰ্ষস্থান। দ্বিতীয় আৰু তৃতীয় স্থানত নিউজিলেণ্ডৰ ডেৰিল মিচেল আৰু ৰোহিত শৰ্মা।
1
Assamese

'মই কাৰো গুলাম নহয়'। কংগ্ৰেছ ত্যাগ ৰেজাউলৰ

সুখকৰ নহ’ল ৰেজাউল কৰিম সৰকাৰৰ ৰাজনৈতিক যাত্ৰা। দুদিন ৰাজনীতিৰ সোৱাদ লৈয়েই কংগ্ৰেছ দল ত্যাগ কৰিলে ৰেজাউল কৰিমে। কংগ্ৰেছত যোগদানৰ পিছতে বিতৰ্কিত মন্তব্যৰ বাবে চৰ্চালৈ আহিছিল সংখ্যালঘু নেতাজন।
2 Min read
1
Assamese

ছিংগাপুৰত কেনেকৈ মৃত্যু হৈছিল জুবিন গাৰ্গৰ?

ছিংগাপুৰত জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত সন্দৰ্ভত শুনানি। ছিংগাপুৰ আৰক্ষীয়ে দাখিল কৰে তদন্তৰ প্ৰতিবেদন। কি পৰিস্থিতিত মৃত্যুক আকোৱালি লৈছিল প্ৰাণৰ শিল্পী জুবিন গাৰ্গে?
1
Assamese

গৌৰৱ গগৈ জাতিদ্ৰোহী, বিশ্বাসঘাতক। গৌৰৱ, লুৰীণ, অখিলৰ বাবেই মিঞাই...

গৌৰৱ গগৈৰ দৰে জাতিদ্ৰোহী, বিশ্বাসঘাতক সাংসদ আমাক নালাগে। আমি কোনোপধ্যেই উজনিত সন্দেহযুক্ত নাগৰিকৰ দপদপনি সহ্য নকৰো। গৌৰৱ, লুৰীণ, অখিলৰ বাবেই মিঞাই শিৱসাগৰক ধুবুৰী বনাম বুলি ক'ব পাৰিছে। ৰেজাউল কৰিমৰ মন্তব্যৰ পিছতেই গৰ্জন জাতীয় সংগ্ৰামী সেনা অসমৰ। 
2 Min read
1
Assamese

নিউজিলেণ্ডৰ বিৰুদ্ধে এদিনীয়া শৃংখলাৰ পৰা বাহিৰ ষ্টাৰ অলৰাউণ্ডৰ

টি-২০ বিশ্বকাপৰ পূৰ্বে আঘাতে জুৰুলা কৰিছে টীম ইণ্ডিয়াক। নিউজিলেণ্ডৰ বিৰুদ্ধে এদিনীয়া শৃংখলাৰ পৰা বাহিৰ হ'ল অলৰাউণ্ডৰ ৱাশ্বিংটন সুন্দৰ। ৱাশ্বিংটনৰ ঠাইত টীম ইণ্ডিয়াক অন্তৰ্ভুক্ত কৰা হৈছে আয়ুষ বদোনীক।
1
Assamese

সাৱধান! Googleত  ছাৰ্চ নকৰিব এইবোৰ বিষয়

গুগল আমাৰ সকলো প্ৰশ্নৰ উত্তৰ দিয়াৰ বাবে আটাইতকৈ দ্ৰুত আৰু নিৰ্ভৰযোগ্য আহিলা হৈ পৰিছে। কিন্তু এটা সৰু ভুলে আপোনাক ডাঙৰ সমস্যাত পেলাব পাৰে। আনকি আপোনাৰ জেল পৰ্যন্ত হ’ব পাৰে! 
2 Min read
1
Assamese

'বিজেপি চৰকাৰ গ' বেক, আটছাৰ প্ৰতিবাদত উত্তাল দেৰগাঁও

দেৰগাঁৱৰ ৰঙামাটিৰ টোলগেটত উত্তপ্ত পৰিস্থিতি। 'টোলগেট বন্ধ কৰক, জনতাৰ মূৰত মাধমাৰ দিয়া বিজেপি চৰকাৰ কাম নাই, বিজেপি গ' বেক...' ধ্বনিৰে উত্তাল প্ৰতিবাদ। টোলগেটত সংগ্ৰহ কৰা টোল কৰৰ বিৰোধিতা দল-সংগঠৰ। 
1 Min read
1
Assamese

WHO IS ৰেজাউল কৰিম সৰকাৰ? শিৱসাগৰৰ ৰাজপথত উত্তাল প্ৰতিবাদ

দেওবাৰে আনুষ্ঠানিকভাৱে কংগ্ৰেছত যোগদান কৰিছিল আমছুৰ সদ্যপ্ৰাক্তন সভাপতি ৰেজাউল কৰিম সৰকাৰে। গৌৰৱ গগৈৰ উপস্থিতিত কংগ্ৰেছত যোগদান কৰিয়েই শিৱসাগৰক ধুবুৰী আৰু ধুবুৰীক শিৱসাগৰ বনোৱাৰ হুংকাৰ দিছিল ৰেজাউলে। ৰেজাউল কৰিমৰ হুংকাৰৰ পিছতে জ্বলিছে উজনি।
2 Min read
1
Assamese

সাজু কংগ্ৰেছ! নিৰ্বাচনৰ পূৰ্বে পালে নতুন সেনাপতি

‘কলীয়া ডাৱৰ আঁতৰাই আমি গঢ়িব লাগিব বৰ অসম। শংকৰ-মাধৱ, আজান-ফকিৰৰ অসম আমি ঘূৰাই আনিব লাগিব। জনসাধাৰণৰ ভয়-শংকা আঁতৰাবলৈ মই ৰেজাউল কৰিম সৰকাৰে এতিয়াৰে পৰা গৌৰৱ গগৈৰ সেনাপতি হ’ম'।’ কংগ্ৰেছত যোগদান কৰিয়েই ৰেজাউল কৰিম সৰকাৰৰ বিস্ফোৰণ।
2 Min read
Advertisment